পূৰ্ণিমাৰ ৰাতিলৈ চাই। তোমাৰ কিৰণ, নকৰে শোভন দুৰ্ভগা অসম পাপ বদন। লুকুৱা বদন। অন্ধকাৰ যেন | আহি গৰাসোক অসম ধৰা, ই দুটি নয়নে। যেন চাৰিপিনে | নেদেখো অসম এলাহত মৰা।। দেখে। বঙ্গে | হাহিছে ৰঙ্গেৰে চৰচিছে কথা সদায় জ্ঞানৰ। মহা জ্ঞানবান। বঙ্গৰ সন্তান | দিনৌ জনমিছে বুধি চোকা বৰ; বিদ্যাৰ গৌৰবে। গী হৈ সবে | কৰিছে অনেক সজ আলোচনা, দেশ বিদেশত | ফুৰি লোক যত কৰিব ধৰিছে সুখৰ সাধন। অসম জননী। | জনম দুখিনী দুখীয়া সোনোপা তাৰ কুসন্তান, অপমান জ্ঞান। নকৰে অলপপা | নিজ হীনতাত নাই অভিমান : কি দেখো অসম যতেক সন্তান অতি নিমাখিত লাজলগা নাম, আনৰ গোলাম নাই অপমান | ভাৰতবৰ্ষত আৰ্যৰ দুৰ্ণাম। সকলো উন্নত দেখি ইজগত | তথাপিতো নাই কাণসাৰ, ভাৰতীয় ভাই বঙ্গালী কে এই ইয়াত উন্নতি কৰিছে অপাৰ। ধণী মাৰোৱাৰী | যোগ্য লোক সবে ভোগীছে অসম পৰম সুখেৰে, বিষম জাল। পাতি ঋণ জাল কেনেকৈ অসমক ধৰুৱা কৰে!
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৫৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই