পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ORO নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী পৰা ওলোৱা দ্বিতীয় ভাগ “জোনাকী'ৰ কালৰ পৰাই এওঁ লিখিবলৈ ধৰে। অধ্যয়ন আৰু অভিৱতাৰ সঙ্কীৰ্ণতা সত্বেও স্বাভাৱিক কবিত্বৰ যথেষ্ট পৰিচয় এওঁৰ কবিতাবোৰত পোৱা হয়। এই শতিকাৰ দ্বিতীয় দশকত “সাদৰী”, তৃতীয় দশকত “কেতেকী” আৰু কাৰবালা”, আৰু চতুৰ্থ দশকত এওঁৰ “দহিকতৰা” নামৰ দীঘল কবিতাটি ওলায়। “কাৰবালা” অমিত্ৰাক্ষৰী ৰচনা; কিন্তু অত্যধিক সংস্কৃতীয়া হোৱাৰ বাবে এওঁৰ কবিতাৰোৰণ সমান উপভোগ্য নহল। এওঁৰ চৰাই কবিতাই সৰহ, আৰু পোনপাকে নহলেও আপাকে বডথ শোলী কীটছ আদিৰ প্ৰভাৱ এইবোৰত মন কৰিব পাৰি; কিন্তু সেইবোৰত কবিৰ যি এটা অভিন্নত্ব আছে, এওঁৰ আন ৰচনাত নাই। তথাপি বৰ্ণনামূলকভাৱে চৌধাৰীৰ কবিতা সদায় যে সোৱাদ-লগা “কেতেকীৰ দ্বিতীয় তৰঙ্গ এনে উদ্ধৃতিৰ পৰাই বুজিব পাৰি “বসন্ত আহিলে, আমে মলিলে কঠালে পেলালে মুচি; তাকে চাই, আহিছে মূৰটো চুটি। নাই লাসবেশ সুৱাগী কুলি, কালিমা বৰণ দেহ; গীত গাই কিন্তু বেহায় প্ৰেমিক ৰেহা। তোৰ গীত শুনি বহাগী আইৰ্তী গতিক সজালে শী; তোৰ সতেই আহিল লগৰী শীতলী মলয়া বা। পুষ্প কানন তৰু-লতাব্যক্তি ধৰি নৱ কিশলয়, অলপ বলে শ্যাম কুঞ্জ পাতি কৰে ধৰা হয়। কুঞ্জ কুটিৰৰ ৰালি অশোক জুপি। আদৰিছে তোক লাহ-লোটনেবে সজাই ফুলৰ গুপি। ধীৰ সমীৰণে শ্যামল অঞ্চলনি, বৰ ৰশ্মিত লোটনীয়া ফুলমণি।... তোৰ মাত শুনি লাজুকী বোৱাৰী বলই এৰে তঁত, হাতৰ মাকোটি হাততেই হয়, হেনায় মুখৰ মাত। আপন-পাহৰা হয়; যতৰত থকা যতৰতে লাগি ৰয়। মনে কত প্ৰেমালাপ কৰি গাভৰু আইটিাইতে লিত পঞ্চমে চীৰে নচুৱায় হলে কি সুন্দৰ মহুৰা কাঠি