, অসমৰ বুৰঞ্জী কৰিলে। তেকাফুকনে ‘পাঁচ ফুম্পানি’ আহোম চিপাহী লৈ মৰাণ মাৰিবলৈ খেদি গল। মৰাণ আৰু চিংফৌহঁতেও ফেৰ পাতি ধৰাত, বেংমৰা চাপৰিত এখন আময়া ৰণ লাগিল। পাচে, চিপাহীৰ গুলীৰ আগত ঠাৱৰিব নোৱাৰি, মৰাণ ভাগি গৈ নামৰূপত সোমাই, মটকত চিংফৌৰে সৈতে মিলি বল। আহোম ফৌজে খেদি গৈ তাতে এখন ৭ দিলে। মৰাণ-চিংফৌ দুয়ো দুদী হৈ দুফাললৈ ভাগি পাল। মৰাণ ৰাইজ ভাগি ঘৰ-বাৰী এৰি হাবি সোমাল। আহোম চিপাহীয়ে সিহঁতক হাবিতে যেৰি ধৰিলেগৈ। সেইখিনিতে, মনৰ বেগত, পাঁচোটামান মৰাণৰে সৈতে ওলাই আহি, মৰাণৰ তৰথি বই হাউহি মাৰি ধৰিছিলহি। এনেতে, যোগসিং চিপাহীয়ে গুলী দিলে। ভথিৰ কৰণত গুলী লাগিল। তথাপি, পিচমুখ নকৰি ভৰথিয়ে হিলৈত খামোচ মাৰি ধৰিছিলহি; পিচে; সিমানতে চিপাহীয়ে তেওঁক চাঙ্গিনেৰে খুচি মাৰিলে। এই ৰণৰ ফলত মৰাণত মূৰ দাঙ্গিব নোৱাৰাকৈ বশ হ ল। (১) পানীমুৱাৰ খবৰ:-১৭২৪ শকৰ ফাগুন মাহত লক্ষীমপুৰীয়া জাবৰে বীতিয়ামতে প্ৰৱৰ্তি, কিছুমান বিষয়াৰে সৈতে লগ-লাগি স্বৰ্গদেৱক দ্ৰোহ চিন্ডিব খুজিছিল। সেই লালসৰ লোক,-মিৰি-সন্দিকৈৰ দোলাধৰীয়া বৰুৱা, চাওভাং খেলৰ লেফেৰাৰ ঘৰৰ চাওডাঙ্গৰ বৰুৱা, মৰাণৰ গোহাঞি বৰুৱাৰ ঘৰৰ তিপমীয়া ফুকন, জৰাধৰ খেলৰ জৰাধৰা বৰুৱা, বাকলি চাংমাই খেলৰ চাংমাই খুটিখোৱা, হৰগৌৰীৰ দেৱলীয়া ওজা লিগিৰা হালোৱা, কলিতা হাজৰিকীয়া, মলপুৰচাৰ লিগিৰা লুটুম, মনৰ হাজৰিকীয়া, লেং হাতীমূৰীয়া, কটকী বৰ, বৰবৰুৱাৰ মোৰ লিকচন বৰা কৃষ্ণাই, আনো আনে পাঁচশ মানুহ। এই সবাৰৰ উপৰি গজপুৰীয়াৰ খেলৰ পানীমুৱা নেতা। পানীমুৱাই ৰাহুলৰ ফৰে পোনেই স্বৰ্গদেৱৰ বাহৰত জুই দিবলৈ আহোঁতে তাক তাতে ধৰি বন্দী কৰা হয়। তাৰ পাচত, আচত থকা লোকবিলাক ধৰাই আনি পানীমুৱাৰে সৈতে একলগে | বিবিধ বিধানেৰে বধ কৰা হয়। সেই সময়তে কাটনিপাৰৰ মহন্ত ৰাহ্মণ নন্দক ৰীতিয়া মতে প্ৰৱৰ্তা বাবে গাধত তুলি মদ ঢালি আপচু কৰি খেদা হয়। (২) , কটকী-তোল:- দেশত শান্তি বিস্তাৰ স্থায়ী কৰিবৰ উদ্দেশ্যে মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাক্ষৰীয়া মহামন্ত্ৰী মন্ত্ৰণামতে স্বৰ্গদেৱে মিত্ৰ আৰু কৰ-কাটলীয়া ৰজা- সকলৰে সৈতে সন্দেশ-পত্ৰ দিয়া-দিয়ি কৰি, কটকী ভোলা ব্যৱস্থাত ধৰিলে। সেই অৰ্থে, গোটৰ ৰা, জয়ন্তাৰ ৰজা, কছাৰী ৰা, মুকাৰ ৰা এই সকলৰ লশে-পত্ৰই সৈতে কটকী-তোলা কাৰ্য বৰ্গদেৱে স্বয়ং আৰু বুঢ়াগোহাঞি ডাৰীয়াৰ জৰিয়তে সম্পাদন কৰে। তাৰ খাই সদৌ ৰাজৰাজোৱাৰৰ পৰা সম্ভাৱ-সম্প্ৰীতি লাভ হোৱাত দেশজুৰি শান্তি বিস্তাৰিত হয়। (৩) ‘ভোগদৈ’ নাম উৎপত্তি-কহাৰী, ভগনীয়া, মৰাণ ৰাৰ মোৰীয়াৰ সম্মিলিত ৰণ-বিদ্ৰোহৰ পাচত, যেতিয়া সিইতে স্বৰ্গদেৱত ৰৰিলেহি, তেতিয়া সেই গীতি বায়ী কৰিৰ অভিপ্ৰায়ে, ভৌগোলিক নীতি অনুসৰি, মহামতি পূৰ্ণানন্দ বুঢ়াগোহাবি (১) বিল-ভূখুলবু ১২-১৮২ পৃ। (২), (৩) বিল-“দীয়া মূয়ী ১,১০৫, ১০০ ।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই