পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পাত, কছাৰী, লালুং, মিকি প্ৰভৃতি জাতিৰ মানুহে হিন্দু হৈ কোৰ শ্ৰেত সোমাই ভাৰ সংখ্যা বৃদ্ধি কৰিলে। কিন্তু, সেই একে বংশৰপৰা উৱ হোৱা নামনিৰ কোচবিলাকে আকৌ কোচ বোলাৰলৈ বেয়াহে পায়; সিবিলাকে বংশ' বুলিয়ে চিনাকি দিয়ে। এতিয়া যদি চিন্ মৰি আহিছে, তথাপি কেঁচবিলাকৰ নিজৰ ভাষা আছিল, আৰু আহোৰ বাহিৰে সিৰিলাকেও বুৰী লিখাৰ নিয়ম ৰাখিছিল। কিন্তু চা গেইটৰ মতে কোচ-বুবলী অভিহিত, আৰু ভাৰপৰা আহোৰ বুৰীৰ নিচিনাকৈ এত ঘটনাৰ বৰণ তথ্য পাব নোৱাৰি। বিলি-জীৰিবংশ ৰা ক্ৰমাৎ দুৰ্বল হৈ পৰাত, বাৰভূঞাবিলাকে যেতিয়া ঠায়ে ঠায়ে ৰাজ্য শাসন কৰিছিল, তেতিয়া হাজো নামেৰে মেছ ৰা কোচবংশ এজন শাসনকৰ্তায়ে কামৰূপৰ এক অংশত এখন সৰু ৰাজ্য চলাইছিল। হাজাৰ হীৰা আৰু দীৰ নামেৰে দুগৰাকী জীয়েক আছিল। তেওঁ দুয়ে জীয়েকলৈ দৰু মেছৰ পুতেক হৰিয়ামণ্ডল নামেৰে এজন মেছবংশী মানুহ চপাই নয়। কালত হৰিয় মেছৰপৰা হীৰা আৰু বীৰাৰ জমে বিশু আৰু শিশু নামে দুটি পুত্ৰ লাভ হয়। এনে এবাদে। আছে যে এই পুত্ৰ দুটি সদাশিৱৰ বৰ অনুসৰি লাভ কৰাৰ কাৰণে, ইবিলাকত নিচেই সৰুৰেপৰা বৰ ভাগৰ লক্ষণ দেখা গৈছিল; সেই আপাহতে ইবিলাকৰ বংশৰ শিৱবংশ বুলি অনা যায়। বিশু সৰুতে এটা সামান্য গৰখীয়া ল'ৰা (১) আছিল। তেওঁ ভৰ হলত, ঐ ১৪৮ চনত, মাতামহ হাজোৰ ৰাজ্যত ৰজা হৈ নিজৰ পৰাক্ৰমেৰে ফুলগুৰি, বেজিনী, এভৃতি ঠাইৰ ভূঞাবিলাকক তলতীয়া কৰি তেওঁৰ ৰা ক্ৰমাৎ বহলাৰলৈ ধৰিলে। চাক ভূঞাৰে সৈতে যুদ্ধত বিশু এবাৰ ঘাটিছিল; কিন্তু অলপ দিনৰ পাচতে তেওঁ পুন আক্ৰমণ কৰি চাৰু ভূঞাক যুদ্ধত ঘটাই বধ কৰে, আৰু চাক ভূঞাৰ শাসনত থকা সমুদায় ৰাজ্য নিজৰ দখললৈ আনে। এইদৰে বিষৰ ৰাজ্য পূৰে বৰনদীৰপৰা পছিয়ে কৰতোয়ালৈকে ৰংল হ’ল। ইয়াৰ পাচতে তেওঁ নিজৰ ৰাজ্য ক্ৰমাৎ বহলাৰলৈ ধৰিলে। সদৌশেহত, ঐঃ ১৪৯৭ চনত, তেওঁ হিন্দুধৰ্ম আৰু হিন্দুৰ সকলো নিয়ম-কাৰণ গ্ৰহণ কৰি, • Big Edward hit sistor of sum." Page ০৪, (১) বি আল-পাচ গৰু চাৰি ফুৰে। কতো দিন বনৰ কোৰত শুই থাকে। তাতে গো সাপে ফেটু তুমি হয়া কৰি আছ। তাকে গৰয়াসৰুলে দেখি মাপেকৰ আগত ফলে, আমি বিতৰু সালে খাৰ খুলিলে। পাচে মণ্ডলে বেলে, “বৰ কোষ সুবি, ফোন বিনা সাপে কাৰ'। গা দিনে দিনে নিন কে কোন দিলো সাপে ফেট তুলি এ বি থাকে। পাচে মাপেকেও চাই দেখিলে, সেই। পাচে বিল মামি সেইমতে বলি। পালগয়াৰ গল্প লিক। কাকে কালে সেনাপতি পাতিলে। তাতে গোচৰীয়া পাকা হল। আট পালে এ কৰে। এইতে দিন গোট থাকে। গধুলি ল গৰু লৈ লৈ যায়। এতে নাহি পৰয়া ঢাপত বহি থাকে। পাচে গাও গোচৰ বিৰ ধৰিলে। মা কি প ল আলি সেলাই কৰে আট পালে ৩ নে। পাচে গলা বা টি + যা শাৰ ললে। চা খাও, কাঠ বাৰু ললে, লোহ নাইকাকৈ কাণ্ড ললে। গৰখীয়া সালে। -নেইমন মুঞ্জীৰত খুী, ১৬১।