পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ৯৫) আৰু দৈত্যাৰি (৪১৪-২৭ পদ) উভয়েই এই কাহিনী হুবহু বৰ্ণাহছে; দ্বিতীয় কাৰণ ৰামচৰণে কৈছে (২,৪৩০-৪১} নবাগ নামে আছে কি না। পৰম পণ্ডিত ধৰ্ম্মপথে পালে প্ৰজা॥ শুক্লফৰজ নামে তান ভাই শুভময়। ধূহাটা হয়ে শুনে লোক সমস্তুম॥ গীতবিত্ব শুণ শুনিয়া বাজাৰ। তান বাক্সে যাইবে মন সম প্ৰচাৰ॥ নৰনাৰায়ণ ভৈলা কমলাপে ৰাৱা। আপনি বৰিল সৰে অসমৰ খক্তা॥ শঙ্কৰে বোলন্ত মই ই গ্ৰাম এৰিবে। এহি সময়ত শীঘ্ৰে কামৰূপে যাইবো॥ সময় লোকত গাৰে গাঁৱে জান দিলা। ভকতসকলে শীঘ্ৰে নাৱক সাজিলা॥" দৈত্যৰিৰ মতে “সেহি সময়ত নৰনাৰায়ণ বয়া। মাৰিৰে অসম ৰা গৈল সাজি গ্ৰড়া॥ ৪৩৯।" বুৰঞ্জীৰ মতে ১৫৪০ ত নৰনাৰায়ণ বাজপাটত উঠি ১৫৪৬ ত আহোম ৰাম মাৰে, “ৰাঢ় ভূএ সম বীৰ নাহি ত্ৰিভূবনে।২৪১৮।" কাৰ কাৰো মতে কোচৰ মাৰণত ভূঞাসকল সহ্য হৈ আহে। যেনেকৈয়ে হওক, ১৫৪০ খুঃৰ পাছতে প্ৰায় ৯১ বহুৰ বয়সত শঙ্কৰদেৱে নামনি অসম তাৰ কোচবিহাৰৰ ফালে মু কাৰে; তেন্তে ৰামবণব মতে চৈধ্য বহু হাটত থাকিলে ১৫২৬ মানত শঙ্কৰদেৱে গাংমী বা গাঙ্গখ এনি আহে। সি যি হওঁক, মাধৱদেৱৰ লগত মিলন হোৱা ঘটনাৰ উপৰিও ধুহাটতে শঙ্কৰদেৱৰ প্ৰমাণিত নতুন ধামত সম্পৰ্কে আহোম ৰজাৰ ওচৰত বিচাৰ হয় আৰশ শঙ্কৰদেৱে তাত জয়ী হৈ ৰক্সাৰ প্ৰশংসা পায় (২৪ ২০-২৮ পদ)। দৈত্যাববো এই বিবণ (৪ ২৮-৩৯) বহু একে। ৰামচৰণত (২৬৩৭-৩৮)। “ধুহাটা বিলাতে আছে আমি সুখে। শুনিলোঁহো পাছে এক মনুষ্যৰ মুখে॥ লোহিতৰ সিপাৰত ডাক দিয়া গৈল। কোচ মাৰ্মা আইল হে আমাত কহিল॥ আকাশী বচন যেন তাহাৰ শুনিলো। সি কাৰণে আমি ইটো বাজক আসিলো॥” তেনেহলে ১৫৪৮ ত নৰনাৰায়ণৰ আক্ৰমণত শঙ্কৰদেৱ ভটিয়াই যোবাই সঠিক হয়। [হাট এৰাৰ আগতে শঙ্কৰদেৱৰ পুত্ৰ-পুত্ৰী (২৩৪৪-৪৬)- “নেহলে শবেৰ পুত্ৰ উপঞ্জিল। হৰিচকা নাম তাক আনন্দতে দিল॥ তাত অনন্তবে ৰুক্মিণীয়ো জন্মিলন্ত। ৰূপ দেৰি নাম হন শঙ্কনে দিল॥ তিনি পুত্ৰ দুই জীড ভৈলা শঙ্কৰৰ। দেখি সহেষিত যত সমৰে॥ বড় ছৈল বানানদ কমললোচন। মধাম ভৈলন্ত ইটো হৰি যে বণ॥" “ইটো কথা ধূঞাহাটা গ্ৰামত নিশ্চয়। ২৩৮৩”, তাৰ পৰা ভটিয়াই আহোঁতে