পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১০০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰী সেই কাৰণে, ৰজা হোৱাৰ পাচত, তেওঁ পৰ্বতীয়া গোসাইত শৰণ লৈ, সেই অধ্যাপক দীক্ষিত হয়। এইজনা গোসই নতুনকৈ ৰাৰ হোৱাৰ কাৰণে, এওঁক ন-গোসাই নাম দিয়া হয়। তেতিয়াৰপৰা অসমত “ন গোৰ্সাই” শিষ বাঢ়িবলৈ ধৰে। | মৰাণৰ ১ম বিদ্ৰোহ-ইয়াৰ আগেয়ে উনুকিয়াই অহা হৈছে যে মোহনমালা গগাহাঞিদেৱে ভায়েকৰ হাতত অপমান পাই বিদ্ৰোহী মৰাণৰ ফলত (১) যোগ দিয়েগৈ। তাৰ আগেয়েই নেমেৰিটিত বৰঙেটি' (২) কৰাওঁতেই ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ দিনত মোৱামৰীয়া মহন্তই বিদ্ৰোহৰ আয়োজন কৰি থয়। মোৱামৰীয়াবিলাকে সেই ষড়যন্ত্ৰ কৰি থাকোতেই ইফালে মহাৰজা ৰাজেশ্বৰসিংহ অৰ্গী হয়। লক্ষ্মীসিংহ স্বৰ্গদেৱ ৰজা হোৱাৰ পাচত, মোৱামৰীয়া মহন্তবিলাকে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দ্বাৰাই কোনো কাৰণত আকৌ অপমানিত হয়। মোৱামৰীয়বিলাকৰ আগেয়েই গা জলি আছিল; তাতে ৰজাৰ বিষয়া এজনৰপৰও অসহনীয় লাইন! গতিকে, মোৱামৰীয়া মহাজনে মৰাণক উগনি দিলে; তাৰ লগতে মোহনমালা গোহাঞিদেৱৰ উদগনিও লগ লাগিল। এইবোৰ উত্তেজনাই পাই মৰাণবিলাকক মতলীয়া কৰি তুলিলে। সিহঁতে মোহনমালা গোহাঞি- দেৱক প্ৰধান সেনাপতি পাতি, তেওঁৰ তলত, লক্ষ্মীসিংহ স্বৰ্গদেৱে নামৰূপত ঘুণ লগাই নজৰ-বন্দীকৈ ৰখা মাজিউজনা আৰু সৰুজনা গোহাঞিৰে সৈতে, ৰাঘৱ আৰু নাহৰ খোৰা নামেৰে দুজন মৰাণক পালি-সেনাপতিৰ বাব দি, খ্ৰীঃ ১৭৬৯ চনত, দেখাদেখিকৈয়ে ৰজাৰ নগৰৰ সমুখতে বিদ্ৰোহ উপস্থিত কৰিলেগৈ। “কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ৰা লৈ, চুটিয়া ফাড়ী আৰু হিলৈদাৰী হাজৰিকীয়াৰে সৈতে টেকেলা-বৰ বেজক মূৰ কৰি ৰণলৈ পাঁচিলে। ৰণত দুই হাজৰিকীয়া পৰিল; বেজবৰাই এৰাই আহি বৰবৰুৱাত জনালেহি, বদলে, ৰণ টান, আৰু অল্প সৈন্তে বলে নোৱাৰি” (৩)। “মৰাণৰ জি”-ৰাজকীয় সৈন্যৰ পৰাজয় শুনি অৰ্গদেৱে তিনিওজনা ভাঙ্গৰীয়া, ৰৰৱা, আনো বৰ, ফুকন, বাজখোৱাৰে সৈতে সমালোচন কৰি, দুৱৰাৰ হৰনাথ ভিতৰাল ফুকনক সেনাপতি পাতি, কেইবাজনো বৰা, হাজৰিকীয়াৰে সৈতে ৮••• ৰণুৱা, ৮টা তাল হাতী, ১২টা ঘে, বিবিধ ৰণৰ আহিলা আৰু সুণীয়া হেংদান দি, মৰাণৰ লগত ৰণ দিবলৈ পঠিয়ালে। হৰনাথ সেনাপতিয়ে ভিনৈৰ দক্ষিণ পাৰে কোঠ দি গৈ; আৰু দলং দি ভিৰু পাৰ হৈ, মনচোকা টেকেলাৰ বাৰীত কোঠ দিবলৈ ধৰোতেই মৰাণে কেইওফালৰপৰা বেৰি ধৰিলেগৈ। মানুহ-দুহ, চাউলসমলীয়া যাব (১) চতুভুজ মোৰীয়া মহাজন আছিল। তেওঁৰ নাম লৈ, মৰাণইতে হাতত টোক লৈ মাটিত পুলিই শত কবি, ভুলে ভুলে ভুলে যাবে। তাই তাকে কাতাৰে বিলৈ তাকে মাৰে, চলে যাবে” এই বুলি নাম গাই ৰাজকীয় সেনাৰু ভাবুকি দি খেলিছিলাখ দুখৰৱা | “খুজীয়া বুৰঞ্জী",১ পৃষ্ঠা। | (২) ছু মহাজনৰ পুতেক বান ডে ময়নামতে নোমৰীয়া বিভাগ নামগুলি খেৰ এটা, কামি এটা এইদৰে ভোলা নাম মুখে জুলি “বৰভেটি ৰজাৱা যে, যদি এ যেতে এটা ৰ সজোৱ। পিষাই মই অমানবি ফিলে যেমন এতিনি। - -মা বা বাম ". পা।