পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


০ স্বৰ্গদেৱ চুখংকা ওৰফেসিংহ নোৱাৰা হ'ল। সৈন্যবিলাকে ভাতৰ অভাবত ঔ-টো, টেকিয়া, কচু, কাক-গাজ খাই আঠু ভাজৰ হৈ অগ্ৰহণীত পৰি মৰিবলগীয়া হ'ল। ইহাতে, সেই ৰণত ৰাঘৱ মৰাণৰ ৰাধা আৰু কুণী নামেৰে দুই ঘৈণীয়েকেও পুৰুষৰ লগত ঝাড়-ধনু লৈ ৰণ দিছিল। এই তিৰোতা দুগৰাকী বৰ চতুৰা আছিল। আক, গুপুতে ৰণৰ কৌশল অনাৰ কাৰণে, সিবিলাকৰ গাত কেৱে ধনুৰ কঁাড় কিম্বা হিলৈৰ গুলী লগাৰ নোৱাৰিছিল। সেই আপাহতে ৰাজকীয় সৈন্যৰ মাজত বিপক্ষৰ কোনোবা চোৰাংচোৱাই এনে অনৰৱ দুশি দিলে যে ৰা কুণীয়ে আঁচল পাতি উৰি অহা বন্দুক গুণী ধৰে;-সাক্ষাৎ বণচণ্ডীয়ে ৰাধাক্সিণীৰ ৰূপ ধৰি আহোম সৈন্যৰ লগত ৰ দিছেহি। এই কুসংস্কাৰ তয় বিৰণি পৰাত, ৰাজকীয় সেনা তয়ত ভাগিবলৈ ধৰিলে (১); আৰু নিঃসহায় সেনাপতি ফুকনক মৰাণে বন্দী কৰি থলে নি। তাৰ পাচত, বাজাজৰে সৈতে বিস্তৰ সৈন্য-সামন্ত গোটাই লৈ, বৰবৰুৱা নিজেই ৰণলৈ ওলাল। কিন্তু, প্ৰথম হেঁচাত কৃতকাৰ্য হৈ উৎসাহিত হৈ থকা মৰাণৰ বিষম আক্ৰমণত সৰহ পৰ ঠাৱৰিব নোৱাৰি ৰাজকীয় সেনাবিলাক ভাগিবলৈ ধৰিলে। বৰবৰুৱা শত্ৰুৰ হাতত বন্দী হ’ল। মোহনমালা গোহাঞিদেৱে পূৰ্বৰ শত্ৰুতা মনত কৰি, ততালিকে কীৰ্বিচন্দ্ৰ বৰবৰুৱাক নিজ হাতে বধিলে। তাৰ পাচত, বৰৈদুৱলীয়া পানীফুকনে মৰাণৰে সৈতে প্ৰাণটাকি যুঁজিবলৈ ধৰিলে। বিস্তৰ কঁড়ি- ঋড়ি লাগিল; এনেতে ফুকনৰ কঁাড় ঢুকাল, ফুকন ৰণত পৰিল (২)। ৰণত জিনি মৰাণে নাহ খোৰা মৰাণৰ পুতেক মাকান্তক ৰজা পাতি, ১৬৯১ শকত (১৭৬৯ খ্ৰীষ্টাব্দত) আহোমৰ আঠচুকীয়া মোহৰৰ সলনি তেওঁৰ নামেৰে নচুকীয়া মোৰ মৰলে; নাহৰ থোক ‘দেওগোগাই’ আৰু ৰাঘৱ মৰাণৰ বৰবৰুৱা পাতিলে (৩)। মৰাণ ৰণত জয়লাভ কৰি, আনত মতলীয়া হৈ, সিবিলাকৰ প্ৰধান সহায়কাৰী আই সেনাপতি মোহনমালা গোহাঞিদেৱৰ ফালে একেবাৰে পিঠি দিলে। সেইকথাত মৰ্মান্তিক যোৰ পাই, মনৰ ধিত মোহনমালা গোহাঞিদেৰ গুৱাহাটীৰ ফালে ভটিয়াই গুচি গলগৈ। মালিউ গোহাঞিদেৱ আৰু সৰু গোহাঞিদেৱক মৰাণে বিহ খুৱাই মাৰিলে। ৰাজকীয় সেনাৰ পৰাজয় নি, বৰ্গদেৱে ভাৰীয়া সকলেৰে সমালোচন কৰি, নগৰ এৰি গুৱাহাটীলৈ ভটিয়াই যোৱাটো স্থিৰ কৰিলে। সেই অনুসৰি, ১৬৯১ শৰ আঘোণ ৮ দিন যাওঁতে, অৰ্গদেৱ লীসিংহ সোণাই নৈৰ বাহৰ পালেগৈ, আৰু পাৰ (১) যাৰ টেৰুেলা গণ চোৰাই যাৱা দিলেছি, বোলে, “যাভীচুক্তি নবাণে অশীতি মতে এৰিা , বৰৱ পাতি, ঘৰতীয়া তুলি ধাশী পাতি, আধুৰী নেল পাতি, যশ উলিয়াইলা ঘৰৰকৰাৰ “তুংখুয়া বুৰঞ্জী”, ৫৭ পৃষ্ঠা, ১৮ ছো। | ( বাণৰ বিশ্ৰাহ সংক্ৰান্ত যত এই তিনি প্ৰতি বিচক্ষণতা অসমীয়া টিনাকি পোৱা য4) হানা ছিল ফুকন, (২) দিছিলীয়া বুঢ়াপানীফুন পুতে ৰৈদুৱলীল পানীফুক, (৩) যৰেদুৱলীয়া পানীফুলৰ তামোল-টা লিগিৰ। ইবিলাকৰ ৰীৰতেজ আৰু প্ৰভুভক্তি পৃথিবীৰ সৰ্শ • পোনতে মোৰামৰীয়া গোসাঁইৰ পুতেক যজনক হজ পাতি লোৱা হৈলিপিতে, নিজ পুক পাললৈ গোসাইলাহে ৰাঙ্গা পায়। -৫s, glor of Am" vie, (ভ বিলীনাথ বৰাৰ লীল , পা, ১১৫ ঠে।