২৬৪ অসমীয়া সাহিত্যৰ চানেকি। হৈছে। পবিত্ৰ পানৰ গৰাকী আমি নাই, আন হৈছে। আমি এই বিলাকক হেলাতে হেৰুৱালে। পূৰ্ব-পুৰুষ বিলাকে অমাৰ গতি মতি দেখি আমাৰ দুখ হওক বুলি শাপিলে। আমাৰ কৰ্ম্মৰ ফল আমি এতিয়া ভুঞ্জিব ধৰিছো। যেনে কৰ্ম তেনে ফল। এতিয়াৰ মানুহৰ দুঃখ হাহাকাৰেই কৰ্ম্ম ফুলৰ পৰিচয়। এয়ে কি হৈছে। আৰু। হবলৈ আছে। অগেয়ে মহাপুৰুয় কৰ্ম্মও ডাঙ্গৰীৰ আছিল। আহিলা পাতিও ডাঙ্গৰীয়াৰ আছিল। এতিয়া আমি নাম ডাঙ্গৰীয়াতেই উফন্দি পৰে।। এজনে আমাক এতিয়া ডাঙ্গৰীয়া বুলি মাতিলেই আমাৰ গা ঢাবিখন পাচখন কবে। ইপিনে আকৌ পূৰ্বৰ ডাঙ্গায়বিলাকব আহিল। পাতিক, যি বিলাক বস্তু বিষয়লৈ তেও বিলাক আনত কৈ ডাঙ্গৰ হৈছিল, ডাঙ্গৰীয়া হৈছিল সেই বিলাকক ঘিনাও। এতিয়া নিজৰ দণ্ড ছত্ৰ নিজ হাতে ধৰিয়েই ডাঙ্গায়া, দেওয়া। এতিয়া আমাৰ বৃদ্ধিৰ আয়তন সৰু। সেই দেখি আমাৰ বস্তু দ্ৰব্যৰ ভৰালো সক। লগৰ লিগিৰা লগোৱাও নাইকিয়া। আমি এতিযা জ্ঞান স্বৰূপ দেৱতাৰ স্বৰ্গৰ পতিত। শ্ৰুতি স্মৃতি পুৰাণ তন্ত্ৰৰ পৰা পতিত। পুণ্য ভূমিব পবা পতিত। পুণ্য ভূমিৰ ধন সম্পত্তিৰ পৰা পতিত। জন্মভূমিৰ পূৰ্বৰ পুৰুষ বিলাকৰ ভাল পোৱাৰ পবা পতিত। দুখ হাহাকাৰত পতিত। দেৱালয়ৰ পৰা প্ৰেতালয়ত পতিত। পবিত্ৰ বাৰিধিৰ পৰা জঠৰালয়ত পতিত। কাঞ্চণৰ পৰা কাচত পতিত। সৰ্ব- প্ৰকাৰ সুখৰ পৰা সৰৰ প্ৰকাৰ দুখত পতিত। এই যে শ্ৰুতি স্মৃতিৰ বাক। এই যে পুৰণা পুৰাণৰ অপূৰ্ব কাহিনী, এই যে পবিত্ৰ পৰম শিৱৰ আত্মৰ তত্ত্ব বাক্য। এই যে পতিত জনৰ নিজৰ দোম জ্ঞাপক বাক্য। এয়ে পতিত জনৰ পায়শ্চিত্তৰ মূল সূত্ৰ। এই শ্ৰুতি স্মৃতি পুৰাণ তন্ত্ৰ মন্ত্ৰক হৃদয়ত অতল অচল ৰূপে ধৰি, সংসাৰৰ মায়া মোহক পিঠি দি থাকিলেই পতিত, আনৰ পৰা, উঠিবলৈ শকতি হব। দেৱতাৰ কৃপা হব। পূৰ্বৰ মহাপুৰুয বিলাকৰ কৃপা হব। গুৰু সেৱা। যাৰ লঘু গুৰুৰ বিবেচনা নাই। যাৰ লঘু কি গুৰু কি বোধ নাই। যি ভাল বেয়া নাজানে। তাৰ গুৰু সেৱা কি? জ্ঞান হৈ গুৰু সেৱা নহলে জনম বৃথা। তাৰ এই মানব জনমত একো উন্নতি শ্ৰীবৃদ্ধি নাই। যি জনে জ্ঞানৰ আদেশত গুৰুৰ পদত শিৰ বিকিছে, সি আবৰ পদ সেৱা কৰিব নোৱাৰে। গুৰুৰ আশ্ৰয়
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই