পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কোচ ৰা ১৩। ওপৰত কোৱা অৱস্থাত কিছুকাল কৰ-কাটলীয়া হৈ ৰা ভোগ কৰাৰ পাচত, দৰদী ৰাজৰ অৱস্থা অতিকৈ শোক-লগা হৈ পৰিল। গৃহ-বিবাদ না বিলাসিতাই তাৰ মূল কাৰণ। সদৌ শেহত, আহোম স্বৰ্গদেৱে সিবিলাকক একেবাৰে অনায়ক বিবেচনা কৰি, ৰজা-জমিদাৰৰপৰাও নমাই, সেই জা’ খিপেৰেই এবিধ জমিদাৰ-বিষয়া মাখোন কৰি আপিলে। তেতিয়াৰপৰা সিবিলাকে এৱৰ্তিৰ পৰাকৈ মাথোন নিষ্কৰ মাটি দিয়া নিয়ম ৰা হয়। টিচ, গৰমেন্টে অসম দেশ লোৱাৰ পাচৰপৰা সিবিলাকক নিজ ব্যৱহাৰৰ নিমিত্তে সেই মাটিকে নিশিখে কৰি দিয়া হয়। কোচ ৰজা-জমিদাৰ বেজিনী নাৰী ফৈদৰ অতিৰি :- দন্ধু মেছ হৰিয়া মণ্ডল (হাজোৰ জীয়েক হীৰা আৰু জীৰাৰ স্বামী) চন্দন মাদন বিত (বিসিংহ). | শিত (শিৱসিংহ) T(জীৰাৰ গৰ্ভজাত)। | (হীৰাৰ গল) নসিংহ মঙ্গদেৱ (নৰনাৰায়ণ) অজ (চিলাৰায়) গং -কমলা | লক্ষ্মীনাৰায়ণ । (কোচবিহাৰী ফৈদৰ মূল) ৰঘুদেৱ নাৰায়। পৰীক্ষিত নাৰায়ণ বলিত নাৰায়ণ সুন্দৰ নাৰায়ণ (দৰী ফৈদৰ মূল) গৰ নাৰায়ণ | (বেলতলী কৈ মূল) বিজিত নাৰায়ণ (বেজিনী ফৈদৰ মূল) সমসাময়িক ভাৰত বুৰঞ্জীৰ কথা পদশ খ্ৰীষ্টিয়ান চনৰপৰা অষ্টাদশ চনলৈকে, নামনি অসমত, কোচ ৰজাৰ ৰাৰ সময়, আৰ্যাৱ আৰু দাক্ষিণাত্যত পাঠান আৰু মোগল সম্ৰাট বা চলিছিল। সেই কালৰ ভিতৰতে, অসমত শঙ্কৰদেৱ, মাধৱদেৱ এভৃতি বৈষ্ণৱ ধৰ্মচাৰক আৰু সমাজ-সংৰকসকলৰ সমসাময়িককৈ, আৰ্যাৱৰ্তৰ মধ্য এত মানল আৰু কৰি, গছিমাল পাবত নানক, পূৰ্বাঞ্চল ৰদেশত চৈতন্যদেৱ এই সৰুলৰ এগৰক আৰু সমাজসংস্কাৰকৰ আবিৰ্গৰ হয়। মুঠৰ ওপৰত, সেই যুগত গতৰৰ গোটেই আধাৰ বাণী বৈধৰ দুখ চলিছিল, আৰু শিত্যলৈকো শেষ তি বিয়পি পৰিছিল। সেই কাৰণে, ভাৰতৰত সেই কালটো বৈৰী শাহিত্যিক যুগ বুলি - - -- = = = =

  • পিঞ্জিত সেন গোৰাসকাধিত বাণালী।