পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ আহোমৰ ৰজাঘৰীয়া কথা সমসাময়িক ভাৰত বুৰঞ্জীৰ কথা ঐঃ ১৭৯৮ চনৰপৰা ১৮২৮ চনলৈকে এই ভেকুৰি বছৰত “ই ইণ্ডিয়া কোম্পানীৰ তৰফে লৰ্ড ওৱেবচলি, লৰ্ড কৰ্ণওৱালিচ (২য় বাৰ), লৰ্ড মিন্টো (১ম), লৰ্ড ময়ৰা আৰু লৰ্ড আহা এই কেইজন গৱৰ্ণৰ জেনেৰে ভাৰতবৰ্ষত বৃটিচ ৰা-প্ৰতিনিধি আছিল। সেই কালত, পোনতে মোগল-পাঠান আদি মুছলমান ৰামতা অধঃপাতে যোৱাৰ ছেলে, ভাৰতবৰ্ষৰ দক্ষিণ-পছিম আৰু উত্তৰ-পছিম অঞ্চলতভালেমান ভাৰতীয়ৰাজকতাৰ পুনৰুত্থান হয়; তাৰ ভিতৰত নিজাম, মহাৰাষ্ট্ৰ, পেচোৱা-ভেচলা, হলকা, চিড়িয়া, বৰোদা গেইকাৰ, মহী, পাব, ৰাজপুতনা, অতপুৰ এইবোৰ প্ৰধান। কিন্তু সুচতু বৃটিচ প্ৰতিনিধি লৰ্ড ওৱেলচলিয়ে ভাৰতীয় ৰাজক্ষমতাৰে সৈতে “সহযোগী সফি স্থাপন কৰি লৈ, তদুভুত কৌশলেৰে এটি-এটিকৈ ওপৰত উকিউবা আটাইকেইওটি ভাৰতীয় ক্ষমতা অনতিপলমে মিত্ৰৰাজ্যৰূপে বৃটিচৰ তলতীয়া কৰিলে। তাৰ পাচত, এখন। দুখনকৈ তেওঁ আৰু ভালেমান ভাৰতীয় ৰাজ্য বৃটিচ সাম্ৰাজ্যৰ চামিল কৰি ললে। তাৰ ভিতৰত অযোধ্যা, ফক্কাবাদ, তাৰে, চুট, কৰ্ণাট এই কেইখন প্ৰধান। কিন্তু, এই যুগৰ শেহছোৱাত, আৰ্য্যচুড়ামণি পঞ্জাবকেশৰী ৰণজিত সিংহ পাবত স্বাধীন ৰজা হৈ উঠে; তেওঁৰ ৰাজমুকুটত পৃথিবীৰ সৰ্বোৎকৃষ্ট উজ্জ্বল ত্ব কহিনুৰ’ বা ‘মন্তমণি’ জিলিকিছিল। পিচে, তেওঁৰ মৃত্যুৰ পাচত, সেই অমূল্য ৰত্বই এতিয়া ইংলণ্ডত বৃটিচ ৰাজমুকুট শোভা কৰিছেগৈ। অসমত মানদিন’ হওঁতে লৰ্ড আমহাৰ্ট ভাৰতবৰত গৱৰ্ণৰ জেনেৰেল বৃটিচ ৰাজপ্ৰতিনিধি আছিল। আধ্যা-৬ আহোমৰ ৰজাঘৰীয়া কথা বানীঃ -অসমত আহোম ৰজাৰ ৰাজধানীয়ে পৃথিবীৰ সুসত্য ৰামৰ চিনাকি দিছিল। ৰাজনগৰ আৰু ৰাজধানীৰ পকী ঘৰদুৱাৰৰ আৰ্হিয়ে থাকা কাৰ্যাধিৰ চিন-মোকামে তাক ভাঠি সমৰ্থন কৰে। পৃথিবীৰ দূৰৈৰ শত ঠাইৰ কথা এৰিলেও, ভাৰতবৰ্ষৰ ভিতৰত আহোৰ ৰাজধানী আৰু আৰে নগৰ তুলনীয় বুলি জাতবৈৰীৰ কাপেও বৰ্ণনা কৰি গৈছে। এই বিষয়ে বহলাই ৰাৰলৈ এয় পুতি ঠাইৰ নাটনি। গতিকে, মিৰজাৰ অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত গুহ এখন মুছলমান কাকীয়ে পাৰ ভাষাত আহোম ৰা নগৰৰ বিষয়ে যি খপ বৰ্ণনা কৰি গৈছে, তাৰ সাৰাংশৰ ভানি মাখোন দিয়া হ'ল;-ইন মহা আলি নামেৰে সেই মুছলমান লেখকে, চকুৰে দেখি গৈ, তেওঁৰ কঠীয়া-ই ইসীমাহ’ (৮- Ibrica) নামেৰে পুৰিত বাহোম ৰজাৰ গড়াও নগৰখন এইৰে ৰাইহো- ও নগৰৰ চাৰিখন শকী দুয়াৰ। এতেখন দুৱাৰ ৰাজনৰ (কে) এ বিনি কৈ অত। নগৰৰ চৌপাশে মেৰা এটাৰ গুণ ললি। সে