পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৰ্স আক বিসাদ। ১৪৭ আবেলি বেলিক। দুয়ো ফুৰিবৰ কাৰন বাহিৰলৈ ওলাই নৈ কোসৰৰ অলিয়েদি লাহে লাহে গৈ থাকেঁতে থাকোতে নৈৰ উতপতি আৰু তাৰ গতি বিসয়ক, অৰু পানিৰ পৰা মানুহে কিমান উপকাৰ পাৰ লাগিচে তাৰ বিসই, আৰু সুজা অস্থ জাবৰ সময়ত কাসৰ ৰঙ্গা বৰনৰ ওপৰত ঠাযে ঠায়ে মেঘ সকলৰ চিত্ৰ বিচিত্ৰ জলকনিব জি অপূব প্ৰভা, আৰু পূৰৰ বতাহৰ দ্বাৰাই লৰি থকা পানি জলমলনিৰ জি মনোহৰ নোভা, আৰু নদিৰ বগা ৰালিৰ ওপৰত গজা উতম স্যাম বৰনিয়া জাও প্ৰভিতি বন সকলৰ সন্তোস পোকা সোভা, আৰু নৈ কখৰৰ ঘন স্যাম বৰ্ণ পবত সকলৰ অতি সুন্দৰ সোভা ইত্যাদি সাকাস সৰুপ এখন ডাঙ্গৰ কাগজত নোখা চিত্ৰ পটৰ দৰে প্ৰমান্ধক দেখাই ইসৰৰ চমকাৰ মহিমা বিসযক কথাবাৰ্তা কোকই কৰি মাক সন্তোস দি গৈ আচিল। পাচে সমন্ধে গুৰুত জনালে, ক! আজি মোক জি কপ চিৰপট দেখালে, এনে চিত্ৰ মই পূৰ্বে কেতিয়াও দেখা নাই; বিসেস মোৰ মনৰ সক্তিও এনে নাচিল জে ইমান বহু বাপক চিললৈ চাই বস গহ কৰে।। দেউ! এতিয়া আপোনাৰ প্ৰসাদত মনৰ এনে স্বভাব হল, সে সেই ফাললৈকে চাও, সেই কালেই ইসবিয চিত্ৰমই দেখা হলো। হাহা! ধন্য জগদিস্বৰ! প!চে গুৰুজনাই কলে, ভ্ৰমান্ধ, মানুহে জানিব খুজিলে বহুত জানিব পাবে। কোনো স্থানিএ ইস্বৰৰ মহিমা বিচাৰোতে একুটি এনেমতে সন্ধিত থক। উতম বা দ্ৰব্যগুন লগ পাই লিখি থৈ গৈছে, জে তাক সাস্টম হৈ এক ঢিবে গমি নেচালে দহ বাৰ পহিল ও লিখকে সম্ভোগ কৰা বস বা ভাৰ পোৱা টান; এতেক মান্ধ! যে বিচাৰে, সেয়েহে পাই।। | পাচে ভাগ্ধে কৰে, ওক! এই কপে ইসৰব স্ৰিষ্টিৰ কেসিল আৰু স্বভাব মনোহৰ সোভা আদিবে প্ৰবোধ •মন অমুৰি মন দেখি পক। উপমাবে বস বোধ কৰাবলৈ নিচেই চমু জেন লাগিল। আৰু গুক, এই দৰে ভগৱন্তব গুন বিচাৰিবলৈ হলে দেখোন ৰ চাই, ধেমালি ৰিযেই সংসাৰিক সকলো কথা ইস্বৰৰ তলৰ, গহিন আৰু সংসাৰ চলে। নিতি সকল দেখি শুনি মনত হৰ্স লভিবলৈ বৰ সুচল জেন লাগিল।। পাটে গুৰু জনই কলে, ভ্ৰমান্ধ! ইতি পূৰ্বে তোমাতি কৈচিলো জে আগব। কালৰে পৰা বহুত জ্ঞানি সকলে অসেস প্ৰকাব কাযিক, মানসিক হৰ্স বিসাদ, সজ্য কবি জেনে ঠাইত, জেতিয়া জি ভাল মন্দ কপাৰ ৰস পাই গৈচিল, ততে তেতিয়াই লিখি লিখি থৈ জোহা হেতুকে এতিয়া পুৰৰ সমান স” গ্ৰহৰ কষ্ট ভোগ নকৰাকৈ