পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ন-সিংহাসনত বহি থকা নাৰায়ণৰ বৰ্ণনা আক চকৰি পঢ় লৈ। আগত একি শিলাকৰ নিচিনা হাতিৰ এক হল মুক্তি দেখা যেন। লাগে। এনে এশাস্তু আৰু মিঙ কালেই ৰুহিকেল বা হন সাহিত্যৰ। ধন লক্ষণ: লক খোকন ভাস্কৰ লাৰ দৰে হলো বিশেষ গুণ। আীে শঙ্কৰদেৱৰ ভাষাৰেই, কয় যেন সোণৰ ৰেহা।" কমান্টিক বা। কন্যাসমূলক সাহিত্য, ইয়াৰ বিপৰীতে, চিত্ৰাঙ্কন কলাৰ দৰে বৰ্ণ-বৈচিত্ৰ্যপূৰ্ণ; এনে কবি নিয়ে চিত্ৰশিল্পীৰ দৰে তেওঁৰ লিখনী হাতত লৈ শব্দ-চিত্ৰ। অক্টোতে স্পষ্ট বোয়নৰ বিপৰীতে কৰ্ণচাষলৈহে বিয়ে চকু ৰাখে, হক। শনা ধৰণেৰে তেওঁৰ বৰ্ণনা বিচিত্ৰ হৈ উঠলেই নিজক কুখ বুলি ভাবে॥ ১৩৯ নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য এক। গতিকে শঙ্কৰদেৱৰ মত বিশিষ্টাদ্বৈতবাদতকৈ অদ্বৈতবাদৰ প্ৰাধানাই নিশ্চিতভাৱে অধিক; ইয়াত দ্বৈতবাদৰ যে পাৰতত ভৰি দিয়া নাই তাক শঙ্কৰদেৱৰ লিখনিৰ ছত্ৰে ছত্ৰে দেখিবলৈ পোৱা হয়। নামাপৰাধৰ দুটি কবিতাত শঙ্কৰদেৱে অকল নামৰ অপৰাধকে হে যে দেখুৱাইছে এনে নহয়, নামৰ উপকাৰ সাতটিও বিতংকৈ দেখুৱাইছে- “প্ৰথমে দৰি পাহকচয়। কৰিব মহা পুণ্য অণয়। বাইৰ বিষয়ত বিৰকতি। ক্ষত বঢ়াইব প্ৰেম-ভুতি॥৬৫ || ওপজাইব অতি বৈষৱ জ্ঞান। মায়াক কথিব দহি নিৰ্যম॥ চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি। থৈষক তেন্তে-এবে এক কৰি। ৮৬। এই কবিতা দুটি যে শঙ্কৰদেৱৰ আগবয়সৰ ৰচনা, তাত সঘনে দিয়া শাস্ত্ৰৰ দোহাইৰ পৰা সঠিকভাৱে অনুমান কৰিব পাৰি- আসিল শাস্ত্ৰ বাৰাণী হন্তে॥ তাহাক চাই নিবন্ধিলো পদ। হৰি হৰি বুলি ভবা আপন॥৭১। পাষণ্ড- অন ৰচনাৰ উৎপত্তি সম্পৰ্কে আগতে উনুকিওৱা হৈছে। ইয়াৰ চাবিটি কবিতাত বেদান্ত, বিষ্ণুধৰ্মান্তৰ আগম, বৃহৎ নাবদী, পদ্মপুৰাণ, বৃহৎ সহজ নাম, সূতসংহিতা আৰু বাৰ স্কন্তু ভাগৱতৰ সাৰ কাঢ়ি আনি শঙ্কৰটেৱে নিজ ধৰ্মৰ নৰ্ম প্ৰমাণ কৰিছে। ধ্যানবৰ্ণন দুটি কবিতা সম্পূৰ্ণ প্ৰথমটিত বৈকুণৰ আৰু দ্বিতীয়টিত তাত থকা নাৰায়ণৰ কনি। অন্ততঃ এই কবিতা দুটি সংস্কৃত কাব্যৰ সমানে গহীন গম্ভীৰ আৰু মহত্বপূৰ্ণ। বৈকুণ্ঠৰ বৰ্ণনা যেনে মনোমুগ্ধকৰ তাৰ মাজত