পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমি দুবলী কিয়। ২৬১ পুৰুষ। তেও বিশ্ব প্ৰেমিক। তেওঁ যেই প্ৰকৃত শাস্ত্ৰ অধান। তেওঁ যেই মহাবীৰ। তেওঁ জগতকে জয় কৰিব পাৰিছে। মা কামাখ্যা! মা ষোড়শী! মা ৰাজেশ্বৰ! তোমাৰ মহিমা ৰজাই বুজে। শক্তিহীন প্ৰজাই কি বুজিব? তুমি বাজাৰ ঈশ্বৰী ৰাজ গৃহ বাসিনী। তোমাৰ মহিমা সুৰথ ৰজাই বুজিছিল। মোৰ মহিমা ৰাৱণে বুজিছিল। তোমাৰ মহিমা ৰামচন্দ্ৰে বুজিছিল। বৰাচাৰী বাচাৰাযেও তোমাৰ মহিমা বুজে। ধম্মবীৰ ৰাজবাৰতকৈও বাৰ। ৰামচন্দ যেনে বাজবাৰ আছিল, তেনে ধম্ম বাৰৰ আছিল। সেই দেখি ৰাৱণ বজাৰ গৃহলগহৈও ৰামচন্দৰ সৰ গুণত বশ হলা। ৰাৱণ ৰজা ৰজা গুণত শ্ৰেষ্ঠ আছিল। ৰাজা ৰামচন্দ সও, ৰ দুযো গুণতে গতুল্য আছিল। বামন্দ তমোগুণে। নাইকিয়া নাছিল। ৰাৱণৰ এশ নাশেই তাৰ প্ৰমাণ। তেওঁ ৰ স্থিতি সত্ত্ব গুণত, প্ৰকাশ বজে। গুণত, প্ৰলয় তমো গুণ। বাজ। ৰামঢ• হে মহাবীবে যেনে তোমাক বুজিছিল, তুমি তেও ক তেনে বৰ দিছিল। বুজিব নোৱাৰিলে পৃজিৰ নোৱাৰিলে আমি তোমাৰ বৰ কেনেকৈ পাম। তামাৰ নাইনে নাই একোযে নাই, ভাৱ নাই, ভক্তি নাই, সত প্ৰিযতা নাই, আচাৰ নাই। মাঙ্গল্য বস্তুলৈ আদৰ নাই। কিহেদি তোমাক পৃজিম : আমাৰ বজ নাই, তেজ নাই, সেই দেখি আমাৰ প্ৰকাশ নাই। আমাৰ এতিয়া সকলো পিনে নাশৰ ভাৱ। আমি তমো ভাবাপন্ন, আমাৰ ভাৱ এতিয়া চেৰ্চা অন্ধবি। মুখতা দাৰিদ্ৰতাই আমাক আন্ধাৰত পেলাই চেঁচা কৰি ৰাখিছে। আৰু তোমাৰ সাধক বিলাকে আমাক উঠিব নিদিয়ে। উঠিব নোৱাৰাকৈ দিনক দিনে বান্ধিব লাগিছে। আমি অন্ধাৰত থকাৰ বাবে চবি খব নমনে। ভাব নুবুজে।। তোমাৰ ভাৱ লাল। আমাৰ মনত নেখেলাই। মন দুৰ্নিব গতিকে তোমাৰ ভাৱক ধৰি ৰাখিব নোৱাৰে। বল অলপ হলে তাক অনিযম কবি অকখুঁত ক্ষয় কৰে।। কৰ্ম্মত বলক লগাবলৈ বলক নাচাওঁ। | আমাৰ ধনৰো সঞ্চয় নাই বলৰো সঞ্চয় নাই। খৰচৰ অভ্যাসত পৰি সমূলি মৰিলোঁ। আয় নাই ব্যয় দণ্ড স্বৰূপ হৈছে। দেবী পূজিবলৈ বল নাবাঞ্চে। প্ৰেতিনীক পুজোতেই বল যায়। ইষ্টদেৱতাক নুপূজি অনিষ্টকৰি দেৱতাক পূজিবলৈ যাওঁ। আমাৰ ইষ্ট অনিষ্টৰ বোধ নাই। অনিষ্টৰ উৎপাতত নিজৰ কৰ্ম্ম কৰিবলৈ আজৰি নাই। ৰাজ ৰাজেশ্বৰীৰ পূজাৰ কৰ্ম্ম কৰিম কেতিয়া। তেওঁৰ ডাকিণী যযাগিণী ভূত প্ৰেত বিলাকেই তত নিদিয়ে। আমাৰ ইন্দ্ৰিয়