পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮ অসমৰ মূখী লাই সন্দিকৈৰ ঘৰৰ বাৰমুৱাক নাওবৈচা ফুকন ইত্যাদি নতুনকৈ কিছুমান আহোম বিষয় পতা হল। (১)। | যিহং বা কলিতাফুকনৰ বিদ্ৰোহ-মৰাণ বিদ্ৰোহৰ সময়ত মিহং নামেৰে নাৰায়ণপুৰত এজন কলিতা বিষয়া আছিল। তেওঁ মৰাণ-মনত ৰৰ কাম দিছিল। সেই কাজুৱা গুণৰ বাৰেই বৰ্গদেৱে ভাৰীয়াসকলৰ কথা মতে তেওঁক ফুকন পাতে। আদিতে তেওঁ বৰগোহাঞি মেলৰ বিলতীয়া পাইক আছিল। সেই আপাহতে কলিতা- ফুকন অৰ্গদেৱৰ ওচৰত অতি বল্পত খাটনিয়াৰ হৈ উঠিল। ভাৰীসকলক তেওঁ গণিতাকে নকৰা হ'ল। পিছে, তিনিওনা ভাঙ্গীয়াই একেলগে ৰচনাত বহি গোচৰ কৰাত, স্বৰ্গদেৱে ঐ ১৭৭৪ চনত কলিতাক ফুকন ভাজি লোহিতৰ উত্তৰ পাৰে তামোল বাৰীত থোৱালে। কলিতাই বিস্তৰ কাকুতি কৰিও ডাঙ্গৰীয়াসকলৰপৰা মাডিকা নাপালে। শেহত, কলিতাই বিদ্ৰোহৰ ষড়যন্ত্ৰত ধৰিলে। তাতে কোনো কোনো ভগা-ফুকন বৰুৱাৰ ল'ৰাও সোমালগৈ। ৰাঘৰীয়া টেকেল। গলেও ধৰি ৰখা হয়। গতিকে, অগত্যা, কলিতা-ফুকনৰ বিৰুদ্ধে অভিযান পঠাবলগীয়া হ'ল। ৰাজকীয় সেনাই গৈ বেৰি ধৰাত কলিতা পলাই কেচামাটি পৰ্বতত সোমাল গৈ। তাৰপৰা ধৰি আনি কলিতাক বন্দী কৰি থোৱা হয়। বাপেক-পুতেক দুইকো বন্দী কৰা হৈছিল। মিহঙ্গে কুটু-কৌশলেৰে বন্দীশালৰপৰা পলাই যাওঁতে ঢেকেৰেজুৰি নামে ঠাইত ধৰা পৰিছিল; কিন্তু কোনো কৌশল কৰি তেওঁ তাৰপৰাও এৰাই গৈ ভফলা-পৰ্বতত উঠিল গৈ। পিচে, ডফলাহঁতে আশ্ৰয় দিবলৈ মান্তি নোহোৱাত, মিহং ভটিয়াই যাবলৈ ওলাইছিল; এনেতে ৰাজকীয় সেনাই ধৰা পেলাই বাপেক-পুতেক দুইকো সাজোৰ লগাই নগৰলৈ আনিছিল, এনেতে বাটতে ৰাতি চোৰে কাটিলে। * মৰাণৰ বিতীয় বিদ্ৰোহ-প্ৰথমবাৰ মৰাণ-বিদ্ৰোহ উঠাৰ আগতে কুণ্ডিলত বাহৰ এখন সাজিবলৈ ৰাজকীয় মানুহ হাজাৰদিয়েক লগোৱা হৈছিল; প্ৰথম বিদ্ৰোহ ফলাফল শুনি, হাতীচুদি মৰাণে সেই মানুহ ফলকৈ কাটিলে; কিছুমান এৰাই আহিল। সেই আলমতে ৰজাৰ গোলাগ ভাঙ্গি অলঙ্কাদি অনেক বয়-বস্তু মৰাণে লুটি নিলে। সেই সংবাদ পাই, স্বৰ্গদেৱৰ আদেশ অনুসৰি, ন-ফুকন, গায়সোধা-ফুকন আৰু ভগা- দুৱলীয়া ফুকন এই তিনিক সসৈন্যে মৰাণৰ লগত ৰণ দিবলৈ পঠোৱা হয়। ৰণ টান। সিবিলাকে বলে নোৱাৰা যেন দেখি, নগৰলৈ বাতৰি দিলে। পিচে, স্বৰ্গদেৱে তিনিজনা ভাঙ্গৰীয়াৰে সৈতে সমালোচন কৰি, মহামন্ত্ৰী কুঁগৈঞা ঘনশ্যাম বুঢ়াগোহাঞি ডাৰীয়াক বিপুল আয়োজনেৰে ৰণত যোগ দিবলৈ পঠিয়ালে। আগেয়ে যোৱা ফুকন সেনাপতি- সকলৰ ওপৰত ঘাই সেনাপতি হৈ, ভাঙ্গণীয়াই ৰণত যোগ দিলেগৈ। পোনেই হোলোলাগুৰীয়া মৰাণ গাওঁ, তাৰ পাচত সচকৰী, বৰচকৰীভৃতি গাওঁ মাৰি আৰীয়াই আশিৰ্কেকুৰীত গড় দি ৰ'লগৈ। মৰাণ ভাগি হাৰি সোলগৈ। শেহাতত মৰাণে খাবলৈ নাপাই ওলাই আহি আপুনি বৰিলেহি (২)। ইয়াৰ পাচত, (১) মিল-অলা মুৰবাৰ “দুখুৰীয়া যুঞ্জী- পৃষ্ঠা।

  • যিল-Sir Award Get's "Eitory of Asson, p 103.

(২) মিল- কানু, ৭৩, ৭০, ৭৫ পৃষ্ঠা।