পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

9 শেষ মধ্যযুগৰ অসমীয়া সাহিত্য কেল ভাত কবিৰ ব্যক্তিগত আৰু জাতিগত প্ৰতিভাৰ ৰেথা পাত হৈছে। কিষ্কিন্ধ্যাকাণ্ডৰ সামৰণিত কবিয়ে আকৌ কৈছে (২৬৭১-৭৮)-- “হিমানে কিষ্কিন্ধ্যাৰ তৈলা সনাপতি। দ্বিজ মাধৱ কন্দলী নিপতি॥ শুনিলাহ সামাজিক ৰামৰ চৰিত্ৰ। নানাৰস ৰসৱন্ত পৰম পবিত্ৰ॥ আক শুনি হয়ো সৱে মনত সন্তোষ; কিন্তু বড়-টুটা নধৰিব গুণ-দোষ॥ বাল্মীকি ৰচিলা শাস্ত্ৰ গদ্য-পদ্য ছন্দে। তাহক বিচব আমি কবিতা প্ৰবন্ধে। আপোনাৰ বুদ্ধি অৰ্থ যিমত বুঝিলে। সক্ষেপ কথিল ত্যক পদ বিবচিলো॥ সমস্তু নসক কোনে জানিব পাৰে। পল্লী উনই যেন পথ অনুসাণে || বিসৰ নিবন্ধ লোক ব্যৱহাৰে। কতো নিজ তো লা কথা অনুসাৰে॥ দেবাণী নুহি ইটো লৌকিকসে কথা। এতেক ইহৰ দেয় নলৈ সহ॥” সুন্দৰাকাৰ গুণিতাতে সেই মগেই বিয়ে সামৰিছে (৪১ ৮-১২)। অসম্পূৰ্ণ হলেও মাধবচন্দ্ৰ বৰদলৈৰ প্ৰকাশিত ৰামায়ণৰ আগতে ১৮৯৭ ত বেণুধৰ ৰাজখোয়াব পানিতে এখন অসমীয়া ৰামায়ণ গণেশৰাম আৰৱালাৰ দ্বাৰা প্ৰকাশিত হয়। মাধৱচন্দ্ৰ বৰদলৈ আদিৰ সম্পাদিত নামায়ণতো এনেবোৰ বাক্য আধুনিক যেন লাগে; অযোধ্যাকাণ্ডত, “ঘোড়াশ পিঠিত মই অঙ্গয় পাথৰ।"(৭৬); “অৰি বিমান সাক্ষাতে মই যম।” (৭৭), “সেনাপতি যুথপতি মন্ত্ৰী সঙ্গিকৈ।" (২৩।১৪); অৰণ্যকাণ্ডত, “আপোনাৰ প্ৰাণ খালি ৰাখিবাক চাইলি।” (৮১৫), "টাঙ্গি চুৰি কটাৰি শকতি ধনুশব।" (৮।২৯); সুন্দৰাকাগুত, “ৰাজাৰকুমাৰ অক্ষ যেতিয়া পৰিল” (২৪৯৬); “ধৰিব নোৱাৰ যেৱে সমৰত মৰ" (২৪।২৮) " জঙ্গৰ দীঘল আছিলেক কলেৱৰ" (২৭ |s ); লঙ্কাকাণ্ডত, “বাপেকৰ চৰণত বন্দিলা সাদৰে" (২৫ ৩৪ ); “উপায় বোলেছে ঝুটে আনাগৈঔষধি।”(২৭২) ইত্যাদি। কিন্তু ইয়াৰ লগে লগে অনেকশব্দ বা বাক্য প্ৰাচীনশাহী যেনো লাগে : আযযাধ্যাকাণ্ডত, “উপৰে শকতি নু নাচ কটাৰ।" (১২০); “মহামহা বীৰৰ হাদয় কোঙ্খে ফোড়ো। খাণ্ডাৰ প্ৰহাৰে আজি বিপুশিৰ তেড়ো!" (৭৯); “দাব সুহায়ন মোৰ নোহে চহাস। টোন হাত সুহ্যয়ন নোহে বনবাস॥" (১০৫৫), ইত্যাদি। এই দুই বিধৰ উদাহৰণ অলেখ দিবলৈ আছে। ভানি হলেও এই "অপ্ৰমাদী” পূৰ্ব্বকবিৰ বচনত তেওঁৰ ব্যক্তিগত আৰু জাতিগত প্ৰতিভা একেলগে কিদৰে প্ৰসুটিত হৈছে, তাক অকল অযোধ্যাকাণ্ডৰ বনৰ পৰাই বুজিব পাৰি। ধনুৰ্ভঙ্গ কৰি ৰাম-লক্ষ্মণে যেতিয়া সীতৰ সৈতে অবোধ্যা প্ৰশে কৰে –