পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্মা মুগত বুলি উঠা অসমীয়া সাহিত্য 30 এই বৈষৰ আন্দোলনৰ যুণ স্বৰূপতে অসমৰ ৰেণেছে যুগ। ঢাইমওৰ মতে ইউব’পীয় জাষ্টিসমূহৰ মা মাৰ প্ৰাণে আয়-চৈতনশীল স্বাধীনতা লাভ কৰাৰ যি ইতিহাস প্ৰকটিত হৈছে, সেযে ৰেৰে বুৰঞ্জী; স্বৰূপাতি বেণীছে অৰ্থ মুক্তিৰ নৱ জন্ম; কাব্য-সীত চিত্ৰায়ন আদিৰ যোগেদি বহিতগিতৰ আৰু মানৱ-দেহৰ সৌন্দৰ্য উপলব্ধি, বিজ্ঞানত যুক্তি-বিচাৰৰ মুভি, ধৰ্মত হিতাহিত বিবেচনাৰ জাগৃতি , বুদ্ধিত সাংস্কৃতিৰ নৱস্থিতি আৰু নৈতিক মুক্তিৰ মূল নীতিব ছোট স্থাপন আদিৰ যোগেদি মানৱ জাতিৰ প্ৰাণে যেতিয়া শান্ত-চৈতনা থাক আয়-নিৰ্দ্ধৰণৰ পুনপ্ৰাপ্তি লাল তাকেই ৰেণেছেঞ্চ তোলে। মমৰ শেষৰ কযুণ , যানব বিনন্দীয়া!হিপাত আৰু চৰাইৰ ঠেও ধৰা মাত আদিত একেলগে দশোদিশৰ “ যেনেকৈ মন্থন আগমণব সহণি পোৱা হয়, অসমৰ এই খেছে বাতৰি সেইদকে অৰল বৈষ্ণৱ সাহিত্যত নহয়, সেই কালৰ অসমৰ সামাজিক অবক্ষুটি, ৰাজনৈতিক যু-বাগৰ আদি সৰুলোৰে ভিতৰেদি মুবি উঠিছিল। স্বামীৰ মতে এই ইবৰ্গীয় বেলেছেঞ্চৰ লগত ভাৰতীয় ৰেলেহেব মুলাহ শক্তি ইউবপব বেণেৰে সুন্ম হৈছিল তাৰ দেশান্তৰৰ মুত সাহিত্যৰ পৰা, কিন্তু ভাৰতীয় বেণেছেঞ্চে ইউণীয় পুৰাণৰ ফাঁনিক্স চৰাইৰ দৰে নিজ দেশ ইচ্ছা অনুসাৰে পুনৰ্জন্ম লাভ কৰিছে। এই অৰ্থত বিচাৰিবলৈ হলে, যি গা- উপনিষদ কৰ নানান অত খুটিপুৰ্থ দেঢ় আগত সেই আৰ্য ঋষি- সকলৰ মস্তিষ্ক সমুদ্ৰ মনৰ পথা ওলাই পৰিছিল। হাজাণ কৰ লুপ্ত বা সুপ্ত অৱস্থাৰ ভিতৰেদি ভালো প্ৰায় ট্ৰা কা দেঢ় হাস্ৰাব বন্ধুত্ব ভিতৰত মি নৱবৈষ্ণৱ আন্দোলন ৰূপে নকৈ উশাহ ললে। অসমীয়া বৈধ নহত বৈষ্ণব সাহিত্যৰ অপৰিসীম। আকাশ দৰে উদাৰ আৰু সাগৰৰ দৰে গতব। এই উদাৰতা আৰু গভীৰতা উপলব্ধি তাকে কৰিব নোৱাৰি ইয়াত ইৰ কঢ়িৰ আহাৰ বিচাৰি নাপাই কোনোৰে ধূত ধৰে। বৈচৰ সাহিত্যত লোকিক কথা নাই বুলি আসোৱাই ধৰা যেনে, বেলিৰ পোহৰত অস্থ্যৰ নাই বুলি দয়া ধৰাও তেনে। মুঠতে ই “অবসিকেছু স্য নিবেদন।” বৈষ্ণৰ সাহিত্যই ইতৰ সমাজৰ উন্নয়নৰ যত্ন কৰিছিল, আৰু সুম মন-প্ৰাক কিল'ই দিচ্ছিল; সেই তাৰ বাৰে গীত-ভাগৱত প্ৰতি শাস্ত্ৰ বৈষয়িক সহিতই কালিৰাৰ ঋতুসংহ, মেঘদূত, কুমাৰসাৱ আদি UR