পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ শায় বিচাৰি দিৱীলৈ ভটিয়াই যাব লগাত পৰিল। (১) পাছাই আদ্যোপান্ত শুনি লৈ একমা নৰাৰ সসৈতে কোচৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়াই, পৰীক্ষিতনাৰায়ণক এৰি নিৰলৈ না দিলে (২)। কে লমৰ শৰীয়া :-ঐঃ ১৫৯৬ চনত কোচ-ৰা লক্ষ্মীনাৰায়ণে নিক মোগলৰ শৰণীয়া বুলি ঘোষণা কৰি, আৰু : ১৫৯৭ চনত নিজৰ জীয়েক এগৰাকীক সেই সময়ত মোগলৰ ব-শাসনকৰ্তা বা মানসিংহলৈ বিয়া দি মিত্ৰতা দৃঢ়তৰ কৰি, মায়েকৰ পুতেক ভায়েক, অন্যতম কোচ-ৰা, ৰঘুদেৱনাৰায়ণৰ বিৰুদ্ধে ৰণ-বল আনান কৰাত, ১৬১২ খ্ৰীষ্টাব্দত ঢাকাৰ নবাব আলাউদ্দিন ইচলামখানে ৩•• হাতী, ••• যে, ১২:০০ পদাতি, ৫০০ ৰতৰীৰে সৈতে কোচ-হাজো ৰাজ্য আক্ৰমণ কৰিবলৈ মুকাৰামখান সেনাপতিক ৰণ যাত্ৰা কৰায়। ইফালে, যুদেৱ নাৰায়ণেও ৫•• যে, ১০••• পদাতি আৰু ৩•• ৰণ-তৰীৰে সৈতে ধুবুৰীত কোঠ পাতি ৰণ দিবলৈ বুলি সাজু হৈ আছিল। পোনেই মুছলমানৰ হেঁচাত ধুবুৰীৰ কোঠ ৰক্ষা নপৰত, যুগে নাৰায়ণে হহকি গৈ গদাধৰ নৈৰ পাৰত কেঁঠ মাৰি ফেৰ পাতি ধৰি, জোৱায়েক দুৰীয়াক মূৰ কৰি ৰণ-তৰীৰে সৈতে পানী-যু এখন পাতিছিল। কিন্তু, সিমানতো যমুনাৰায়ণদেৱে ঠাৱৰিব নোৱাৰি ক্ৰমাৎ পূবলৈ হ'হকিব লগীয়াত পৰিলে। সদৌশেহত, মুছলমানক বলে পৰাৰ আগন্তুক নেদেখি কেঁচ-ৰজা ৰঘুনাৰায়ণদেৱে সম্ৰাট জাহাঙ্গিৰৰ মনলৈ সজিৰ প্ৰস্তাৱ পঠিয়ালে। সেই অনুসৰি, সম্ৰাটে ৰঘুনাৰায়ণক দিল্লীলৈ মই নিয়ায়; আৰু সন্ধিৰ সূত্ৰমতে, ৰঘুনাৰায়ণৰ দখলৰ সমুদায় ৰাজ্য লক্ষ্মীনাৰায়ণৰ দখলৰ ওৰে সৈতে লগলগাই সমুদায় কোচ-ৰাজ্য মোগলৰাজ্যৰ অধীন কৰি, দুয়ো ককাই-ভাই যাক মোগল সম্ৰাটৰ শৰণীয়া ৰজা পাতি, ৰঘুনাৰায়ণক বিদায় দিয়া হয়। তাৰ পাচত, দিৱীৰপৰা উলটি আহোতে বাটতে ৰঘুনাৰায়ণদেৱৰ অকাল মৰণ ঘটে। | পৰীৰািয়ণ :-ৰঘুনাৰায়ণৰ লোকান্তৰৰ পাচত, দায়েক লক্ষ্মীনাৰায়ণৰ ষ্যত, পৰীক্ষিনাৰায়ণ বৰনগৰলৈ গৈ, খ্ৰীঃ ১৬৩ চনত পিতৃৰাজপাটত উঠি ৰজা হয়। তেওঁ ৰাভাৰ লোৱাৰ অলপ দিনৰ পাচতে ভায়েক ইন্দ্ৰনাৰায়ণক বধ কৰায়; (১) - আপোনাৰ বাহিনী চৌদালত লই। দিলীৰ পাৰ যান তবে পাইলা গই। কৰিা পাহাৰ বৰ উপজিল বেখা। মৃতি আগে কৰিাক লৈলা। ভোলা লাগত আজি হেসত্য কবি। পৰীক্ষিত মৃতিক আনি দিব ধৰি। ওসি আৰ মনে মিলিল উৎসাহ। বিল নি ভগিনী পাছত বিবাহ। পণ্ডিত যে গোস্বামী সম্পাদিত “ৰং ৰাষংশাৱলী” ১০০.১০১ পৃষ্ঠা। (২) মিলনাৱৰাহাদুৰ সূৰ্যকুমাৰ ভূঞা সম্পাদিত “কামৰূপৰ বুৰঞ্জী ১২-১৩ পৃষ্ঠা। • নিল Birdward Gaibatory of Mom" Page ৪১-৪