পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সদৌশেতে গৌৰদেশ আক্ৰমণ কৰিবলৈ মন মেলিলে, আৰু সেই এৰ্ষে টিলায় এল কোল সৈন্যৰ সেনাপতি পাতি ৰণ-যাত্ৰা কৰালে। এইবাৰ, সেই ৰণ-যাত্ৰাৰ আগতে কামাখ্যা মৰি দুৰৱস্থা দেখি আহি, চিলাৰায়ৰ মনৰ অৱ বৰ অখিৰ হৈ আছিল। তদুপছি, হট যুৱত কাজু সৈন্য ভালেমান নাশ হোৱাত, এই যাত্ৰাভ লগত লোৱা সেনাদলত শৈণত সেনা সহ নাছিল। তথাপি, চিলাৰায়ে নিজৰ সাহসৰ ওপৰত কি দি যুলৈ আগ বাঢ়িলে। গতিকে, কোচ জাৰ সেনাদলে গৌৰ মাৰ তেজী সৈ আগত সহ পৰ ঠাৰিব নোৱাৰিলেগৈ। কিন্তু, চিলাৰায়ে সিমানতো বিচলিত নহৈ, অকলশৰে খোলা তৰোৱালেৰে অসংখ্য শত্ৰুৰ মাজত সোমাই সিংহ বিক্ৰমেৰে শত্ৰুপক অস্থিৰ কৰি তুলিলে। শেহাত, তেওঁৰ একমাত্ৰ সম্বল হাত এখনিও ও ও হৈ ভাগিল; মহাতেজী চিলাৰায়ৰ বীতেজ চতুৰ্কণে বাঢ়িবলৈহে ধৰিলে। কিন্তু, অসংখ্য শত্ৰুৰ মাজত অকলশৰীয়া নিৰ বীৰ কিমান পৰ ঠাৱৰিব। চিলাৰায় অগত্যা শত্ৰুৰ হাত বন্দী হ’ল। তাৰ পাচত, তেওঁৰ বন্দী অৱস্থাত, এদিন গৌৰ ৰজাৰ মাতৃক সৰ্পে দংশে। চিলাৰায় সৰ্প দংশনৰ চিকিৎসাত বৰ পাকৈত আছিল। সেই আলমতে তেওঁ ৰামাক মৃত্যুমুখৰপৰা ৰক্ষা কৰি ৰাজপৰিয়ালৰ শলাগৰ পাত্ৰ হয়। সেই শলাগৰ বঁটাখৰুণে, গৌৰবাজে চিলাৰায়ক বন্দীশালৰপৰা মুক্তি দি নিজৰ দেশলৈ আহিবলৈ অনুমতি দিয়ে। তাৰ দুবছৰৰ পাচত, আন কোনো ৰোগত গৌৰ ৰজাৰ মাহৰ মৃত্যু হয়। বাশোক বৰ বিহুল হৈ পৰে। সেই সুযোগতে দিল্লীৰ সম্ৰাট আকবৰৰ সেনাপতি মানসিংহুই গৌৰদেশ আক্ৰমণ কৰেহি, আৰু ৰজাক যুত ঘটাই তেওঁৰ ৰাজ্য হস্তগত কৰে। সেই ছোতে ছেগ ধৰি, চিলাৰায়ে দুয়োপক্ষৰ মাজত সোমাই গৌৰৰাজ্য লটৰে সৈতে সমানে ভাগ কৰি লয়। এনে সময়তে, চিলাৰায়ে তেওঁৰ পুত্ৰ এটি এম হোৱাৰ বাতৰি পায়। কিন্তু, তেওঁ আৰু সেই পুত্ৰৰ মুখ দেখিবলৈ নাপালেহি। ৰাটতে বসন্ত বোগত পৰি গাৰ পাৰত চিলাৰায় অগী হ’ল। | মুলমানৰ ৭ম আজম কালাপাহাৰৰ গান যুৱৰাৰ চিলাৰায়ে দিগ্বিজয় কৰি ফুৰোতে ইফালে ৰদেশৰ সেনাপতি কালাপানৰে (১) ঃ ১৫৫৩ চনত, অসম দেশ আক্ৰমণ কৰেহি। মহাৰজা নৰনাৰায়ণ তালেন দিনৰেপৰা কালাপাহাৰৰ বিক্ৰমৰ কথা শুনি আছিল। তাতে, সেই সময়ত, যা এখান বল মূৰৰ চিলাৰায় ৰাজ্যৰপৰা আতৰি থকাত, নৰনাৰায়ণ মাই এ বি কালাপাহাৰৰ গতিত কোনো একাৰৰ হাৰ নকৰিলে। কি, কালাপাহাৰ দেশ এ ক উদ্দেশ্য নাছিল, তেওঁৰ প্ৰধান উতে হিন্দুধৰ গৌৰৱ হনি কৰা এ বি দেৱ-দেৱীৰ মূৰ্তিবিলাক ভাঙ্গি চুপাত কৰাহে। সেই কাৰণে, তে এত কোলে __(১ কালাপাহাৰৰ আদি নাম কাটায়। তেওঁ জনেশষ এল খান অমিজাৰ নি। না মলি চা বা আপাত এ কে আপন মনে গ'। কলti যত গৌৰ গিৰি। অসমত শিগৰিৰ লি। ১৭