পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইস কি বিসদি। বিসেস বুবি নিচেই হিন, এতেকে ইয়াৰ বিসয়ে কি কৰ্তব্য? পাচে বাবু এ কলে, এই কথাব পাচে এটা বিবেচনা কৰা জাব, • এতিয়া তুমি লৰা। পহেলাগৈ, এই বুলি তেওঁক বিদাই দি তিনিও বঙ্গল ইস্কুল চাবলৈ গল। বঙ্গল ইস্কলব প্ৰত্যেক হেনিবে অলপ লখন বুজিলে, সকলো শ্ৰেনি চাই ফুৰি প্ৰথম শ্ৰেনিৰ ওচৰত গলপমান বিম কৰিবৰ কাৰন বহিল। এনেতে ভ্ৰমন্ধে গুৰত সুধিলে, গুৰু, এই লাটিত জে বঙ্গালি মাৰ পুথি- বিলাকেৰে জান সিকাৰৰ নিবম কবিটে, কি, অচমিয! ভাসাৰেনো এই কিতাপ বিলাকৰ ব স তুবি নোগাবিনে? গাৰু লৰাই তিৰো তাই ঢ৷ লোকে বুজিবৰ নিমিতে সুগম নলহেতে নে? পাচে গুৰু জনাই কলে এই পুথি সকল অচমিয়া ভাসাৰে অতি সহজে বুজিব পৰাকৈ প্ৰস্তুত কৰিব নোৰি, এনে ই, বিসেস মাৰি ভাসাবে লিখা পুথিসকল পহিবলৈ জে সুগম হলহেতেন, তাৰ কোনো সন্দেহ নাই। | ই’ৰাজি লোক সকলে জদি লাটি, থাক, শস ভাসাবে সংস্কৃত ভাসাত পক। স্তন সিকিৰব নিযম হল হেতেন, তেতিয়া গবসে দুৰ্গম পালেহেতেন। বঙ্গালি সকলেও জদি চিঠিযা নাই। তানিয়া মাতেৰে ইৰাজি বিদ্যা সিকিবৰ নিয়ম পালেহেতেন, তেতিয়া অভ্যাস নথকা দৃঢ়ি ভাস সিকি ইংৰাজি সাস্তুত থব। উৎক্ৰিস্ট স্থান লাভ কৰিবলৈ কৰতে দুৰ্গম বুলি স্পিকাৰ কৰিণো ইন। গপি আমাৰ দেসত জে বিদেসি বঙ্গালি অস। জিলৈকে ইলত আৰু ব চাৰি ঘৰতো চলি অচে, ইয়াৰ প্ৰথম বাৰ এই, সঙ্গীনি ভাসা গমি। ভাসাতকৈ তিমান প্ৰিপক নহই বুলি প্ৰত্যয হৈছে। এইপ প্ৰত্যই তো গাৰ কবি এই, জে বঙ্গাল দেসহ থকা সকলে পূহক অদিত স”সুত মিহলাই লিখিলেই বচন। উৎক্ৰিষ্ট হই বুলি জানি, পাৰেনে বঙ্গালিভাসাৰ মাজত সস্তুত বেৱহাৰ কৰি থাকে। পুৰ্বকালব মহ| মহা কবি সকলে এই স” দ্ৰুত ভাসাবে ধৰ্ম সাসন, ৰাজ সাসন, সমাজিক নিয়ম, বৈদ্য সাস্ত্ৰ, দ্ৰব্যগুন, ইসবৰ জ্ঞান প্ৰভিতি সেস প্ৰকাৰ প্ৰানিব গাৱকিয় কথা বাত্ৰা লিখি লিখি থৈ জোগাৰ কাৰনে প্ৰাই ভাৰতৰৰ হিন্দু সকলৰ মাজত সেই ভাসাটিক আদিৰ কৰিবৰ নিমিতে বাধিত হৈচিল। এতিয়ালৈকে জতে জতে হিন্দুৰ বসতি আছে, তাতে ততে সংস্কৃত ভাসা অৱস্যে আছে। অন্য কি? এই ভাসাই সাগৰ পাৰ হৈ গৈযে। জগ সম্ভব অদিৰ পাইচে। অচমিয়া ভাসাৰ ভিতৰতো এইৰুপে স’স্বত বেৱহাৰ হৈ যাচে। অচমিয়া ভাসাই সৈতে