২৮৮ অসমীয়া সাহিত্যৰ চানেকি। এই বুলি যায় শ্ৰীমতি, | কৃষ্ণ পদে ৰাখি মতি, উপনীত যমুনাৰ কুলে। ভয়ে ভীত হই ৰাধে, | শ্ৰহৰি চৰণাৰাধে অধেয়। ভুমাতে শীঘ্ৰ ফেলে। হে কৃষ্ণ কংসাৰি, | কৃ তা ভয়ান্ত কাৰি, কি কাৰণে কৰুণা নকৰি কোপ প্ৰকাশিলা। কঠিন কাঠৰ দৰে, | কৃপা নাহি কলেবৰে, কলঙ্ক কলস কংকালে তুলি দি৷৷ খৰ খৰ কৰে খিজিলাব, খিল খিল খলে হাসি, | খু দৰ খুজাৰা খৰ ক্ষীৰোদ বাসীহে দিল, কি খেলা খেলাইলা, কিতিৰ পেৰে খেদে ৮ি, কি ক্ষেতি ক্ষেতি কৰিল অখ্যাতি ক্ষিতি ৰাখিলা। গোবিন্দ গোবৃন্দ বৃন্দ । | গোপ গোপী নিৰানন্দ, গোবৰ্ধন ধাৰী তুমি গোকুলাকুল কৰিল। গোপাল, কান্দেহে গোপাল, তৃণ বাৰি নাখে গোপাল, গোপনে গোপিনী কান্দে গুপ্ত হই ককগেল।। ঘটত ঘন ফুটা কৰি, | ঘামে মাৰিলা ঘাৰ ঠৰি, | ঘোষ ঘৰিণী গিলাকক ঘনশ্যাম ঘটুৱাল।। ঘোষণা হল ঘটে ঘটে, বাখনা ঘাটত ঘটে, ঘটক নুই অঘটন ইঘটত কিয় হল।। এই বুলি শ্ৰীমতি, | মুছি কমল আখি দুটি, | ক কাৰাদি মন্ত্ৰে আধিলা। ভক্তাধীন ভগবান, হৃদে হই অধিষ্টান, | কি ভয় বুলি অভয় দান দিল। তেতিয়া—আনন্দে প্ৰফুল্ল ৰাই, কুম্ভ বুৰাবাক যাই, | তেও অঙ্গ কাপে থৰ থৰে। যেনেই সাপৰ গাতত দিউতে হাত, ভয়ে কপনি উঠে গাত, কিয় কপে, জাসু খুটেই মাৰে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩০৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই