পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰ, মহীপাল (৯৭৪–১০২৬ খঃ) আদিব বাজত্বত এওঁলোক জীৱিত আছিল। তেনেহলে অলপ মুকলিকৈ ধৰিলে, সপ্তমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত এই দোহাবোৰ ৰচিত হৈছিল বুলিব পাৰি। সৰহৰ ৰচিত মঠ চাৰিটি গীতৰ এটি :- ৰাগ প্ৰবী সৰহাদানা অপনে ৰচি কচি স্তৰ নিৰ্বাণা। মিছে লো বন্ধাৰ এ অপণ॥ আহ্মে গ জানহ অচিন্ত জোই। জাম মৰণ ভৱ কইসণ হোই! জুইসে৷ জাম মৰণ ৰি তইসে। জীৱন্তে মইলে নাহি বিশেসো। জা এ জাম মৰণে বিসঙ্কা। সো কবউ বস-বসানেৰে কথা। জে সচৰাচৰ তিসস ভমন্তি। তে অজৰামৰ কিমপি ন হোন্তি। জামে কাম কি কামে জাম। সহ ভণতি অচিন্ত সে ধাম॥ অসমীয়া অক্ষনবাদ আপনি বমি বমি ভৰ-নিৰ্বাণক। মিছাতেই লোকে বান্ধিব আপোনক। তামি নজানোহাঁ অচিন্ত্য যোগীয়ে। জন্ম-মৰণ-ভুৰ কেনেননা হোৱে। হয়াদশ জনম (হেৰা) মৰণো তদশ। জীৱন্তে (বা) মবিলে (বা) নাই বিশেষ। যাব অত জন্ম মণব বিশঙ্কা। সি কৰক বস বসাণোকাক্ষা॥ যি সচৰাচৰ (হায়) বিদশ ভ্ৰম। তেৱো অজৰ অমৰ একোৱে' নোহয়। মত কৰ্ম কি কৰ্মত প্ৰশ্ন। সবহে ভৰ অচি সি ধৰ্ম। ইয়াৰ মল তত্ত্ব, ভৰ আৰ নিৰ্বাণব দ্বৈত জ্ঞান ভ্ৰান্তিমূলক; কিয়নো ভৰ ঘৰপ-জ্ঞান জন্মিলেই চিত্ত নিৰ্বাণত আৰোপিত হয়। তত্ব-বিচাৰত ভৰ কোনো অস্তিত্ব নাই, ই বজত দেখাৰ দৰে অবিদ্যা-বিমোহিত চিত্তৰ অলীক অনুভূতি মাত্ৰ; অথচ এই দশ্য জ্ঞানৰ বাবেই আমি ভৱৰ বন্ধুৰা। ভৱৰ যদি অস্তিত্বই নাই, তাৰ ধংস হব কৰ পৰা? এতেকে জন্ম-মৃত্যুৰ কথাও বিভ্ৰম যাগ-যজ্ঞ বা তন্ত্ৰ-মন্ত্ৰ কৰি স্বৰ্গলৈ গলেও জানো জব-অমৰ হব। পাৰি? ভোগৰ শেষত সংসাবলৈ নামি পুনৰ জন্ম-মত্যুৰ বাটত অহা-যোৱা কৰিবই লাগিব। এতেকে জন্মৰ পৰা কম নে কমৰ পৰা জন্ম, এনেবোৰ তৰ্ক বিড়ম্বনা; কিয়নো “ন জায়তে ন স্নিগ্নতে কিঞ্চিত্ৰ জগয়ে। ৰাণাং সত্তা চ ন বিদ্যতে॥” (যোগবাশিষ্ঠ)। হপ্ৰসাদ শাস্ত্ৰীৰ মতে প্ৰথম আৰু উনত্ৰিংশ দোহাৰ বৌদ্ধ কবি লুইপাদেই ন চ ভাববি-