পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ অসমৰ বুৰঞ্জী সেই সময়তে, উজনি অসমৰপৰা তিনিহাজাৰ চুটিয়া পাইৰ মতে থিতাপিত হ’বলৈ পঠিওৱা হয় (১); আৰুৰণিতৰ ভায়েক গজনাৰায়ণকে বেলতলাৰ ৰাণত হয়। এই বাতৰি যেতিয়া সত্ৰাটৰ ওচৰ পালেগৈ, জাহাঙ্গিৰ পাছাই, এই খাত অতিকৈ কুপিত হৈ, পুনঃ অসমশে আক্ৰমণ কৰিবলৈ সগৰ্বে আদেশ দিলে। সেই অনুসৰি, লালিত আৰু ৰাৰাকৰ নামেৰে দুজন মুছলমান সেনাপতি ভালেমান সৈন্যৰে সৈতে কোচ আৰু আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ আহে। সেই বাতৰি পাই বলিনাৰায়ণে আহোম ৰজাৰ ওচৰলৈ কটকী পঠিয়ালে। আহোৰ সেনা আকৌ কলিয়াবৰলৈকে আগবাঢ়ি খেদি আহিল। ঐঃ ১৬৭ চনত, কলিয়াবৰৰ ওচৰতে এখন যোৰতৰ যুদ্ধ হয়। আহোম সেনাই ইয়াৰ আগৰ ৰাৰত জয়লাভ কৰি উৎসাহ পাই নাছিল। সেই উৎসাহ লাচতে এইবাৰৰ সিবিলাকে মূৰতি ধৰি মুছলমান সেনাক কচুকটা দিলে। মুছলমানবিলাক বিষমৰপে বাটিল। সত্যজিত আৰু নাৰাবাক যাত পৰিল। আহোম সেনাই সিহঁতৰ বাকী সৈবিলাকক ওহাটা পাৰ কৰি খেৰি থৈ, নদীৰ পৰিমৰ গোটেই ৰাজ আহোম ৰজাৰ দখললৈ আনিলে। তাৰ ফলত, গৌৰীপু, মেছপাৰা প্ৰভৃতি অমিৰীবোৰ সম্পূৰ্ণৰূপে আহোম শটৰ খচখনত পৰে। তাৰ পাচত, সিলগৰ আক্ৰমণৰপৰা অসম দেশ ৰক্ষা কৰি, শৰণীয়া কাবিলাকৰ ওপৰত এছু হাল ৰখাৰ উদ্দেশ্যে, গুৱাহাটীত বৰফুকন খিতাপেৰে ৰাহোম সম্ৰাট প্ৰতিনিধি শাসনকৰ্তা বিষয়া এজন নিগাজীকৈ ৰখা হয়। সুলেমানৰ ১০ম আক্ৰমণ বা বাটৰ ৰ:-সত্ৰাজিত আৰু আবাৰক পৰায় আৰু মৃত্যুতে বিষম অপমান পাই, দিলীৰ সত্ৰাটে ততালিকে আকৌ অসমশে আক্ৰমণ কৰিবলৈ আদেশ দিয়ে। এইবাৰ আৰু চালাম নামেৰে এজন কাৱা সেনাপতি, খ্ৰঃ ১৬৩৬ চনত, পোনেই আহোমৰ ৰাজ্যকে লক্ষ্য কৰি আছে। তেওঁ প্ৰথমে বণিতনাৰায়ণৰ ফণীয় আহোম সেনাৰ হাত কেইবাবাৰো থাটিছিল। সদেশেহত, আব্দ। চামিক সসৈঙ্গে বন্দী কৰি গড়গাওঁ নগৰলৈ পঠিওৱা হয়। সেই সময়তে, পাক্ষিকাৰায়ণৰ অন্যতম পুত্ৰ চত্ৰনাৰায়ণে কইবাৰী নামে ঠাইত, ••• আহোম আৰু কোচ মানুহৰে সৈতে ৰসতি কৰি থাকোতে, বুধনগৰৰ জমিদাৰৰ পুতেক, উত্তমনাৰায়ণে ৰামাটিৰ নৰাৰৰ তলৰ এজাক মুছলমান সেনাৰ নায়ক হৈ, তেওঁক এবাটৰ ওচৰতে আক্ৰমণ কৰেগৈ। সেই আক্ৰমণ সহিব নোৱাৰি, অনাৰায়ণ শলমাৰি গগণালৈ পলাই যায়। তাৰ পাচত, মুছলমান সেনাই আৰৰ লৰ ভগনীয়া সেনাবিলাকৰ সৈতে লগ লাগি যতিনাৰায়ণৰ ৰাজ্য আক্ৰমণ কৰেগৈ। ৰণিতনাৰায়ণেও আহোম ৰজাৰ বল পাই যে পাতি ধৰিলে। দুয়োপক্ষৰ মাজত ভয়ামৰাকৈ ॥ লাগিল। ৰণত বলিতনাৰায়ণ বাটি পলাই যায়, আৰু এন আহোম কোৱৰ মূলমানৰ হাতত বী হয়। তাৰ পাচত, মূলমানবিলাকে আহোম পাও আৰু এট দুৰ্গ (১) মিল-sir Edward Gait"Eistory of Assam , শত দুনিয়া সাত সে পাত।