পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বৰ্গদেৱ চুহিতফা বা গৌৰীনাখসিংহ দুচোৱা দুৰ পুতেকৰ খবৰ:-চকাসিংহ স্বৰ্গদেৱ নিচেই কুমলীয়া বয়সতে ৰজা হোৱাৰ কাৰণে, ভালেমান দিনলৈকে তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাৰীয়াৰ ওপৰতে নিৰ্ভৰ কৰি সুকলমে ৰাজপাট ভোগ কৰিছিল। সেই সময়ত তেওঁ আন আন ল'ৰা-ছোৱালীৰ লগত ৰং-ধেমালি কৰিয়েই কাল কটাইছিল। যেতিয়া ডেকা হলহি, তেতিয়াও স্বৰ্গদেৱে সকালৰ লগৰীয়াবিলাকক নাপাহৰিলে। সেই আপাহতে ভুত নামেৰে কুকুৰাচোৱা বৰাৰ পুতেক শতনাম তেওঁৰ বৰ খাটনিয়াৰ আৰু প্ৰিয়পাত্ৰ হৈ উঠে। স্বৰ্গদেৱৰ অনুগ্ৰহত এই শৰাম লাহে লাহে চাৰিীয়া ফুকনৰ পদলৈ উঠিল। ৰজাৰ লাই পাই, ইয়াৰ পাচত শতৰমৰ মন দোপত দোপে উধাবলৈ ধৰিলে। আনকি, মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাদৰীয়াৰ ক্ষমতাৰ ফালেও শতৰামে ঈৰ্ষাৱে চকু দিয়া হলগৈ; আন আন ভাঙ্গৰীয়া বিষয়াসকলক যে তেওঁ গণিতা নকৰই হ'ল। শতৰামে যিমান পাৰে বুঢ়াগোহাঞি ভাজৰীয়াৰ বিপক্ষে নানা তৰহৰ লগীয়া কথা লগাই, লাহে লাহে ৰজাক ভাৰীয়াৰে সৈতে আতৰি কৰিবলৈ ধৰিলে। দুৰণী পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই ইয়াৰ সম্ভেদ পাই, ৰজাক সাৱধান কৰিবৰ অৰ্থে, সকলো কথা ৰাজমাও আইচুদেৱত জনাই থলে। পিচে, শতৰামে তাৰ গম পাই, পাচলৈ দেখাদেখিকৈয়ে ডাক্ষৰীয়াৰ বিপক্ষে শৰিবলৈ কঁকালত টালি বাজিলে। ইফালে চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱ ৰজা হোৱাৰ বছৰেকৰ পাচতে, খ্ৰঃ ১৮১২ চনত, কশিয়াভোমোৰা বৰফুকন মৃত্যু হোৱাত, প্ৰথমতে তেওঁৰ ককায়েকক, পাচত বদনচত্ৰক বৰফুকন পতা হয়। ইয়াৰ অলপ পাচতে, বদনচন্দ্ৰৰে সৈতে বুঢ়াগোহাঞি ভাঙ্গৰীয়াৰ কোনো ঘৰুৱা কথাপ্ৰসঙ্গত মনান্তৰ ঘটে। সেই আপাহতে ৰদনই ভাঙ্গৰীয়াৰ অহিত চিন্তি, শতমৰ ষড়যন্ত্ৰত যোগ দিয়ে। ৰজাৰ বলতে শতনামক অকলেই ৰাইখনও বলে নোৱাৰে, তাতে বদনচন্দ্ৰ বৰফুকনৰ বল পাই মহামন্ত্ৰী পূৰ্ণাঙ্গ বুঢ়াগোহাঞি ভাজৰীয়াক শতনামে তৃণ এভালৰ সমাননা নগণা হল- ভাৰীয়াক নানা প্ৰসঙ্গত ৰজাৰ আগতে অপমান কৰিবলৈ ধৰিলে। সাগৰ যেন গভীৰ-গম্ভীৰ প্ৰকৃতিৰ সুদূৰদৰ্শী ৰাজনৈতিক মহাপুৰুষ মতিমান পূৰ্ণান বুঢ়াগোহাঞি মহামন্ত্ৰী ভাঙ্গৰীয়াই স্থিভাৱে ভাবি চালে যে ৰজাক এইদৰে হাৰ মুঠিত লব লাগিলে, শতৰমে ৰাজ্যত মহা অমঙ্গল ঘটাব। এই ভাবি, তেওঁ আন আন ভা-ভাৰীয়া ফা-ফুকন আৰু বৰুৱা বিষয়াসকলৰে সৈতে মন্ত্ৰণা কৰি, এদিন একা ভাৱে তিনিওজনা ভাঙ্গৰীয়া শতৰামৰ বিৰুদ্ধে জাৰ চৰাত ৰহিলগৈ (১)। তাৰ পাচত, বিচাৰত শৰামক দ্ৰোহী বুলি থিৰাং কৰা হয়। তাৰ লগতে, সেই ম্ৰোহত বোগ দিয়া আন আন সকলোকে সমুচিত জণ্ড বিহি, শতৰামক দেশাৰ কৰা হয়। ৰাজজোহীৰ ভিতৰত বহুত ভাৰ ভাগৰ বিষয়াৰ ল'ৰাও পৰিছিল। সেই কাৰণে, সেই সময়ত উজনিত এখন ভয়ানক হলফুল লাগিছিল। এই বিদ্ৰোহকে বুকুৰাচোৱা ভূত পুতেকৰ খৰৰ বুলি জনা যায়। না, এয়ে অসমলৈ মান না কাৰ্যৰে অতিৰি॥ | (১) জাগায়কি, গোহাঞ্জি, পাগোজি এই খিনিৰ তা একে সময়তে যাৰ মাত লগ আৰু এ বি এলাকা হতে এলে; সতেনাতকোধিকবকে।