পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
অসমত মিৰজুমলাৰ আক্রমণ।


হৈ থাকে। ডাঙ্গৰ বিষয়াৰ ঘৰবিলাকো খেৰ বাহঁ আৰু কাঠেৰে সজোৱা আছিল। এই সময়ত ৰাজ ভৰাঁলত বহুত ধন সোণ আছিল। মানুহ বোৰে বহুত শস্য উৎপন্ন কৰিছিল ইত্যাদি। মিৰজুমলাৰ আক্ৰমণ ১৬৬২ খৃষ্টাব্দত আৰম্ভ আৰু ১৬৬৩ খৃষ্টাব্দত শেষ হয়।

⸻⸻