পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সাহিত্য-সম্পদ৷

 নুভুলা বলিয়া,
নুভুলাবি আহি মোক।

 কোনে সৰজিলে,
 তোক অ’ কলিয়া,
থান্ ঠিত্ হীন কৰি,
 নেলাগে কৰিব,
 গুণ গুণ ৰৱ,
অকলৈ থাকিম পৰি॥

⸻⸻