পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কোচ ৰা হাত কৰি, ৰণিতক বিচাৰি উজাৰলৈ ধৰে। সেই বাতৰি পাই বলিতনাৰায়ণ শিঙৰিলৈ পলাই যায়; আৰু তাতে ক ১৬৩৭ চনত, তেওঁৰ আৰু তেওঁৰ দুজন পুতেকৰ মৃত্যু হয়। তাৰ পাচে, ১৬৩৮ খ্ৰয়াত আহোম-মুছলমানৰ মাজত সজিব সিদ্ধান্ত গৃহীত হয়। সেই মতে, মুছলমানে বৰনদীৰ পছিমৰ ৰাজ্য অধিকাৰ কৰে; পূবৰ ৰা সমুদায় আহোম ৰজাক এৰি দিয়া হয় (১)। তাৰ পাচত, আহোম ৰাই মলদৈত সদৰ পাতি ৰণিতৰ পুতেক সুন্দৰনাৰায়ণক তাতে শৰণয়া জা পাতি থলে (২)। বলিতনাৰায়ণৰ লগতে কোচবংশ, স্বাধীন ৰজাৰ নাম লোগ পালে। বেণিী কৈ-পৰীয়া অৱস্থাতে বলিনাৰায়ণৰ মৃত্যু হোৱাৰ পাচত, পৰীক্ষিত নাৰায়ণ ৰজাৰ পুতেক বিজিতনাৰায়ণক মুছলমান নবাবে মানাহা আৰু সোণকোষ নদীৰ মাজৰ ৰাজ্যত জমিদাৰ পাতে। সেই ৰাজফৈদকে ‘বেজিনী বোলা হয়। পাচে, বিজিতাৰায়ণে বেজিনীত তেওঁৰ ৰাজধানী পাতিলে। তেতিয়াৰেপৰা তেওঁৰ পৰিয়াল বেজিনী ফৈদ বুলি জনাজাত হ’ল। বিজিতনাৰায়ণৰ পাচত, এই ফৈদৰ যিবিলাক ‘ৰ খিতাপ পোৱা জমিদাৰ হৈছিল, সিবিলাকৰ সংক্ষেপ বিৱৰণ কোচৰাজবংশাৱলীত পোৱা যায়। প্ৰথম বক্ষবন্তী মতে, বেজিনী ৰাজে মোগল সম্ৰাটক বছৰি ৫৯৯৮ টকা কৰ শোধাৰ লাগিছিল। তাৰ পাচে, সেই নিয়ম সলাই বছৰি ৬৮টা হাতী শোখোৱাৰ নিয়ম বন্ধ হয়। খ্ৰঃ ১৬৮৮ চনত, সেই নিয়মৰ সলনি মোগল সম্ৰাটক বছৰি ২০০০ টকা কৰ দিয়াৰ নিয়ম কৰা হয়; বৃটিচ গৱৰ্ণমেণ্টৰ দিনৰপৰা সেই কা গৱৰ্ণমেণ্টক বছৰি ২১৫০ টকাকৈ শোধাবলগীয়া হয়। বেজিনীৰ ৰাহ তেতিয়া বছৰি ৬,৩,••• ছয় লাখ টকাৰ ওপৰ উঠিছিল। ১৯১৮ খ্ৰীষ্টাৰ শেহছোৱাত, ৰাণী অভয়েশ্বৰী স্বৰ্গী হোৱাত, তেওঁৰ ৰামীৰ বংশৰ কোৱৰ যোগেনাৰায়ণক জমিদাৰ পাতি, ‘বিজনী জমিদাৰী “কোৰ্ট-অৱ-ওয়াৰ্ড বা গৱৰ্ণমেণ্টৰ তত্বাৱধানৰ তললৈ নিয়া হয়। এ ১৯৩১ চনত, অসম ব্যৱস্থাপক শত গৃহীত “বিজনী টেট উত্তৰাধিকাৰী আইন অনুসাৰে, ১৯৩৭ ঐটাৰৰ ১৮ জুন তাৰিখে দূপ যোগেনাৰায়ণ বাহাদুৰৰ অকালমৃত্যু পাচত, ভূল ভৈৰৰেনাৰায়ণ বাহাদুৰক অসম গবৰ্ণমেন্টে বিজনী ষ্টেটৰ উত্তৰাধিকাৰী সাব্যস্ত কৰিছে। | এ ফৈ -লিনাৰায়ণৰ মৃত্যুৰ পাচত, আহোমৰাজে তেওঁৰ পুতেক সুমনাৰায়ণ গত ৰা’-অমিদাৰ পাতে। তেওঁ দৰ ব্ৰাহ্মণবিলাকক বিতৰ কোৰৰ মাটি দান কৰে। খ্ৰঃ ১৬৪৪ চনত সুন্দৰনাৰায়ণৰ মৃত্যু হোৱাত, তেওঁৰ (১) নিল,Birdward GitHistory of Assom, age 9. লিনাক মহামতি পাৰ্গ নপতি নোল তাইৰ নাৰায়ণ। জাল মাৰি যাই ফতোয়া গজা পাই, যে কৰিবোল।