পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
হিন্দুস্থানৰ বুৰঞ্জি

He takes the fort of Bhim.

 এই মান সৰহ লুট কৰাতো ধনলৈ তেওঁৰ ক্ৰোহ নুগুচিল, কিযনো হিমালই পৰ্বতৰ নগৰ কোঁঠ প্ৰদেসত পুৰ্বে সজা ভিম নামে এক কোঁঠত এটা উতম দেৱালয় আচিল; তালৈকে চাৰিও ফালৰ পৰা জাএিক বিলাকে তিৰ্থ দৰ্শন কৰিবলৈ জাই, তাত বাহিৰে সেই ঠাইত ইমান সৰহ ধন সাচি থোৱা হোয়াত মানুহে কই বোলে, সেই দেৱালইৰ খোটানিৰ ভিতৰ বোৰত সোনৰ পাত খুআইচিল। সেই কোঁঠতো এটা ওখ পৰ্বতব টিঙ্গৰ ওপৰত অতি সমেৰে সজা হৈচিল, অৰু সক্ৰ বিলাকে তাক পাৰ নোআৰাকৈ সেই ঠাই অতি ভূমি হোআ জানি ৰজাবিলাকে আপোন আপোন সকলো সম্পতি তাতে সাচি গৈচিল, এই হেতুকে জনা জাই, ভাৰতবৰ্ষৰ কোনো এক ৰজাৰ গোলাতকৈ ও তাধিক ৰূপ সোন গাব, বহু মুল্য হিৰা আদি আচিল। মহমদে আপোনাক ৰণত জই কবি এটাযেই অতি বেগে সেই ঠাইলৈ গৈ সেই কোঁঠ বেবিটে, অৰু তাৰ চাৰিও ফালৰ গাঁওবোৰক লুট কবিবলৈ আপোনাৰ সেনা বিলাকক পাচিলে। জি বাগানবিলাক সেই বাজ গোলাৰ ৰখিয়া আঁচিল, সিবিলাকে আপোনাৰ অলপ সৈন্যকে লৈ তাক ৰাখিবৰ জুগুত হল; আৰু জি পাসও মচলমান মহমদ সেই গানব অধিকাৰি দেও সিবৰ ধমালই অপবিত্ৰ কৰিবলৈ উদ্যোগ হৈচি, তেও ক সাপ দিবলৈ ধৰিলে, মহমদে সিবিলাকব সাপলৈ একো নেমানি আৰু অবিক পে কঠিনলৈ. জুধ কৰিবলৈ ধৰিলে। পাচে ব্ৰাহ্মণ বিলাকে পুনৰপি উদ্যোগ বৰা মিচা সম জানি কোঠ সমৰ্পন কৰিৰৰ কাৰনে সেই জযজুক্ত সৈন্য সব প্ৰবেশ হবৰ নিমিতে কোঠৰ কপাট মেলি দিলে। সেই দেৱাই ও সালাখ সোনাৰ মোহৰ, আৰু সাত স মোন সোনাৰ আৰু ৰূপৰ পাত্ৰ , আৰু দুকুৰি মোন সুধু সোনাৰ কামি আৰু দুই হেজাৰ মোন ৰূপ, আৰু কুৰি মোন অলঙ্কাৰ পালে; সেই সকলো বস্তু দেৱালই নিৰ্মান কৰা কালৰে পৰা সাচি থোআ হৈচিল। এই অসংখ্যা সম্পত্তি লৈ মহমদে গজনিনৰ নগৰলৈ পুনৰবাৰ গমন কৰিলে। তেওঁ সেই ঠাইত এখান বৰ পথাৰত ৰাজ সভা কৰি অনেক মানুহৰ আগত আপোনাৰ সঞ্চিত সম্পতি দেখুআলে, আৰু আপোনাৰ সেনাপতি, ওমৰ আৰু মুখ্য সেনা বিলাকক বহুমুল্য বঁটা দিলে। এই সকলো জুধত মহমদে জিমান দেও মূৰ্তি দেখিলে, সেই সকলোকে ভঙ্গি নষ্ট কৰিলে, আৰু মহমদে সেই সেই দেব লোকক মৰনৰ,