পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শেষ মধ্যযুগৰ অসমীয়া সাহিত্য ৬১ আশ্বাস পালে বোলে হাড়ি সিদ্ধক উপাসনা কৰিলে গোপীচন্দ্ৰ অমৰ হব। পাৰিব। ন নে বাৰ বছৰত গোপীচন্দ্ৰই কোনোবা হৰিচন্দ্ৰ বজাৰ “অনাক বিৱও কৈলে পদক পাইলে দানে।" যেতিয়া মইনামতীয়ে অদনা-পদ,নাক এৰি হাড়ি সিদ্ধৰ শিষ্য হবলৈ সন্ন্যাস গ্ৰহণ কৰিবলৈ গোপীচন্দ্ৰক কলে, তেতিয়াই লাগিল মহা লেঠা! ভৱানী দাসৰ “গোপীচন্দ্ৰেৰ পাঁচালীত" এই ছোৱা আৰ, সকুৰ মহম্মদৰ গোপীচন্দ্ৰেৰ সন্ন্যাস"ত তাৰ পিছৰ ছোৱা সুন্দৰকৈ বণোৱা আছে। যিহওক, অনেক কষ্ট আৰু পৰীক্ষাৰ পাছত গোপীচন্দ্ৰ হাড়ি সিদ্ধৰ শিষ্য হৈ পিতাকৰ ৰাজ্যলৈ ঘূৰি আহিল আৰু মণিকন্দ্ৰৰ দিনৰ অমঙ্গল অতৰাই দেশত সুখ-শান্তি থাপনা কৰিলে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত এই সংগ্ৰহটিব সুধী সম্পাদক- দুজনে গোপীচন্দ্ৰ মাণিকচন্দ্ৰ বা গেৰিক্ষনাথৰ যি ঐতিহাসিকতা ৰচিবৰ প্ৰয়াস পাইছে, সি প্ৰকৃত ঘটনাৰ লগত খাপ-খোৱা নহল; কিয়নো মাণিকচন্দ্ৰ বঙ্গদেশৰ ৰজা বুলি দাবী কৰিও সম্পাদকহনে সৈ কাঢ়িছে, অলপলৈকে, সম্ভৱতঃ গ্লিয়াছনৰ সংগহীত গীতবোৰৰ প্ৰচাৰৰ আগলৈকে, এই দুজন ৰজাৰ নাম আৰু কাহিনী বঙ্গবাসীৰ কাণত আচহুৱা লাগিছিল। কিছু দিনৰ আগতে চাক্কা বিৰুমপৰৰ পাইকপষা গাঁৱত পোৱা বাসদেৱ মৰ্ত্তিৰ ভাগৰ লিপি লিখিছে কোনোবা পদোসৰ পুতেক গঙ্গাদাসে গোবিন্দচব ৰাজত্বৰ প্ৰয়োবিংশ বছৰত সেই মতি থাপনা কৰিছিল। এই গোবিন্দচন্দুক গোপীচন্দ্ৰৰ লগত এক বুলিবৰ হেতু নাই, কিয়নো দুইজন ৰজাৰ কাহিনী নিমিলে। উড়িষ্যাতো এই গোপীচন্দ্ৰৰ কাহিনী সংগহীত হৈছে, আৰু অসমীয়া ‘অনা গাভৰ গীতৰ নায়ক গোপীচন বা গোপীচন্দ্ৰও মুলত একে হব পাৰে; কিয়নো এই গীতবোৰ পূবভাবতৰ যুগ" (যোগ) বা নাথ শ্ৰেণীৰ মুখেই এইদৰে প্ৰচলিত হোৱা সম্ভৱপৰ। মাধৱ কন্দলীৰ চতুৰ্দশ শতিকাত ৰচিত বামায়ণত এই নাথ দায়ৰ লোকৰ এটি ধেমেলীয়া বৰ্ণনা আছে— ‘ষোগীৰ কান্ধত কানি-ঋলি যত হাতে নোদশ কাথি। লৰণতে - কন্তু পাছে চান্তে, হিয়া মান গৈল ফাটি u৬। পাইলেক ভাগ ভোক্তা কৰি সৱে পৰি গৈল খসি। মথে শিৱ শিৱ সমৰতে আতি পলাইল যত তপসী॥৭। আস বলি যোগী আচাৰি পেলাইলে পৰ দেৱতা মান। পজি বাক লাগি পাছে পাইৱো দেৱ থাকায় যেৱে পৰাণ॥৮। (অষোধ্যাকাণ্ড)