পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ২১ শঙ্কৰৰ দুই পৰমী দেখা সেই অনুপে পূণম গঠিত আছিলেক মহাবীব। ৮ণ পাহ কৰিছিল বুদ্ধি স্থিৰ॥ তাহান সন্ততি ভৈল অনিৰুদ্ধ। নানে শাস্ত্ৰ নিশ্চয়। গোপালৰ দুই ৰণ সম্পৰ্কে মনে যেন উপজয়॥ হয় থাকি দিল যেন অনুমতি। পঞ্চম স্থান চিলে কথা। সম্প্ৰতি॥ শাকি। ৰামানন্দৰ গুৰু-চৰিতৰ ( ৩২৩-৪১ পৰ) পৰা আমি জাননা নাৰায়ণপুৰৰ এই বালিকুচি বা বালিগাঁৱেই মাধৱদেৱৰ জন্মস্থান। এই ভণিতাত দিয়া বংশাৱলী চিদানন্দদেৱ (১৮২৫-৮০ খৃঃ) ৰচিত অনিৰুদ্ধ-চৰিতৰ ( ৩৯-৪৬ পদ) লগত যুবহু মিলে; গতিকে এওঁক আমি মায়ামৰা সম্প্ৰদায়ৰ গুৰি অনিৰুদ্ধ কায়স্থ বুলি নিঃসন্দেহে ধৰিব পাৰে। অনিৰুদ্ধৰ পিক গণ্ডাদেৱ, মাক আজলী, চন্দ্ৰ বেদ ঘোৰ বাণ, শকে ভৈলা জন্ম তান, পঞ্চদশ দিনে বৈশাগত। শুকুলা নৱমী তিথি, সৰ্ব শুভ গ্ৰহ সৃষ্টি , গুৰুহাৰে ভৈলন্ত বেকত॥ ৫৬।" তেন্তে ১৪৭৫ (১৫৫৩ ) অনিৰুদ্ধৰ জন্ম শক ৰূপে (লা হয়। “কোনা গুৰু সংসাৰত কৰিবেক পাৰ। মনত বিচাৰি প্ৰভু কৰিলন্ত সাৰ॥ ভৱানীপুৰত আছে শ্ৰীমন্ত গোপাল। তহন পাশক গৈলে মোৰ হৈবে ভাল॥ গোপালেও বুলিলন্ত দেখি বিচক্ষণ। আহন পাৱত লোকে লৈন্ত শৰণ॥ অন্যত্ৰ শাৰ পথ একৰিয়া নিবোধ। ভতৰ পথে মাত্ৰ বিবেক বোধ॥ এতেকেসে অন্য নাম হৈৰ অনিৰুদ্ধ। সমন্ত শাস্ত্ৰৰ প্ৰচাৰিব গুঢ় তত্ত্ব॥" গোপাল আতাৰ সৈতে তিনি বছৰমান থাৰ পাছত অনিৰুদ্ধ ঘৰলৈ উলটিৰ হৈজাত আতাই বৰ দুখ পালে; ধৰ্ম্ম-আচাৰ্য পাতিব খোজাতো অনিৰুদ্ধে জনালে ৰালে পিতাকে তেওঁৰ ওপৰত লখীমপুৰ, বিহপূৰ, নাৰায়ণ পুৰ, চুলপুৰ, নাগপূৰ আৰু কলংপুৰ এই “পঞ্চপুৰৰ শাসনভাৰ দিয়া বাবে তেওঁ সেই কামো কৰিব নোৱাৰে। যি হওক, শেষত অনিৰুদ্ধই গুৰু ভাৰ গ্ৰহণ কৰিলে। অনিক ঘূৰি আহি জয়ে জয়ে নিজ পিতৃ-মাতৃক শৰণ দি চেলি নামৰ মুছলমান কাজিৰ অনুৰোধ ক্ৰমে তেওঁক শৰণ দিয়া কাহিনী অনিৰুদ্ধ-চৰ্বিতে জীৱন্ত ভাৱে কণাইছে (১১৯—১২১) “ইটো ঢেলি দক্ষিয়ে যে পশিলা শৰণ। ধ্যানপতি নাম তাঙ্ক দিল। গুৰুজন॥ সেহি দিন ধৰি ঢেলি বৰা হিন্দু ভৈল। আহমেশ্বৰ মধ্যে তাহক ৰাখিল॥