সৌমাৰ ভ্ৰমণ। মিকিৰ, নগ৷ ডফলা প্ৰভৃতি আদিবাসি জাতি বোৰেই সেই অনাগ্য বা বাক্ষস সন্তান। এই দেশ পূৰ্বেৰ দুৰ্গম থকাৰ কাৰণেই ইয়াৰ বিষয়ে নানা প্ৰকাৰ (নাচুৎ নাভূত) আশ্চৰ্য কথা বিদেশত ৰাষ্ট্ৰ। বহুকাল হিন্দু ৰজা হোৱাৰ পাছত ইয়াত বৌদ্ধধৰ্ম প্ৰচলিত হইও অনেক দিন আছিল। বৌদ্ধধৰ্মী ৰজাও যে নাচিল এনে নহয়। বৌদ্ধধৰ্ম্ম লোপ হোৱাৰ পছে হিন্দুধম্ম প্ৰচলিত হলত হিন্দু ৰজাৰ আকৌ আধিপত্য হল। ইয়াই প্ৰথমে সৰু সৰু ৰজা আছিল ক্ৰমে তানেক সৰু ৰজ। গুছি ডাঙ্গব ৰজা আৰু ৰাজ্য হল। পাছে ইন্দ্ৰ বংশীয় অহোম বজাই এই দেশৰ সৌমাৰ খ প্ৰথমে নিবিবাদে ললে। ক্ৰমে ৰাজ্য বিস্তাব কৰিলে। এক কালত কবতোয়া পৰ্যন্ত আহোম ৰাজ্য বিস্তাবিত হৈছিল। পাছে বঙ্গদেশ আৰু অসম দেশৰ সীমা ওয়ালপাড়াৰ ওচৰৰ মানাহ (মান অহ) নদী এই স্থিৰ থাকিল। ৰাজসিক, ধৰ্ম বিষয়ক অনেক হুলস্থূলৰ পাছত আহোমৰ ভিতৰতে ৰজা মন্ত্ৰিৰ কন্দল হোৱাত ব্ৰহমা বা মানে আহি এই দেশ ললে। মানে তানেক উৎপাত কৰিলে। পবিশেষত ব্ৰিটিশ গবৰ্ণমেন্ট ( ইংৰাজে) এই দেশ মানব হাতব পৰা লয়। ১৮২৪ সনৰ পৰা আজি পৰ্য্যন্ত ই ইংৰাজ অবিনত আছে। ইয়াৰ ভিতৰত এই দেশত অনেক প্ৰকাৰ উন্নতি ( কিছু পৰিমাণে অৱনতিও) হইছে। কিন্তু সেইবিলাক কথা সামাজিক ইতিহাসৰ অন্তৰ্গত। সম্প্ৰতি এই দেশই গমনাগমনৰো (আগতকৈ) আনেক সুযোগ হইছে। বেল ওৰে ভাপৰ জাহাজ আৰু আলি পদূলি বিলাক পোন হোৱাত দূৰতা কমিছে। আৰু পূৰ্বৰৰ দৰে এঠাইৰ পৰা আন ঠাইলৈ যাব লাগিলে হোলো নাও হাক ডাবলি (চকলি শবদৰ ) ভাৰৰ বিশেষ আশ্ৰয় লোয়াৰ প্ৰয়োজন গুছিছে। গবৰ্ণমেণ্টৰ সুদৃঢ় শাসনৰ প্ৰভাৱত যাত্ৰি আৰু বাটৰুৱাই নিৰ্বিঘ্নে গমনাগমন কৰিব পাৰে (আগৰ দৰে হাহ পাৰ মাৰিব নেলাগে)। আমাৰ এনে প্ৰাচীন দেশ এতিয়া এনে সুবিধা। এনেতো যদি আমি নিজ দেশত নুফুৰো আমাৰ শিক্ষ। অসম্পূৰ্ণ। বিদেশৰ জানেক অঞ্চলত ঈশ্বৰৰ ইচ্ছা ফুৰিছে। কিন্তু নিজ দেশৰ সৌমাৰ খণ্ড নেখা নাই। অথচ উজনী খণ্ডই তামাৰ ইতিহাসৰ ঘটনাৰে পৰিপূৰ্ণ। সেই খগুতে ৰজাৰ নগৰ। সেই খণ্ডতে সম্প্ৰতিও নানা উন্নতিৰ সূত্ৰপাত। তাতেই ঘোৰ ৰাজ বিপ্লবৰে সূত্ৰপাত। আসামৰ বিষয় আমি যি কথা জানিলে। তাৱত আমাৰ শুনা বিবৰণৰ পৰাই উৎপন্ন। এতেকে এবাৰ সেইফালে ফুৰিবলৈ যাবৰ নিমিত্তে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২১৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই