পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশ্বসিংহ (১) নাম লৈ, নিজক প্ৰবল প্ৰতাপী ৰজা ৰূপে চিনাকি দিয়ে। তাৰ পাচত, কোচবিহাৰত তেওঁ নতুনকৈ এখন সুন্দৰ ৰাজধানী নিৰ্মাণ কৰালে; আৰু জায়েক শিতক শিৱসিংহ নাম দি যুৱ পাতিলে। বিশসিংহ ৰজাৰ দিনতে, ২টা পাইকৰ ওপৰত ঠাকুৰীয়া, ১০টাৰ ওপৰত শৰেকীয়া, ১•••াৰ ওপৰত হাৰি , ৩০০টাৰ ওপৰত তা আৰু ••টাৰ ওপৰত নৰাৰ খিতাপ দি, ৰজাঘৰীয়া বিষয়া পতাৰ নিয়ম চলিত হয়। বিশ্বপিংই বৰ শিৱক ৰা নাছিল। শিৱপূজা আৰু কামাখ্যাপূজাৰ আজিৰ অৰ্থে তেওঁ ৰৰ পুৰুষাৰ্থ কৰিছিল। তেওঁ কনৌজ, কাশী প্ৰভৃতি ঠাইৰপৰা ভালেমান সজ ব্ৰাহ্মণ নাই নিজৰ ৰাজ্যত থিতাপিত কৰাইছিল। বিসিংহই ১৮ গৰাকী মহিষী বিয়া কৰায়, আৰু প্ৰত্যেক মহিষীৰপৰা এজনকৈ তেওঁ ১৮ জন পুত্ৰ লাভ কৰে। সেই ১৮ এনৰ ভিতৰত নৰসিংহ, মলদেৱ, ৰুধ্বজ আৰু গোহই কমলা এই কেইজন প্ৰধান। বিশসিংহই ৪৯ ৰছৰ সুখ-শান্তি-সুখ্যাতিৰে ৰাজত্ব কৰে; আৰু এই নিয়মে পুতেকসকলৰ মাজত যোগ্যতা অনুসৰি ৰাকাৰ্য্য ভগাই দি তেওঁ বগী হয়; যেনে-নসিংহ বিদেশত দখল কৰা ৰাজ্যৰ ৰা পতা হয়; মক্কদেৱ আৰু ধ্বজক স্বদেশৰ ৰাজ্য শাসনৰ গৰ দিয়া হয়; গোহই কমলক আলি, পুখুৰী, মন্দিৰ আদি নিৰ্মাণ কৰি পৱিত্ৰ গৌৰৱ লাভ কৰিবলৈ আদেশ-উপদেশ দিয়া হয়; আৰু বাকী কেইজনকে যোগ্যতা অনুসৰি আন আন কাৰ্যৰ ভাৰ দিয়া হয়। বিশ্বসিংহ ৰজাই আহোম স্বৰ্গদেৱ চুহানাৰ ৰাজ্যৰ কালত, উজনিত এবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিলগৈ; কিন্তু আহোম ৰজাক যুদ্ধত টাৰ নোৱাৰি, তেওঁ কথমপি মনে-মনে সাৰি উলটি আহিল। ১৫৪০ খ্ৰীষ্টাব্দত বিখসিংহ অগী হয়। | গুলমানৰ ৫ম আৰু ৬ষ্ঠ আক্ৰমণ:-নামনি কামৰূপত, বিশসিংহ ৰজাৰ আমোসত, অসমদেশ মুছলমানে ১৫২৭ আৰু ১৫৩২ খ্ৰীষ্টাব্দত ৫ম আৰু ঠ ৰাৰ আক্ৰমণ কৰেহি। সেই দুই আক্ৰমণে কেঁাচ ৰজাসকলক পোৱা নাছিল, তাৰ কোৰ উনিত আহোম ৰজাৰ ওপৰতহে পৰিছিল। সেই কাৰণে সেই দুই আক্ৰমণৰ কথা আহোম ৰাজৰ লগতহে বহলাই কোৱা গৈছে। | (১) “ৰিসিংহৰ ৰাজ্যলাভ-পাটে এইৰূপে কতত দিন গত গাওঁ মাৰি ধৰিলে। এই এক মাৰিলত, পাচে আলো গাও মিলিল। এই কথা সানিলে। সহকা একজন মা পাটিতে, মোৰ গাওঁ-কি কিয় মানে? মোৰ ঠাই আহোক'। পাচে নগ'ল। সি মানুষকে। কিলাই খেদি বোলে, ‘ভূঞ\এ আহোক, নায়ে যদি এ দিও'। এই কথা সৰু অতি মা লৈ বুক সাজি গ'ল; চাল-বোয়াল, কাণ্ড- লৈই খুঁজে। গয়া বাজাও চা খাও, কাঠৰ ৰা লৈ বুকে। পাচে ভূঞাৰ মাৰিলে। ঠা, কষ্ট, সমা, আবিলাপাতি নকলপালে। সকে লৈই ঘৰলৈই গ'ল। পাচে সবে মিলি বিসি' নাম দি পাতি বলে। ইতি। ১০। লগৰ ১২ ঘৰ মেৰ ৰাৰ গৰখাৰু কাঠি ভিলে। খুৰা কাৰি ১, পালে কাড়ি, মিছিলকাঠি, চুয়াল কালি ১, সানমাৰি ১,মেধা কাৰি, পৰিলো দাবি, বিক গতি, যবন কাৰি ১, বিচ কাৰ্ণি ১, বিয়ে কৰি, এই ৰাৰ কলি। এইমতে মাল। -“ বেই কাম যুগৰ অন্তৰ্গত বিবিধ খ যু, ১ পা।