পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

eb স্বাদশ শতিকাৰ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী পৰ্ব-বৈষ্ণৱ সাহিত—(১) দলছনাৰায়ণৰ আমোলৰ ৰামচবণ ঠাকুৰৰ গৰ-চৰিত মতে দুৰ্লভনাৰায়ণৰ বংশাৱলীঃ সান্ধি বা সন্ধ্যাৰ পত্ৰ সিন্ধপতি, তেওঁৰ পত্ৰ বপ; বপৰ পত্ৰ সিংহধজঃ এওঁক মাৰি এওঁৰ মন্ত্ৰী প্ৰতাপধজ বজা হয়; এওঁবে পত্ৰ দুৰ্লভনাৰায়ণ। গুণাভিৰামৰ মতে “এই মূলভাবায়ণ কোন বংশৰ ৰজা তাৰ নিৰ্ণয় নাই; কোনোৱে কয় পাল বংশব, কোনোৰে কয় জিতাৰি বংশব।” জিতাৰিৰ পাছত সবলিক বজা হয়। “এওঁৰ পাছত পশ্মনাৰায়ণ, চন্দ্ৰনাৰায়ণ, মহেন্দ্ৰনাৰায়ণ, গজেন্দ্ৰনাৰায়ণ, বামনাৰায়ণ, জয়নাৰায়ণ, থোবনাবায়ণ, আৰ, ৰামচন্দ্ৰ।” উক্ত চবিত মতেই গৌড়েশ্বব দল ভনাবায়ণ আৰ, কামেশ্বৰ বা কমতেব ধৰ্মপালৰ যুদ্ধৰ পাছত হোৱা সন্ধিব সন্ত্ৰ অনুসাৰে ধৰ্মপালে সিজনৰ বাজ্যৰ পৰা যি সাত ঘব কায়স্থ আবি, সাত ঘৰ বামণ আনে তাৰে প্ৰধান আছিল শ্ৰীশঙ্কৰদেৱৰ পৰ্ব পৰ্য ফডাদেৱৰ পুতেক চণ্ডীৰৰ। ইহাতে ধৰ্মপালৰ ৰাজত্বৰ প্ৰথমাৰ্ধত পাতনি হোৱাব আমি লিপিমূলক প্ৰমাণ পাওঁহক। সেই সময়ত অণ্ডাৰ্দেৱ জীৱিত আছিল আৰ, তেওঁ শঙ্কৰদেৱৰ উৰ্দ্ধতন পঞ্চম পযে! শঙ্কৰদেৱৰ পৰ্বপুৰুষ কুসম্বৰ, সৰ্যবৰ, ৰাজ্যবৰ, চণ্ডীবব, প্ৰত্যেকেই কোনো দেৱতা বা ৰাইজৰ বৰত নিজ নিজ সুদীৰ্ঘজীৱী পিতৃৰ প্ৰসিদ্ধৰপে প্ৰবীণ বয়সত ওপজা সন্তান বুলি চৰিত-পথিবোৰত দৃঢ়ভাৱে বৰ্ণেৰা আছে। এম, এন, ঘোষে তেওঁৰ 'অসমীয়াৰ ধৰ্মবিশ্বাস' বোলা পথিত সেইদেখি শঙ্কৰদেৱৰ বংশৰ এই অসাধাৰণ ৰীতিত তিনিকুৰি বছৰত এপষে ধৰাটো যুক্তিসঙ্গত বলিছে। আৰ, এইমতে লণ্ডাদেব, আৰ, সেইদেখি দলভ- নাৰায়ণৰ কাল শঙ্কৰদেৱৰ জন্মৰ পৰা উদ্ধতন ৩০০ বছৰ অৰ্থাৎ ১৪৪৯-৩০০ বা ১১৪৯ খষ্টাব্দ ৰা স্বাদশ শতিকাৰ মাজভাগলৈ আহে। ইয়াৰ অলপ বঢ়- টুটাৰ বাবে ঠাই এবিও যেনে তেনে দুলাভনাৰায়ণ কাল দ্বাদশ শতিকাৰ শেষত প্ৰতিষ্ঠিত হয়; আৰ, গুণাভিৰাম বৰুৱাৰ বিচাৰ মতেও ই সমৰ্থিত হয়। তদুপৰি এই সিদ্ধান্ত গেইটৰ ত্ৰয়োদশ শতিকাৰ শেষ ভাগ, অসমৰ প্ৰাকৃত ভূগোলৰ এয়োদশ শতিকাৰ আগভাগ আৰ, এম, এন. ঘোষৰ একাদশ শতিকাৰ শেষভাগ আদি এমৰীয়া মতৰ মধ্যম বা গড় স্বৰূপেও সুপ্ৰতিষ্ঠিত বলি ধৰিব পাৰি। দল ভনাৰায়ণৰ কাল সম্পকীয় কঠিন সমস্যাৰ এটি সমীমাংসালৈ আহি আকৌ আন এটি সমস্যাৰ লগত ভেটা-ভেটি হব লগা হয় পববৈষ্ণৱ সাহিত্য