পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ ৰূ ৩৭। চৰাইৰীয়া বৰা ৮। বেহুঠো ৰৱা ১। [কীয়া বৰুৱা ৭। আইভীয়া ফুকন ৭১। পৰ্বতীয়া ফুকন ৭২। খীয়া ফুকন ১৩। চাৰিীয়া ফুকন ৭০। ভিসমীয়া ফুকন ৭৫। আইভীয়া বৰুৱা ৭৬। পৰ্বতীয়া বৰুৱা •। নামৰূপীয়া বৰা ৮১। বহিয়াল বৰুৱা ৮২। পুৰণিমেলৰ বৰুৱা ৮৩। মাজিউমেলৰ বৰুৱা ৮৪। সমেলৰ বৰুৱা ৮৫। মাহীমেলৰ বৰুৱা ৮৬। ন-মেলৰ বৰুৱা । গাভৰুমেলৰ বৰুৱা ৮৮। কলীচেহৰ বৰুৱা ৮৯। এনাইঘৰীয়া বৰুৱা ১। লাদি ফুকন ১১। ফুল বৰুৱা ১২। পিকচাইচেটিয়া ফুকন ৭৮। গৰিীয়া ৰকৰা ৭। ভিষীয়া বৰুৱা | এই তালিকাৰ ওপৰঞ্চি নবাব, ভূঞা (১), কাকলী, বৰকাকতী, চাংকাকতী, কটকী, ৰকটকী, লৈ, বৰলৈ, দেৱলীয়া, সেৱা চলোৱা আদি বিষয় আগৰেপৰা আছিল; আৰু শেহছোৱাত কিছুমানক নকৈ পতা হৈছিল। বৰা, শইকীয়া, হাজ- বিকীয় আদিও চমুৱা শ্ৰেণীভুক্ত বিষয়া; ইবিলাকৰ গাত ঘাইকৈ টেকেলা আৰু পাইক লোৱ বাৰ আছিল। পাইক গোপন কৰাটো এটা গুৰুতৰ অপৰাধ; কোনো পাইক লেখত নোমালে, পাইক চলোৱা বিষয়াসকল সেই ৰাবে বিশেষকৈ অগৰীয়া হৈছিল। আহোমৰ সামাজিক কথা ৰংৰ আহোমৰ সামাজিক আচাৰ-ব্যৱহাৰ আদি ৰাজকীয় নিয়মে চলিছিল। আহহ পৰিয়ালৰ তাৰ ঠাল সকলো অবস্থাতে ভাল। অৰ্থাৎ ককায়েকৰ গতি ভান তায়ে সন্তানালিকৈ বয়সে সৰু হলেও, সিৰিলাকে তাজৰ সন্মান পায়; লম পুতেক নয়শত তা হলেও, নিতাও দেক (পিতা) পুতেকক কাছে বুলিব লাগে। আহোমৰ ভিতৰত এই নিয়ম এতিয়াও প্ৰচলিত। টাই জাতীয় আহোমৰ বিৰাহকাৰ্য গাজৰ এখাৰে সম্পাদিত হয়। আহোৰ তাত আৰু ‘চল বোলে। আনিকালি, লোেক নানাদি কা একান্তে সমাখা হোৱাৰ চ, ফলৰ কাৰ্য আৰুত দান কৰা হয়। কাৰ আপোন কি দুন বুৰি বা পূৰ্বপু মা না যায় না, মানে এই প নাপায়। | ১) - ই যাই, মা কৌষিক, উজি, , জেলা, মা, কেহ, আল -বিৰুন।