পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মজীবন চবি ৩। ১৭৫ কাৰণেই মই মোৰ ইংৰাজী অখৰ ভাল কৰিবলৈ একো যত্ন নবৰিলো। এবৰ সকাম নাই যে সেই কালত চিবাদাৰ মনচুপ হদি ডাক্ষযি সকলব ইবাজী জানিবৰ বা লিখিব একে। প্ৰযোজন ছিল। আৰু কেৰাণীত বাজে সকলোৱেই ইংৰাজী বিদ্যা বিনাইছিল। ইং ১৮৬২ শকৰ পৰা জডিসে। কমিশানৰ চাহাবৰ অফিচত কাম কৰি কমে সেই অফিচৰ চুপইন্টেন্টেৰ পদ পাও, গৰি ই ১৮০১ শ ব প্ৰথম জানুবাৰীত সেই পদ উঠি যোৱা লৈকে তা নিযুক্ত আছি।।। ই বাও। ১৮৬১ শত এগনিউ চাহাৰ কোৰেহাৰৰ কমিশ্যনৰ হৈ যোৱাত কামপ। ডেপুটি কমিশনবৰ অফিচত এবছৰ টুনসেটৰৰ কাম কৰে। এই বশত থাকোতে তেতিয়াৰ অসমৰ ইস্কল বিলাকব ইনস্পেকটৰ পেটব ঢাহাৰে মোৰ উপাচ মাহে ১০০ টকাত শিৱসাগৰৰ ডেপুটী ইনস্পেকটৰ নিযুক্ত কৰাত ডিক্তৰ চাহাবে সেই নিযোগ অনুমোদন কৰিছিল কিন্তু সেই সনযতে এগনিউ ঢাহা উলটি গতি মোক হে ১১০ টকা বেতন হেড় এচিটেণ্ট পাতি তে এ অতি নিয়া ও ডেপুটি ইনস্পেকটৰহৈ যোৱ। নহল। ডিস্যেৰ কমিশৰ চাহাবৰ অফিচৰ চুপইন্টেন্ট হৈ থাকোতে প্ৰথমে ইং ১৮৭৫ শকত তিনি মাহৰ নিমিত্তে মেক এ চা এন্টে টৰ পৰ মচ। হৈচিল কিন্তু চিৰস্থাযৰূপে নেপাশে সেই পদ •ল ও বুলি কবলৈ মই অমান্তি হলো। পাচে কে। ই° ১৮। কত তিনি মাহৰ নিমি সেই পদ মোক মচ। হয় কিন্তু পূবে এবাৰ চিৰস্থায়ী পদ এবলৈ অপকাৰ কৰি পচে তেনে পদ লোৱা অযুগুত, ঘাইকৈ অগিব আৰ এগনিউ চাহাবৰ অৰোব ৩ সেই পদ মোক মৰ্চ। হৈছি, তেতিয়া তাত অমান্তি হৈ পচে ঢে, এটিৰী চাহাবে নিজে দিযা ৩ তাক লৰে এগনিউ চাহাবৰ অৱমাননা ইব, এনে ভৰি তোৰা ৩ ৩াক ত্যাগ কৰিবলৈ বাধ্য হলো। এই কাৰণে তেতিয়া মোৰ মনত তালপ অসন্তোষ জন্মিছিল। কিন্তু এতিয। সেই বাবে সন্তোষ পাইছো। কিযনো মোৰ বিবেচনাত একই। এচিষ্টেণ্ট হোৱাত কৈ মই বহুত সুখে আছো। মন সন্তোষেই সুখ। ই ১৮৭৩ শকত তেতিয়াৰ লেৱটেনেন্ট গবৰ্ণব যাব জ কেম্বেল চাহাবৰ জাননী অনুসৰি আন অনেকব দৰে মই আদি পাঠ নামেৰে এখান অসমীয়া ভাষাৰ প্ৰথম শিক্ষাব পুথি লেখো। এই প্ৰকাৰৰ ” ০ খন মান পুথি লিখা হৈছিল। সেই বিলাকৰ গুণাগুণৰ বিবেচনা কৰিবৰ বৰণ বা সমব। বিলাকে আদিপাঠক সকলোতকৈ শ্ৰেষ্ঠ বোলাত ৫০০ টকা বঁটা পাও। তাৰ পাচতে পুথি আদি লিখাৰ