পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৬২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬০ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী সমীয়া ব্যাকৰণৰ চিন-চাৰ একেবাৰে মাৰি পেলাব পৰা নাই নিশ্চয়। শব্দাৱলী আৰু বাকৰণ আদিত “মএনাক বিও কবি পঞ্চাশ বিআও কৰে। বঢ়া দেখি মনামতীক ব্যাগল কৰি দিলে॥" আৰ ব্যৱহাৰতো ‘মহাৰাজা বাজ্য কৰি খায় পাটেৰ উপৰ। ময়নামতী চৰ্থা কাটি ভাত খায় বন্দৰেৰ ভিতৰ।” অৰ্থাৎ কটনা কাটি ভাত খোৱা কথা অসমীয়াবো অসমীয়া বলি নোৱাৰি। কিন্তু এই গীতখিনি অন্ততঃ অসমীয়া পণ্ডিতৰ সহায়ত সংগহীত আৰু সম্পাদিত হোৱা হলেও নিশ্চয় ইয়াৰ পৰ বহুত সলনি হলহেতেন। তথাপি বঙালী পণ্ডিতসকলে এই মাণিকচন্দ্ৰ বজাৰ সঠিক নিৰ্ণয় কবি নোৰাৰিলেও তেওঁলোকৰ মতে ভাষাৰ প্ৰাচীনতাৰ হেতুকে এই ৰজাজন একাদশ শতিকাৰ আগ ভাগৰ আৰ, গীতবোৰ সেই শতিকাৰ পিছ ছোৱাৰ হব বুলি সেই প্ৰাচীনত্বৰ চানেকি দিছে। জীৱৰ জীৱন-ধন কন্যা সঙ্গে গেলে। বান্ধিয়া দিম, অন্ন সন্ধ্যায় কালে। পিপাসাৰ কাগে দিম পানী। হাসিয়া খেলিয়া পাহাম ৰজনী। কে কয় এগুলো কথা কে পইতাই। পষেৰ সঙ্গে গেলে কি বাঘে ধৰে খায়॥” আৰ, “যাইও নযাইও ৰাজ্য দৰ দেশান্তৰ।” এনে ভাষা নিতান্ত হয়োদশ শতিকাৰ আগৰ অসমীয়া হব নোৱাৰে। যিহওক, এতিয়া কাহিনীৰ ফালৰ পৰাই ইয়াৰ বিচাৰ কৰা হওক। মাণিকচন্দ্ৰ ৰজা ন-বুৰি বা ন-কুৰি ভাৰ্যাৰ ভিতৰত মইনামতী পুৰণি আছিল। এক বঢ়ী দেখি ৰজাই বেলেগ কৰি দিয়া আদি নানা দেযৰ ফলত ৰাজ্যত অমঙ্গল মিলিল আৰু ৰজাৰৰ কাল কাষ চাপিল। অনেক অন্যদৰে সত্বেও বিপদৰ সময়ত সতী মইনামতী অতিৰি থাকিব নোৱাৰি স্বামীৰ উদ্ধাৰৰ বাবে প্ৰাণপণে যত্ন কৰিলে; কিন্তু শেষত যম বজাই কিবা এটা চেলৰে ইনামতীক আতৰাই মাণিকচৰ প্ৰাণ ললে। তাৰ পাছত মইনামতীৰ ধম- গৰ, গোৰক্ষনাথ আহি মইনামতীক সানা দিলে বোলে তেওঁৰ স্বামীৰ মত্যু হল যদিও অচিৰে তেওঁ এটি উপযুক্ত পত্ৰ লাভ কৰিব। সেই মতেই গোপীচন্দ্ৰৰ জন্ম হল; পিছে তাতে লেঠা লাগিল; কিয়নো, গোপীচন্দ্ৰই পৰমায়, পালে মুঠেই ওঠৰ বছৰ। ইয়াৰ বিৰুদ্ধে কৰা অভিযোগৰ ফলত এই