জাতীয় গৌৰৱ। কালৰ নিষ্ঠৰ বতাহ কোবত, পৰিল সি মল। অনন্ত খালত। ৰাম সৰস্বতী, ভাৰতব পৃথি, ব্যাসৰ ৰাচনি ফুলৰ মলা, কৰিল৷ ৰচনা, তোমাৰ কামনা নিসিজিল হল লৰাৰ খেলা। বঙ্গত জনম ধন্য কাশি দাস,। তযু কীৰ্ত্তি কৰে অসম প্ৰকাশ। ঠিক অসমীয়া মানুহ নহয়, অসম “মশান নোহে কোনে কয়? দেৰ কীৰ্ত্তিৰস. | কাৰ্ডিব আনাস | সাজিলে তোমাৰ ৰঙ্গালী ভাই, এই ৰামায়ণ লেখা কবিজন, পুথিৰ বতৰাব নমো নাই।। পুৰণি গৌৰৱে গৰী যেই দেশ। নহয়, নাই তাৰ উন্নতি লেশ। কত পৰিশ্ৰম। কৰি কবিজন সাজিলে মোবাহ কেৱল বৃথায়, আজি অসমত, ডেকাৰ মাজত, | বিচাৰি কোনো তাক খাতা নাই, বাপেকৰ নাম। নজন সন্তান, কালে হল আহি এই মাটিখান! পঢ়িছে মিল্টন, পঢ়ে ৰাৰণ দেখো সৌ দলে সলাগ লই, স্বজাতি অসভ্য | গিণি হয় সভ্য পিতাৰ পুত্ৰৰ নাই পৰিচয়, ইকপ বচেৰা সন্তানৰ জ্ঞান। দিলাহে বিধতা এই মাটিখান! ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশান নোহে কোনে কয়?
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৬১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই