স্বৰ্গদেৱ চুহিতপফা ৰা গৌৰীনাখসিংহ নিৰ্দোষী ল'ৰা-ছোৱালী আৰু তিৰোতাৰিলাকৰ প্ৰতি মানহঁতৰ পাশৰ ব্যৱহাৰৰ বিষয় অকখনীয়! মানহঁতে সৰু ল'ৰা-ছোৱালীৰ গছলৈ ফটিয়াই ৩টি পাৰি খাইছিল। গৰ্ভাৱতীৰ গৰ্ট ছিৰি সন্তান উলিয়াই ৰং চাইছিল। ল’ৰাতিৰ পিচলৈ হাত পাই শলা মাৰি ৰৈ এৰি গৈছিল! কুমলীয়া বাহ-গাজেৰে মৰিয়াই তাৰ ব্যং লগাই কিমান লেলাত ভুাই এৰিছিল। কিমান ল'ৰা-ছোৱালী-তিৰোৰু ঘৰৰ ভিতৰত সুমাই লৈ দুৱাৰ বাৰি জুই লগাই দি ৰং চাইছিল! কোনো কোনো ঠাইত বাঁহৰ চাং পাতি তাৰ ওপৰত ল'ৰা-ছোৱালী, কেঁচুৱা-পোৱাতীক তুলি তলত ধোৱা দি শান্তি দি ৰধিছিল! ইত্যাদি। মানহঁতৰ এনে উৎপাতৰ উপৰিও, কিছুমান দাতিকাষৰীয়া পৰ্বতীয় জতিয়েও লুটপাট আদি নানা অত্যাচাৰ কৰিবলৈ ধৰিলে। আনকি, পেটৰ দায়ত পৰি অসমীয়া মানুহেও মানৰ বেশ ধৰি গাওঁৱে-ভূঞে ডকাইতি কৰিবলৈ এৰা নাছিল। মুঠকৈ কবলৈ গলে, সেই দুৰ্দিনত ইতৰ জন্তুৱেও সহিৰ নলগা দুখ-কষ্ট-যন্ত্ৰণা-লোেত নিৰ্যাতন অসমীয়া প্ৰজাই ভুজিব লগাত পৰিছিল। আজিকালি “মানৰ দিন” বুলিলে অসমীয়া জনসাধাৰণৰ মানত অঘাইত অত্যাচাৰ বুলি বোধ হয়। আনৰ শ্যাম ফুকনৰ এৰাৰ”:-আহোম ৰাজ্যত নানা অত্যাচাৰ কৰি গৈ গৈ মান-সেনা বৃটিচ সীমা হাদিৰাচকী পালেগৈ। তাতে ১৮৩ খ্ৰীষ্টাব্দত ডেভি ঝট চাহাৰৰ লগত এখন ৰণ লাগিল। সেই ৰণত হাৰি মান হটিল। ৰুট চাহাবে ক্ৰমাৎ উলাই আহি গুৱাহাটী, দৰং, নগাওঁ, কলিয়াবৰ এইকেইখন ঠাই দখল কৰি, ১৮২৫ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে মানৰ শ্যাম ফুকনৰপৰা ‘একৰাৰ লৈ ৰংপুৰ নগৰ সোলগৈ। (১) | হাটবৰৰ ৰণঃ- দেশত মানৰ সম্পূৰ্ণ অধিকাৰ চলিব দেখি, পুনঃ ৰাজপাটলৈ আশা কৰি, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে অকলশৰীয়াকৈ ৰংপুৰ সোমাই মান-সেনাপতিৰ লগ লৈছিলগৈ। কিন্তু তেওঁৰ এই আশাত গুটি নধৰিল। মানহঁতে তেওঁক ৰংপুৰতে মোগান দি বন্দী কৰি ৰাখিলে। ইয়াৰ পাচত, মানহঁতৰ মন দোপত-দোপে উঠিবলৈ ধৰিলে। সিহঁতে অসম দেশৰ লগত চামিল কৰি লবৰ মনেৰে, খঃ ১৮২৩ চনত, কাচাৰ ৰাজ্য আক্ৰমণ কৰিলেগৈ। কাছাৰৰ ৰজা চৰজিতসিংহই সেই আক্ৰমণ সহিব নোৱাৰি বৃটিচৰ শৰণাগত হলগৈ। বৃটিচ গৱৰ্ণমেন্টে মানদাৰ সেনাপতিক কাৰ আজমিৰলৈ হাক দিলে। কিন্তু, মানহঁতে তালৈ কটাহি নকৰি ক্ৰমাৎ আগুৱাবলৈহে ধৰিলে। সদৌশেহত, বৃটিচসিংহৰ গাতত মানতে হাত দিলেগৈ; চট্টগ্ৰামৰ ওচৰত ইংৰাজৰ খাচ- দখলৰ চাহপুৰ নামে এড়োখৰ ঠাই সিহঁতে বলেৰে দখল কৰিলেগৈ। বৃটিচ গৱৰ্ণমেন্টে ইয়াৰ আগৰেপৰা অসমত মানহঁতৰ অমানুষিক অত্যাচাৰৰ বিষয়ে বাৰ্তা পাই আছিল। এইবাৰ নিজৰ গাতে হাত পৰাত বৃটিচসিংহ গৰজি উঠিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড আহায়ে, ঐ: ১৮২৪ চনত মানৰে সৈতে যুদ্ধ কৰিবলৈ আদেশ দিলে। সেই আদেশ অনুসৰি, ৰুট আৰু মেমৰিণ চাহাৰে লগত কিছুমান সৈন্ত লৈ, দুয়ো দুফালৰপৰা মানক বেৰি ধৰিলেগৈ। মানহঁতে সেই আক্ৰমণ সহি নোৱাৰি উজাই পাৰলৈ ধৰিলে। বৃষ্টি সেনা ডেগ বুজি সিহঁতক পিচে পিচে গেছি নিলে। সেই খোত মানৰ সেনা শাক (১) যিকা বৰ আমাৰ ৰুগী”, “পৃ।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই