২৬৬ অসমীয়া সাহিত্যৰ চানেকি। হোৱা, এক পদ লোৱ।। তেহে আগ বাঢ়িব পৰিবা। আগ বাঢ়িব নোৱাৰিলেই পিচুৱাই যাব লাগিব। সসাৰত একভাবে থাকিবৰ নিয়ম নহয়। নিত্য নতুন হোৱাই সংসাৰৰ ধৰ্ম্ম। নিত্য পৰিবৰ্তন এই সংসাৰৰ কৰ্ম্ম। হয় উন্নতি, নহয় অধোগতি। এই সংসাৰত এক ভাবেই একে। বস্তুই নাথাকে। | আমি যিমান পৰিমাণে ব্ৰাহ্মণ হৈ থাকিবলৈ খুজিম তিমান পৰিমাণে দাস যদি হোৱা, দাসত্ব কৰ্ম্মত ক্ৰটী হব। দাসত্ব কৰ্ম্মত ত্ৰুটি হলেই প্ৰভুৰ মনত খং হব তোমাৰ উন্নতি নহয়। যি চাকৰী কৰে সি আকৌ ব্ৰাহ্ম!! পৰৰ চাকৰী কৰি। ব্ৰাহ্মণ বা ব্ৰাহ্ম বুলি, নিজক পৰিচয় দিলে ব্ৰাহ্মণ বা ব্ৰাহ্ম শব্দৰ অৰ্থৰ ব্যতিক্ৰম কৰা হয়। যি দাস সি ৰাহ্মণ হব নোৱাৰে। প্ৰকৃতিৰ বিকৃতি মাথোন। ব্ৰাহ্মণ কেৱল পৰম জ্ঞান, পৰম গুৰুৰ তাধীন আন কাৰো ধান হব নোৱাৰে। প্ৰভু আৰু ভৃত্য। এই পৃথিবীত তানাদি তানন্ত কালৰ পৰা প্ৰভু আৰু শক্তিৰ প্ৰভাব চলি আহিছে। অইন ধম্মত প্ৰভু আৰু ভৃত্য ভিন্ন পৰিবাৰ ভূত, ভয়, পাছে প্ৰভু ভৃত্যৰ লগত মিহলি হৈ যাই। উদব হিন্দুৰ প্ৰভু ভৃত্য এক পৰিবাৰ ভুক্ত। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হিন্দু জাতিৰ এক অঙ্গ। হিন্দুৰ প্ৰভুৰ ভাৱ ইমান মহান যে ভৃত্যৰ লগত মিহলি হোৱাত ভৃত্যৰ লগত কথাবাৰ্তা কোৱাত এক পৰিবাৰৰ মানুহৰ দৰে ব্যৱহাৰ কৰাত, ঘৃণা বোধ নকৰে। হিন্দুৰ প্ৰভু ওখতকৈ ও ওখ আৰু সৰুতকৈও সৰু। মহততকৈও মহত। আৰু অণুতকৈও অ। ডাঙ্গৰৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু সৰুৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে দুয়োকো ভালকৈ জানে। হিন্দুৰ প্ৰভু একেবাৰে উচ্চস্থানীয়। ব্ৰাহ্মণৰ লৰা ব্ৰাহ্মণ। ক্ষত্ৰিয়ৰ লৰা ক্ষত্ৰিয়। ডাঙ্গৰীয়াৰ লৰা ডাঙ্গৰীয়া। বিষয়াৰ লৰা বিষয়। মানীৰ লৰা মাননীয়। আজি কালি আগতকৈও যদিও উদাব ভাৱ চলিছে, আজি কালিৰ ভাৱক যদিও উদাৰ ভাৱ বোলে, কিন্তু কাৰ্যত উদাব ভাৱ নহয়। আজি কালি এজন সামান্য যাৰ পিতা প্ৰপিতামহ সামান্য শ্ৰেণীভুক্ত সি যদি গ্ৰহগুণে ডাঙ্গৰ বিষয় পায়, তেন্তে সি বৰতকৈও বৰ হয়। পৃথিবীত ভৰিকে নিদিয়ে। সকলোকে সামান্য জ্ঞান কৰে। যাৰ তাৰ লগত কথা একাখাৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই