৭৬ অসমীয়া সাহত্যৰি চানেকি কব লণ। তাৱত কথা কই; তাতে ডাঙ্গৰিয়াই প্ৰত্যুত্তৰ প্ৰাৰ্থনা সৰ্গদেৱলৈ সেই কথা সুনুআ সকলৰ দ্বাৰাই জনাই। তাৰ পৰা উঠি চৰাৰ মাজৰ নিজ ঠাইত তলচাত বহে গৈ; কিন্তু কোনো জনা নিজ ঠাইত নবহি, সেই উঠাতেই বাজ ঘৰলৈ জাই গৈ। যাওতে যদি পূৰ্বৰে পৰা অনাই প্ৰস্তুতে থই, দোলাত জাবগৈ পাই; জদি দোলা প্ৰস্তুতে নেথাকে, ৰাজসালৰ ঘোৰা দি, তাতে উঠি ঘৰলৈ যাই। দাতিয়লিয়া তিনি জনাক চবাব দক্ষিণ টুপব ঘবিয়লধৰ খুটাব কসিবতে সি তিনি জনক ক্ৰমেই পাতে। বৰ বৰু বৰ ফুকন আদি গুহাটিয়া উজনিয়া দুয়ে দল চুবাৰ ফুকনক পাতিব লগাত প্ৰথমে সপত খুআই; এই সপত খুউত৷ কৰম প্ৰথমেই ডাঙ্গৰিয়া ৩ জন ও দাতিয়ুলিয়া তিন জন এই চই জনাতো অচে। পাচে বৰ বৰুআ বহ খুটাৰ চতিটৰ সোঁ মাজতে সৰ্গদেৱৰ আজ্ঞা সুনালেই খেৰ দিএ, তাতে আইলৈ বহে। অন্য মানুহো আইলৈ বহে। পাচে কথা শুনু। সকলে কব লগিযা খনি কই; তাকে শুনি হোঙ্গা জনাই প্ৰত্যুত্তৰ প্ৰাৰ্থনা সৰ্গদেৱলৈ জুনাযেই নিজ ঠাইত দস্তুৰ মতে বহে গৈ। আৰু ডাঙ্গবিয়া সকলৰ এজন জিয়া হৈ থকাতে এজনাক পাতিব লাগিলে, বব কটকি এটা গৈ আগৈএ ঘবতে সৰ্গদেৱৰ অজ্ঞাবে ডাসৰিয়া ভাঙ্গি দোলা তাৰে আন কাহি আনিলেহে পাচে এজনক পাতিব পাই। কিন্তু তিনি জনা ডাঙ্গবিয়াৰপৰা বৰবৰুআক বাজকৈ দুয়োদল চৰাৰ ফুকন পৰ্জন্তে পাতিব লগা হলেই ববৰৰু চৰাত বহি থকাতেহে পাতিব পাই। তাৰু এই পৰ্জন্তে পতাত পাতিবলৈ জোআ বৰুআ ফুকন এতিয়াকৈ জীব নেপাই; মজুমদাৰ বৰুআ, ও খেব বিচনি পোআ চমু ফুকন, আন ফুকন বৰুআও জাক পাচে, মুঠে দুই তিনি চাৰি ইমান বৰুকা ফুকন কথা সুনাবলৈ জাই। ৰাজখোকা সকলক হলে, চৰাৰ দক্ষিণ টুপে কথা শুনাই পাতি এই বা নৌ পাৰ্তোতেই বৰবৰুআ জতে থাকে ততে গৈ, কথা সুনু গৰাকিয়ে বৰবৰুআত জনাই থব পাই। চেটিয়া পাত্ৰ বৰু ঘৰ ফলিয়া এই দুইক টুপৰ জোৰাৰ পচিম ফালৰ ফকামৰ কোঠাত পাতে, ঐ টুপতে চাঙ্গৰুঙ্গ বৰুআ হঁতকো পাতে। ঐ তিনি জনা ডাঙ্গৰিয়াৰে পৰা দুয়ে দল চৰাৰ ফুকন পৰ্জন্তে কথা শুনাই পতাতেহে অকলেই বা লগেৰেই মজুমদাৰ বৰুআই কথা সুনু নিয়ম; তদিতৰক হলে অন্য ফুকন বৰুআইও কথা সুনাই। কদাচিত মজুমদাৰৰ বৰুআকো পাচে। খেৰ বিচনি পোৱা চমূআ ফুকন সকলক চৰাৰ উতৰ টুপে পাতে; পাচে বৰবৰুআত কৈ থইগৈ। তিনি বৰভণ্ডাৰ বৰুআ, জালভৰি ফুকন, গন্ধিয়া বৰুআ, মজুমদাৰ বৰুআ, খনিকৰ বৰুকা, সেনচোআ বৰুআ, দুই দোলা কাসৰিয়া বৰুআ, তিপমিয়া ৰাজখোঝ,
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৯৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই