পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


স্বৰ্গদেৱ চুখংফা ওফেসিংহ আহোমৰ চেতন-“ইমানতে আহোমৰ চেতন উদয় হ’ল। স্বৰ্গদেৱৰ লগ নেৰা ভং-ডাঙ্গৰীয়া, ফা-ফুকন, বৰুৱা-ৰাজখোৱা সদৌ বিষয়াই মণ মাৰি নগৰ উদ্ধাৰ কৰিবলৈ গুৰুষৰলৈ চাই অঙ্গীকাৰ কৰিলে। সেই আলোচনা মতে, প্ৰথষতে ৰাষ মৰাণক ধৰিবৰ কাৰণে, শোকন লগত দি, যাদৱ তামুলীৰ পুতেক মাইক পাচিলে। ৰামকৃষ্ণায়ে গুপুতে মগলু কুঁৱৰী বুনয়নীৰে সৈতে আলচ পাতিলে। ” (১) কুনয়নীৰ হাতত ৰাৰ-ব্যঃ-“এইৰূপে আলচ কৰি, ১৬৯২ শকৰ বহাগৰ সংক্ৰান্তি দিনা, ৰামকৃষ্ণায়ে বছা বছা মানুহ লৈ ৰাঘৰ ভিতৰ দুৱাৰত ৰলগৈ। ৰাই বাৰ্তা পাই, বলে, ‘শশুৰ মূৰিৰ গোবিন্দ গাওঁবুঢ়া সেনাপতি, চেকণী-কোবোৱা ৰণুৱা আহিছে। এই বুলি শৰায়েৰে তামোল-পাণ লৈ আগবাঢ়ি ওলাই আহিল। পাচতে, কততবোৰ তিৰতাৰ হাতে হাতে দা দি, মণিপুৰী আইকুঁৱৰী কুনয়নীয়ে পিচ লাগিলে। এনেতে, ৰামকৃষ্ণায়ে মাত লগালে। তেওঁৰ মাত বুজি পাই, সেই ছেগতে কুৰঙ্গনয়নীয়ে ৰাঘৰ ফানিত তৰোৱালেৰে ঘা মাৰিলে; ৰাথ হাথুৰি খাই পৰিল। পৰেতেই ৰামকৃষ্ণায়েও এধাপ মাৰিলে। তাৰ পাচত, লগৰীয়াবিলাকে আধামৰা ৰাঘৰ নানা শান্তি দি বধিলে। ” ৰাধা-হত্যা :-“ঘবৈৰী মানুহেই গৈ হৰ-গৌৰীৰ দ’লত বেৰি ধৰি ৰণচণ্ডী ৰাধাক ধুচি মাৰিলে। তাৰ পাচত, সেই মানুহেই হাতীৰে বৰদুৱাৰ ভাঙ্গি দাৰিকা- দুৱাৰেদি গড় সোমাই ৰমাকান্ত ৰা ধৰিবলৈ চোচা ললে। পিচে, খোদে সৰকি ৰমাকান্ত পলাই গ'ল। ” (২)। | কী বখ। -ইয়াৰ আগতে, গুৱাহাটীত মৰাণ-মৰাৰ আয়োজনৰ গম পাই ককুণীয়ে তাত ৰণ দিবলৈ যাত্ৰা কৰিছিল। পিছে, ৰংপুৰৰপৰা পঠোৱা স্বৰ্গদেৱৰ ফণীয়। ধনেশ্বৰ বৰকটকী গুৱাহাটীলৈ গৈ, মৰাণৰ কাড়ী-বৰফুকন সমন্বিতে মৰাণ-বিষয়াৰিকক বেৰি ধৰি মাৰি, একেলগতে ৰণচণ্ডী’ কুণীকে বধ কৰিলে। (৩) মোৰা মৰাণৰ মৰ:-পাচে, পটীয়া ৰমাকাত ৰজাক ধৰিবলৈ ৰাজকীয় সেনাই পিচে পিচে খেদিলে। পিচে, কচুদপত ৰাপেক-পুতেক দুয়ো ধৰা পৰিল। তাৰপৰা আনি ৰংপুৰ নগৰত নাহৰ খোৰা মৰাণ আৰু পুতেক মাকান্ত ৰজাক নানা শান্তি দি বধ কৰা হ'ল। (৪) | ৰুৰ ইয়াৰ-এই অনুক্ৰমে মৰাণ মাৰি ৰংপুৰ নগৰ উৰ কৰা হ'ল। তাৰ পাচত, ফুৱৈগঞা বুঢ়াগোহাঞিৰ ঘৰৰ ঘনশ্যাম গোঞিহাজৰিকীয়াক মূখ্য কৰি, কন, ব-বিষয়, বৰ-বৰুক সমধিতে অনেক লোকন গৈ সলাত তুলি ধ্বগতে লীসিংহ জয়সাগৰৰ বৰ'লৰপৰা মহা আড়ম্বৰেৰে নি পুনঃ ৰাজপাটত বহুৱালে। সেই দিনাই ৰকতিয়ালৰ ৰাজনেওগৰ পুতেক আসেন বৰবৰুৱা, ৰা বৰগোহাঞিৰ পুতে বাইক বৰগোহাঞিৰ, ফুৱৈগ বুঢ়াগোহাঞিৰ ঘৰৰ ঘনশ্যাম গোহাঞি- হাৰিকীয়াৰ বুঢ়াগোহাঞি ভাৰী, মৰাণ পাত কৈ বৰপাত্ৰগোহাঞি তাৰী, (১)-মা দুবাৰ খুৰীয়া ৰুজী,,, পৃষ্ঠা। (২, ৩, ৫) মিল-

- ১,০৯, পৃষ্ঠা।