পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ৰাজদুৰ্গৰ পৰিধি। আলিৰ বাহিৰে কাষে-কাষে বেপাৰদিৰ দোকান-কাৰখানা; ভিতৰে আলিৰ কাৰে-কাষে নগৰীয় বাসিন্দবিলাক আৰু বিষয়াসকলৰ ঘৰ-বাৰী। এতি ঘৰৰ সমুখত ৰাজ-মালিবাটত লগাই একোখনি ফল-ফুলৰ ৰাগিচা। এই দুৰ্গ আলিৰ ভিতৰত ৰাৰ কাৰেৰ চৌপাশে মেৰাই আৰু এটা ধুনীয়া পকী আলি। তাৰ বাহিৰ ফালে কাযে-কাৰে এটা পানীৰে চপচপীয়া হৈ থকা গড়খাৱৈ। এই আলি। ৰে পৰিধি এক ক্ৰোশ চৈধ্য জৰিপ। এই ভিতৰ-গড়ৰ মাজত আলিমুখীয়াকৈ আৰু কাৰেংমুৱাকৈ দুখন-দুখন আগফালে আৰু পিচফালে ফল-ফুলৰ বাগিচাৰে সৈতে ফুকন বিষয়াসকলৰ ঘৰ-বাৰী। ইবিলাক প্ৰায় সকলোটি ৰজাৰ জোৱায়েক বা ৰাজপৰিয়ালৰ লোক। ৰজাৰ চোলং (দেৱানখানা) দীঘে ১২ হাত, পথালিয়ে ৩০ হাত। এই ঘৰৰ ৬টা; এত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ও হাতকৈ। ঘৰটিৰ ছালবোৰ আচৰিত কৌশল খটাই কাঠৰ কাৰকাৰ্যেৰে সুশশাভিত কৰা হৈছে। ভিতৰ বাৰত পিতলৰ বাও-লগোৰা ডাঙ্গৰ ডাঙ্গাপোণ শাৰী শাৰী; তাত সূৰ্য্যৰ ৰশ্মি পৰি তাৰ অপূৰ্ব্ব জেউতি চৰায়। ৰা বহা খোটালিত সমুখা-সমুখী চাৰিটা চকচকীয়া স্তম্ভ। প্ৰত্যেকটোত ১ টাকৈ সোণৰ উল আংঠি মেৰোৱা। এই খোটালিত বিতোপন চকচকীয়া পাথৰৰ শাত-থলপীয়া ভেটিৰ ওপৰত ৰাজসিংহাসন পতা হয়। তাৰ ওপৰত হৰেক ৰকমৰ সোণ, গ আৰু মূল্যবান ধাতুৰ আগঠিৰে সৈতে তৰা ৯ খলপা চাঙ্গটি-চান্দোৱাৰ। নানাবিধ বহুমূলীয়া অলঙ্কাৰ আৰু অতুলন সাজ-সমলেৰে গোটেই ঘৰটি পৰিপূৰ্ণ। তাৰ সৌন্দৰ্য্য ভাষাৰে ৰণোৱা অসাধ্য। চমুকৈ কবলৈ হলে, এই পৃথিবীত তুমি এনেকুৱা ধুনীয়া লঙ্কাৰপূৰ্ণ ঘৰ দ্বিতীয় বুলিবলৈ আন এটা বিচাৰি নাপাবা। বাৰ হাজাৰ বাঢ়ৈয়ে এবছৰে এই অট্টালিকাটি বহু প্ৰবন্ধেৰে নিৰ্মাণ কৰি উলিয়াইছিল। ইয়াকে চাই ৰজাৰ শয়ন-মন্দিৰ। ইয়াৰ সৌন্দৰ্য্যত মানুহ আপোন-পাহৰা হয়। ইয়াত বাজেও, ভালেমান আহল-বহুল সুশৃখলিত আৰু সুসজ্জিত মজবুট অট্টালিকাৰে সৈতে ৰজাৰ টোলটি জিলিকি আছে। হায়! এনেখন বিভোগন নগৰ আমাৰ সম্ৰাটৰ (মোগল সম্ৰাট) সাম্ৰাজ্যৰ ভিতৰ নহল। ” -কি, কালৰ কি বিচিত্ৰ গতি, এতিয়া সেই বিতোপন নগৰৰ চিন- মোকাম পৰ্যৰ নোহোৱাত পৰিছেগৈ। কাৰেংঘৰৰ ভগ্নাৱশেষ মানে সেই ৰজাদিনীয়। সভ্যতাৰ চিনাকি দিব লাগিছে। | ৰাচাৰী-অসম ৰাজ্য মুখকৈ শাসন কৰিবৰ অৰ্থে আহোমৰ সুগঠিত শাসন-ণালী নিবন্ধিত আছিল। শাসনৰ ঘাই ক্ষমতা ৰাৰ হাতত; কিক গোহাঞি বৰগোহাঞি আৰু বৰপাত্ৰগগাহাঞি এই তিনি না গোহাঙিৰীয়া যাই বামীয়ে বৰফুকন আৰু বৰবৰুৱা এই দুজন পালি-মীৰে সৈতে ৰাজকাৰ্য পৰ্যালোচনা মন্ত্ৰণা দিয়াৰ নীতি-নিয়ম প্ৰচলিত ছিল। সকলো লাগতিয়াল কথাত খই মন্ত্ৰী জিনিনেৰে সৈতে ৰাই পৰামৰ্শ কৰিব লাগে; আৰু ইবিলাকৰ সন্মতি নোলোৱাকৈ যাই কোনো ঘূ-বিগ্ৰহাদিও লাব নোৱাৰে। এই তিনিজনা ভাষীয়া একমত হলে, সিবিলাকে যাকে আদিৰ আৰু পাতিৰ পাৰিছিল। চৰ চাৰিজন মন্ত্ৰী বান, শদিয়াত শমিয়াখোৱা গোহা,ি মৰতি মদিখোৱা গোহাঞি, কলিয়াবৰত লাল