তসমীয়া সাহিত্যৰ চানেকি। প্ৰচাৰ কৰোতেও তেওৰ নাম প্ৰকাশ কৰিবৰ ইচ্ছা নাছিল। তব ভূমিকা কেবল নামব অদ্যাক্ষৰ মাত্ৰ দিলে। অনেকৰ অনুৰোধত হে প্ৰথম পত্ৰত নাম দিলে। তেওঁৰ এই মত আছিল যে মানুহে নজনা কৈ মানুহৰ উপকাৰ কৰা ভাল। “তোমাৰ সো হাতৰ কাৰ্য্য বাও হাতে নাজানোক” এই যে খ্ৰীষ্টৰ উপদেশ তেও ইযাক বৰকৈ মানিছিল। আৰু কৈছিল বোলে কাৰ্যৰ লগে লগে ফল। এতেকে তালৈ বিশেষ প্ৰত্যাশা কবা বৃথা। পাছে তেওঁক কোনো লোকে অসভ্য বোলে এই কাৰণে তেও বব ব্যস্ত আছিল। কোনো লোকে সইতে কথা বাৰ্তা কওঁতে আৰু সাক্ষাৎ কৰোতে তেওঁ তাৰ পূৰ্বেৰ বৰ ৱ্যস্ত সমস্ত হৈছিল। মানুহে সৈতে আলাপ কৰিব তেও ভালকৈ জানিছিল। যি লোক যি ব্যবসায় বা চক্ৰত থাকে তাৰে সৈতে সেই ব্যবসায় সম্পৰ্কে কথা কৈছিল। যাক যেতিয়া যি কয তাক সবল ৰূপে কথা কৈ ছিল। কোনো লোকে তেও এ কোনো বিষয় পৰামৰ্শ সুধিলে নগা যোগ্য পৰামৰ্শ দিছিল। কিন্তু সেইটো যে তেও বৰিব লাগে। এনে নকৈছিল। পৰামৰ্শ ওৈ দি কোনো লোৰে তাক গ্ৰাহ্য নকৰে তাত তেওঁ বিৰক্ত নহৈছিল। তেওঁ আপোনাৰ মত প্ৰতিপোষণ কৰিবলৈ কেতিয়াও কোনো তক কৰিছিল। গাব গানে ৰিলেও তা ভাল নেইছিল। তেওঁৰ বুদ্ধি অতি তীক্ষ্ণ আক, ভাল পৰামৰ্শ দিব পৰা আছি। কোনো কাৰত উত্তম ৰূপে তেওঁ যে সজাই লেখিব পাবে এইটো সৰ্বত্ৰে প্ৰচাৰিত হৈছিল। কোচ বিহাৰৰ দেৱান কালীচন্দলাহিড়া আৰু অন অনেকৰ নিদৰ্শন আৰু কাকত তেওঁ লেখি দিছিল। কি কথা বা কায্যৰ কি ফল পৰিণামে হব ইয়াক তেও জানিছিল। আৰু সেই কাৰণেই তেওৰ পৰামৰ্শ সকলোৱে আদৰ কৰিছিল। তেওঁ সময়ে সমযে তেওঁৰ দূৰস্থ বন্ধু সকলৰ দৰখাস্ত ইত্যাদি মুচাবিদা কৰি দিছিল। প্ৰাচীন লোকেৰে আলাপ কৰা আৰু প্ৰাচীন কথা তেওঁৰ বড় প্ৰিয় আমোদ আছিল। তেওঁৰ অনুসন্ধান বৃত্তি বৰ প্ৰবল আছিল, সকলো কথাৰে ভালকৈ তানুসন্ধান লৈছিল, এই কাৰণে তেওঁ তেওঁৰ মত পৰিবৰ্তনত বৰ দুঃখিত নহৈছিল। তেওঁ মানুহে সৈতে আলাপ কৰিছিল হয় কিন্তু অকাৰণ আলাপ কৰি সময় নষ্ট কৰিবলৈ ভাল না- পাইছিল। যেতিয়ালৈকে কোনো লোকে সৈতে আলাপ কৰি তেওঁ তাক ভালকৈ নাজানে তেতিয়ালৈকে তাৰ সৈতে বিস্তব কথা নকৈছিল। এই কাৰণে তেওঁক সহসা অহঙ্কাৰী বুলি কোনোৱে দায় দিছিল। তেওঁ নিজে তামোল কি মলা ধপাত নাখাইছিল কিন্তু লোকক সেই সকল বস্তু দি অভ্যৰ্থনা কৰিছিল। বিজয়া
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই