পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৪ অসমীয়া সাহিত্যৰ চানেকি সোমাই বৰবৰুআ আদি কোনো বহিব নেপাই, ঐ বৰ খুটাকে সীমা কৰি ফকামৰ খুটাত পথলিয়াকৈ মেলাকঠতহে বহে। আৰু দক্ষিন টুপৰ পুব ফালে টুপৰ জোৰাৰ খুটাৰ দক্ষিন পুব কোনতে চাঙ্গৰুঙ্গ ফুকন বহে; এওৰে দক্ষিনেই নিয়াইসোধা ফুকন বহে। এই টুপৰ জোৰাৰ খুটা ও তাৰে ফকামৰ খুটা এই দুইৰ মাজতে থিয়কৈ এটিয়া কঠ মেলি ফকামৰ কোঠাতে বচা ও নিবুকিয়াল দুই ৰাজখোকা বহে। জেতিয়া গুহাটিব ফুকন ৰাজখো। সকল আহে, তেতিয়া চৰাৰ দক্ষিন টুপব ঘবিয়াল ধৰা খুটাব দক্ষিন টুপতে থিয়কৈ কঠ একোটা পাবি ৰাজখোঅ সকল বহে। পানি ফুকন আদি ফুকন সকল মজদাৰ আগ পীচ ক্ৰমে উজনিয়া ফুকন সকলৰ মাঝে মাঝে বহে। দৰঙ্গি ৰজা ও বাণি ৰজা আহিলে, দাতিয়লিয়া গোহাই তিনি জনা বহা দক্ষিণ টুপৰ জোৰাৰ চতিৰ পুৰটো খুটাতে বহে। আৰু নিতে চৰাত বৰবৰত বহাত বৰ বৰুকাৰ সমুখৰ উতৰ ফালৰ খুটাটোৰ দক্ষিনে ভিতৰ সোমাই ফকামৰ কোঠাত ডাঙ্গৰিয়া সকলৰ এবং চাবি সত্ৰিয়াৰ খাটনিয়াৰ ও সভাপণ্ডিত দুই এক জন বহি কথা বাৰ্তা জনাই। এই সকলৰ পুৰ ফালে সেই কোঠাতে বৰাহঁতে খলাৰ পবা অগক কথাকে মুখ দি সুধি বুজাবৰ কাৰণ বব কটকি এটা বহে। এইটো খুটাৰ ওচৰকৈ পিৰালিতে মোটোকোৱা চালতে বৰাকটকিটো বহে। পচিম ফালে ভিতৰুআল ফুকন বাবে পৰা দক্ষিণলৈ ফকামব কোঠাৰ মাজে মাজে কটকি দলৈ কাকতি হত বহে। ইতি বুৰঞ্জিৰে সষ্ঠ খণ্ডং। সপ্তম খণ্ড। বৰ সৰাহত মহন্ত সকলব নিৰ্মালি লোআত সদেও বৰ চৰাৰ ৰহা কোঠাৰ অগ্নিকোনৰ খুটাতে সৰুকৈ ভেটি এটি কৰাই তাতে দস্তুৰ মতে বহে। চাৰি সত্ৰিয়া সকলে সৰ্গদেৱৰ সিৰতে নিমালি দিয়েহি-তাতকৈ নাম সকলে হাতত দিহি। তাতকৈ নাম সকলে ভকতৰ হাতৰ পৰা আপুনি নিৰ্ম্মালিৰ সবাই নি আগ বহাই দিহি, সৰ্গদেৱে সেই সৰাইৰ পৰা অপোন হাতে লই; তাতকৈ নৰম সকলে নিলগতে দেখা দি আসিবাদ কৰে। সৰ্গদেৱৰ পাচনিহ'তে নিৰ্ম্মালিৰ সৰাই আনি আগ বহাই দিএহি, দুৰ্গদেৱে আপোন হাতে লই। আৰু চাৰি সত্ৰিয় অধিকাৰ হলে সৰ্গদেৱৰ আগত বহিবলৈ কলাপাতৰ ওপৰত বগা