পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

. হিত্যিক পোনাৰ ৰায়ছাহেব পদ্মনায় হাইবৰাই কম “অসমীয়া ভাষাৰ ওজা আৰু পৰম মিত্র মচন্দ্ৰ বৰুৱাৰ জীবনী আৰু চৰিত্ৰ বিষয়েবহুতো জানি সুখীয়া কথ’ পুথিত সন্নিবিষ্ট কৰা হৈছে। এই পুপি লিখি তেওঁ অসমীয়া জাতীয় ' হৰ নথৈ উপকাৰ সাধিছে অসমৰলি ১৪ এপ্রিল ১৯২৮ চন। সুভাল সাহিত্যিক অসমীয়া ভাষাৰ প্ৰসিদ্ধ । -গয়ক শ্ৰীযুত লক্ষ্মীনাথ বেঞ্জ বৰুৱায় কয় “হ-

  • ডাগৰীয়াই কৰা আমাৰ উপকাৰৰ আংশিক ৰূপে ধাৰ বিলৈ ইমান

নিৰ মূৰও প্রথম প্রশ্বাস। । কিতাপখন ভাল হৈছে এৰু ছাত্ৰৰ পাঠ্যপুথি ৰূপে বর হবৰ যােগ্য বুলি মােৰ ধাৰণা। সন্ধলপুৰ ৩.{৩২৮ Principal ), Barvoah Bar-at-law writes “The Subyact Matter of the book was a great Ansarncse. He is our Dr. Tuliniunt. The author Mı, Surbeswar Saru Katakı has elude a great service to syr literature by bringing out. Hem Chandra Baruh's life. Our buys should be familiar abith the life of the great irani রুট, উপন্যাস : খক প্রযুত বজনীকান্ত বৰদলৈয়ে কয় “জীৱনীখন বৰ সুন্দৰ হৈছে। এই জীৱনীখনে বন্ধু ভাঙ্গৰ অভাৱ এটা গুচাইছে। ২৬া- সাহিত্যসী ৰায়বাহাদুৰ আগৰৱাপাই কয় “স্বর্গীয় হেমচন্দ্ৰ বৰুৱাৰ এইখন উপযুক্ত অসমীয়া পুধি হৈচ্ছ। -আপুনি মাতৃভূমি আৰু মাতৃভাষাৰ উপযুক্ত কাম কৰিছে। {১৮২৮ পাশ্চাত্যদেশৰ বিবিধ স্থানত ' শিক্ষা সমীয়া শিক্ষিত ডেকাৰ গৌৰবশি সুত কৃষ্ণকান্ত সন্দিকৈ এ-এদেরে কয়ঃ- ১ “আপােনাৰ কিতাপৰ ৰচনাৰীতি আৰু কথাখিলাক অতিৰঞ্জিত হোৱা নাই। ইমান দিনৰ পাচত আপুনি হেম বৰুৱাৰ জীন চৰিত লিখি অসমীয়া সাহিত্যৰ এটা অপশ গুছালে। আপােনাৰ লেখনীত বেগ আছে। বেগেৰে চলিবলৈ দিয়ক।” 'সৰু-“আমাৰ মতে ভাষাই সমলে ছাত্ৰ সকলৰ উপযােগী ছাৱাক লিখকৰ উদ্দেশ্য পূর্ণ হৈছে।

.