পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৬ নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী পুত্ৰ এৰি গৈল স্ফেীম ব পিন্ধি দিব্য কাচে। কটিত মেখলা বান্ধি আছে॥ পুত্ৰস্নেহে প্ৰৱে দুয়ো স্থান। আলোড়ন্তে লডে ঘনে ঘন ৮৫। শকুন কাৰ কৰুন। শ্ৰম-জলে উকুল বদন॥ কৰ্ণাৰ্ত কুণ্ডল দোলে অতি। খসি পৰে খোপাৰ মালতী।৬৮৬। হাসি কোলে লৈয়া নন্দ-জায়া। দিলা স্তন পুত্ৰ মুখ চায়া॥৬৮৮। এনে অৱস্থাতত নিষ্ঠুৰ কৃষ্ণ-ব্যাধে আকৌ আজলী যশোলাক চিটিকাত পেলাল; আৰু চিটিকা হল--“দেখ উথলি দুগ্ধ পৰে। লৱড়ে॥৬৮৮।" এই চিটিকাত পেলাবলৈ বুলিয়ে যশোদাক কৃষ্ণই কতনো অতপালি নকৰিল। তাৰ ফলত যশোদাৰ আকৌ এটি “স্নে শট"- পাঁছে গাছে যশোদা খেদন্ত। ভয়ে লাগ মাৰক নেন।তি। যাক যোগী নপাৱে ধ্যানত। হেল হবি পলান্ত ভয়ত। পুত্ৰক খেদন্ত মহা সঙ্গী। শ্ৰেণীভৰে আক্ৰমিল গতি॥৬৯৪। বেগহ মেলান ছৈল খোলা। খসি পৰে মালতীৰ থোপা। ৬৯৫। দ্বিতীয় বাৰ তেওঁ দেখিলে যে “অহম্মম” ই তেওঁৰ দুটা কাল হল আৰু তাক গম পোৱা মাত্ৰই দুই দৈত্য অন্তধ্যান হল। তাৰ আগতেই ভক্তিৰ জৰীৰে যশোদাই কৃষ্ণক প্ৰায় মেৰিয়াইছিল; “অহম্মম" দুই দৈত্যৰ বাবে দুই আঙুল লুকাই আছিল, সি ততালিকে পূৰ হল॥ শিশুলীলাৰ ভিতৰুৱা ব্ৰহ্মা-প্ৰতিও মহাপুৰুষীয়া ধৰ্মৰ তত্ত্ব আৰু স্বৰূপ নিৰ্ণয়ৰ ফালৰ পৰা বিশেষ মূল্যবান মই কেন দুৰ্বোধ দেখিয়ে ভগৱন্ত। মায়াদিৰৰ ঈশ তুমি অনাদি অনন্ত॥ তোমাক পৰীক্ষা মই মায়াক প্ৰকটি। অগনিৰ আগে যেন ক্ষুদ্ৰ ফিৰিঙটি॥ গৰ্ভত থাকন্তে উদৰত ঘালে পাৰে। তাৰ অপৰাধক বনে যেন মাৰে॥ তোমাৰ কুক্ষিতে আমি আছে চৰাচৰ। হো জানি ক্ষমিয়োক দোষ দামোদৰ॥ ইটো ব্ৰহ্মপদ প্ৰভু আমাক লাগে। কীট-পতঙ্গত জন্ম হৌক কৰ্মভাগে॥ তোমাৰ সুৰ মাজে হুয়া একগন। সেৱা কৰি থাকো প্ৰভু তোমাৰ চৰণ॥ বৃন্দাবনে তৃণ হৈবো তেবে মহাভাগ। পাইবো ব্ৰজবাসীৰ ৰণৰেণু লাগ॥ কালী দমন প্ৰসঙ্গত কৃষ্ণৰ বিৰহ-ভাৱনাত কৰুণ ৰস- বিষ লাগি পড়ি থাকিলা ঘুমি। মনুষ্যৰ চেষ্টা দেয়া তুমি॥৭৭১। দেখি শিশু সৱ মবিল প্ৰায়। ধেনুগণে আউৰ তৃণ নখাই॥