পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ ৰূৰী ভগা গৰুৰ দৰে হ’ল। মানৰ দুৰ্গতি দেখি, পলাই থকা অসমীয়া জাৰিলাকেও ওলাই আহি বৃটিচ সেনাক সহায় কৰিবলৈ ধৰিলে। পিচে, হাটৰ নামে ঠাই এডোখৰত মানহঁতে উভতি ধৰাত, সিহঁতৰে সৈতে, ১৮৫ খ্ৰীষ্টাব্দত, কাপ্তান বিচাৰ্জ এখন যু, লাগে; সেই যুত মান-সেনা দুভাগ কটা গল। এভাগ নৈ পাৰ হওঁতে মাজতে নাও বুৰি মৰিল। তাৰ পাচত, বৃটিচ সেনা কমাৎ উজাই নগৰ সোমালগৈ। মান-সেনাপতিয়ে উপায় নাপাই সখি এন্তাৱ কৰিলে। বিচাৰ্ড চাহাৰেও নিজৰ ফৌজৰ গুলী-বাৰু আৰু আহাৰ-পাতিৰ নাটনি পৰাৰ আশাত সেই প্ৰস্তাৱত সম্মত হ’ল। সেই সমিতে এয়ে দি হয় যে মানতে আৰু অসম দেশত উপত্ৰৰ নকৰিব। যিবিলাক মানে দেশলৈ উলটি যাব খোজে, সিৰিলাকে যাৰ পাৰে; যিবিলাকে অসমতে থাকিবলৈ মন কৰে, সিবিলাকে শান্তভাৱে বসতি কৰি থাকি। সেই অনুসৰি, মানবিলাকৰ কিছুমান বেজাৰ মনেৰে বলৈ উলটিল, কিছুমান অসমৰ দাতিয়ে-কাষৰে ৰৈ গ'ল। ইয়াৰ পাচত, ঝটু চাহাৰে দেশত শান্তি থাপিবলৈ মন কৰিলে। চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱ তেতিয়ালৈকে ৰংপুৰতে আছিল। ফটু চাহাবৰ আদেশ অনুসৰি, তেওঁ গুৱাহাটীত বৃটিচ কোম্পানী চৰকাৰৰপৰা “মোছাহেৰা” বা পেচন ভোগ কৰি থকাটো স্থিৰ হ’ল (১); যোগেশ্বৰসিংহ স্বৰ্গদেৱ যোগঘপাত গৈ বৰ্গী হয়। পুৰৰসিংহ স্বৰ্গদেৱকে। বৃটিচ চৰকাৰৰপৰা ‘পেনচন’ ধাৰ্য্য কৰি দিয়া হয় (২)। এইদৰে, ৩ বছৰ ১০ মাহ ১৯ দিন ব্যাপী “মানৰ দিনৰ” দোৰ্যোৰ দুখৰ কাহিনীয়ে অসমত ইন্দ্ৰবংশী আহোম ৰজাসকলৰ •• বছৰীয়া ৰাজৰ অৱ পেলালে। সেই ছেগতে অসমদেশ আহোমৰ হাতৰপৰা বৃটিচৰ হাতলৈ পাৰ হয়। “ বাৰু লজি”:-কৰ্ণেল বিচাৰ্ড, আৰু কাপ্তান ৰুট চাহৰৰ হাতত অসমৰ শাসন আৰ অৰ্পণ কৰি, লৰ্ড আমহাষ্টে চাৰ আৰ্টিবল কেৰেল চাহাবক, কিছুমান সৈন্ত দি, ব্ৰহ্মদেশ আক্ৰমণ কৰিবলৈ পঠিয়ালে। ঐঃ ১,২৫ চনত, বৃটিচ সৈন্যই পো-প্ৰথমে নাৰ নামেৰে এভোৰ ঠাই অধিকাৰ কৰোতেই অসমলৈ অহা মান-সেনাপতি মিঙ্গিমাতা বলা ৰণত পৰিল। তাৰ পাচত, মান-সেনা ক্ৰমাৎ পলাই দেশৰ ভিতৰৰ ফালে পিচুৱাবলৈ ধৰিলে। বৃটিচ সেনাই ইয়াণ্ডাবু নামে ঠাইলৈকে মান-সেনাক খেদি নিলে। এখাদেশৰ ৰজাই সিমানতে বৰ ভয় পাই, ঐ ১৮২৬ চনত ২০ ফেব্ৰুৱাৰীত, সেই ঠাইতে বৃষ্টিচৰে সৈতে সন্ধি কৰে। সেই সন্ধি অনুসৰি, বৃটিচ গৱৰ্ণমেন্টে মানৰ হাতৰপৰা আৰাকান, মাটন, টেনাচেৰিম এই কেইখন ব্ৰহ্মদেশৰ ৰাজ্য লাভ কৰিলে আৰু সেই আলগতে অসমমেশ হোমৰ হাতৰপৰা বৃটিচৰ হাতলৈ খাটাকৈ পাৰ হয়। ইয়াকে “ইয়াৰু সৰি ৰোল। () অসিংহ দেৱৰ পুতেক গনকাসি। তেওঁৰ পুতে শোকাহলি। ফেশান্দি ী হোত, তেওঁৰ বিষয় যা আমিত্ৰী দেৱীয়ে ১৯২০ চনলৈকে মৃত গানে পে ভাগ কৰিলে। তেওঁৰ পাচত, এলি সেই গণ পৰিল লি লোপ পোৰ নিচিনাগৈছি আমৰাইট আছে। (২) পুৰণি অসমৰ পুতেক কালোৰি। তেওঁৰ পুতেক বলি। সে পুকে দেখছি আৰু মেসি। নিয়মৰ এতিলোপ পাচ্ছে।