পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


স্বৰ্গদেৱ চুহিত ৰা গৌৰীনাখসিংহ ফোফাই নামেৰে এটাক সেনাপতি পাতি লৈ, মুঠ জি স্বৰ্গদেৱক দ্ৰোহ আচৰিলৈ যড়ষ্য কৰি, তাৰেপৰা মধুৰাম বৈৰাগীক বঙ্গাললৈ পঠাই বৰকাৰী বঙ্গাল চিপাহী কিছু অনাই লগত লৈ গাওঁ আদিছিল; স্বৰ্গদেৱে এই বিদ্ৰোহৰ সভেদ পাই, গুৱাহনীয়া ডেকাফুকনক কিছুমান চিপাহীৰে সৈতে উজাই আহি ফোফাইক ধৰিবলৈ আভা দিলে। সেইমতে ফুকন উজাই আহি উত্তৰে ভৰলী পাওঁতেই বাচকটীয়া বিদ্ৰোহী দলে ভটিয়াই গৈ ভৰলী কোষতে ফুকনৰে সৈতে ৰব পাতিলে। পিচে, ফুকনৰ পৈণত চিপাহীৰ বন্দুক গুণী খাই ৰব নোৱাৰি বাচকটীয়াবোৰ ভাগি গৈ আকৌ বাচটাত মুঠ ধৰিলেহি। তাৰ পাচত, স্বৰ্গদেৱৰ আদেশ মতে, কুৱৈগা মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাঙ্গৰীয়াই শান্তি স্থাপনৰ অৰ্থে উত্তৰপাৰলৈ গৈ, বৰসেনাপতি ফোফাইকে মুখ্য কৰি, বিদ্ৰোহীবিলাকক বুজালেগৈ ৰণ নকৰিবৰ কাৰণে। কিন্তু সিহঁতে নামানিলে। গতিকে, সেনাপতি ফোফাইক ধৰিবলৈ ভাঙ্গৰীয়াৰ আজ্ঞা হ’ল। সেই মতে ‘দুই কুনি’ চিপাহী গৈ ফোফাইক গুলীয়াই মাৰি, আনো বিদ্ৰোহী বিলাকক ধৰি আনি ভাগৰীয়াৰ আগত দিলেহি। মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাঙ্গৰীয়াই দোষীক সমুচিত ও বিহি ৰাজ্যৰ সেই অঞ্চলত শান্তি স্থাপন কৰিলে। ” (১) | মোৱামৰীয়াৰ পুনৰ্লোহ -১৭২• শকত তলে-তলে লঙ্কৰ কছাৰী, ভগনীয়া এনে কিছুমান মানুহৰে সৈতে লগলাগি মোৱামৰীয়াই পুনঃ হে আচৰিবলৈ ষড়যন্ত্ৰ কৰাৰ সম্ভেদ পাই, স্বৰ্গদেৱৰ আজৰে বুঢ়াগোহাঞি ডাক্ষৰীয়াই গুৱাহাটীৰপৰা আহোম চিপাহী ফৌজৰে সৈতে গুৱাহনীয়া ডেকাফুকনক অনাই চকীহাটত মোৱামৰীয়াৰ লগত ৰণ দিবলৈ পঠিয়ালে। সেই মতে ৰ লাগিল। ৰণত ঠাৰিব নোৱাৰি মোৱামৰীয়া ভাগি পলল। মোৱামৰীয়াৰ নেতা পীতাম্বৰ ঠাকুক ধৰাই আনি ধুটিয়াপোত নৰ- বন্দীকৈ ৰখা হ’ল। পলৰীয়া মোৱামৰীয়াবিলাকেও খাৰলৈ নাপাই ৰব নোৱাৰি হাবিৰপৰা ওলাই ভাদৰীয়াত ৰৰিলেহি। ডেকাফুকনে আকৌ ভটিয়াই আহি, আনো-আনন। কছাৰী, লঙ্কৰ, মোৱামৰীয়া, ভগনীয়া, বিদ্ৰোহীবিলাকক ধৰিবৰ মনেৰে কলং পাৰ হৈ কছাৰীগাওঁ সোমই তাতে কোঠ কৰি ৰল। তাৰ পাচত, বাঁহৰৰীয়াৰ কটকী ধীৰেশ্বৰৰ মূখে ভাদৰীয়াৰ আদেশ পাই, গুৱাহাটীৰপৰা আৰু এটা আহোম ফৌজে লাগৰ ৰাটেনি সোমাই তেকাফুকনৰ লগত যোগ দিলেহি। এনেতে, মোৱামৰীয়া বিষোধীকালে চাংকীলৈকে খেদি আহি ৰণত ধৰিলে। এ আয়াকৈ চলিল। অন্তত মোৰামৰীয়া পৰান্ত হৈ পলাল। ডেকাফুকনে বৰথললৈকে সিহঁতক খেদি, গাওঁ-ই জুই লগাই গুৰি, লঞ্চ, কছাৰী, মোৱামৰীয়া, ভগনীয়া এনে মানুষ কিছুমান ধৰি আনি বন্দী কৰিলে, কেবোৰ ভাগ খাচপুৰ আৰু জয়ন্তীপুৰত সোমালগৈ। এই ৰণত ফলাফলত মোৱা- মৰীৰিক মূৰ দাবি নোৱাৰাকৈ পৰিল; দেশত শান্তি স্থাপিত হল। (২) এ-চিংফৌৰ ৰণ আৰু তৰবি ৰাৰ পতন:-১৭২৩ শকত, মৰাণৰ গোহাঞি কৈীয়া ডেকান উজনিৰ আগৰ জিৰৰ নিমিত্তে মেৰে মাল | (১ যিল-“ (২) মিল-“ং কী বু ” ১১,১৫০। যু, ১১, ১৫০ পৃষ্ঠা।