পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোমাই তামুলী বৰ বৰুৱা। মোমাই তামুলীয়ে এইৰূপে নিশাঠৈ এহেজাৰ মানুহ লগতলৈ ওলাল। পাটকাইৰ পৰা গুৱাহাটীলৈকে পৃথক পৃথক ৰূপে মাটি ভাগ কবি গাও পাতি নাম দিলে; প্ৰত্যেক প্ৰজাৰ বাড়ী মেৰাই ঢাপ মৰলে আৰু দৰে ঘৰে পুখুৰি একোট। খানি লবলৈ হুকুম শুনালে; প্ৰতি গাৱে ০াশালা পাতি দিন; ধোবা, নাপিত, কমাৰ, চমাৰ, কুমাব, কহাব হাদি ব্যৱসাই মানুহ বহুৱালে; দই নাৰ খন গাৱৰ মাজত হাট পতাই দিলে , আৰু এখন গাৱৰ মনুহে গইন এখন গাঁৱলৈ সদায লাগতিয়াল বস্তু বিচাৰিব নলগা কৰি নিজ নিজ বাড়তি পাই, আম, কঠাল, তামোল, পান আদি শস্য ৰুই লবব নিযম কবি1; গাৱৰ সামান্য জগৰ ভাঙ্গিনৰ নিমি, গাঁৱবাবিক, বড়। শইকীয়া, বিক। পাতি দিলে; বামৰি ধৰ নিমিও ডাঙ্গ ডাঙ্গৰ জগৰ বিলাকহে মাথোন ৰাখিলে; প্ৰজবিলাকক পৰিশমা ৰাৰ মনেৰে গলি মাইকা জনীয়ে পতি ৪টা তলাহি কাটিবলৈ গৰু মতই ভাত হয় মানে এখন চালনা বা এখন কুলা বা এটা খডহি বা এটা পাছি বা এখন ১ব। সজিব।ৈ হুকুম কৰি দিলে; এই পুকুৰ গগ হলে গাওবাবিকে বড়৷ শইকীযৰ কৈ মতা মাইক। সকলোকে চাইট। ঢাইটা কোব মৰিবৰ নিয়া কবিlে; একব! ফুক, ডাঙ্গায়। প্ৰভৃতি বিষয়া সকলৰ প্ৰবৰ্তনৰ নিমিত্তে গাঁও আৰু মই দিয়া আৰু নগৰ সৌষ্ঠব ও নগৰ ৰক্ষাৰ নিমিত্তে নানা শিল্পকাৰ, কাৰা, বৰুৱতী, হিলৈদাশী প্ৰভৃতি ভাগে ভাগে মানুহ লগাই দিলে। এইবোৰ নিয়মেবেই আসামৰ বাজকাব্য বাজা থাকে মানে চলি আছিল। এই মহাত্মাৰ শাসনৰ গুন * প্ৰজাবৃদ্ধিহৈ পৰতৰ দাতিলৈকে বসতি কবি মহা সুখে কাল নিয়াছি। | চোৱাচোন, এই জনা কেনে সাধাৰণ পুকম। ও এক পেটৰ ভাত আৰু গাৰ কাপোৰৰ নিমিত্তে গনকৰ ঘৰত গৈ কাটিছিল, কিন্তু সেই ঘৰত তপোন ঘৰহেন ভাবি চকুত লগাকৈ কাম কৰা বাবে ও খলপা-খlাপে ওপৰলৈ উঠিবলৈ পালে আৰু আপোন যত্ন, পৰিশ্ৰম ও বুদ্ধিৰলেৰে ৰাজ্যৰ ভিতৰত সবোচ্চ বিষয় পাই কেনে সুখে সম্ভোগে ১৫৭২ শকত (১৬৫০ খৃঃ অঃ) পৰলোক সা«া কৰিলে অতএব যি কামকে কৰা লাগিলে মন দি চকুত লগাকৈ কৰিব লাগে।