পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নানা সম্বাদ। ১০৭ অৰ্থাত এই ভাগত বৰ গৰমি তাতে অচিয়াৰ ব্ৰহমদেশ, হিন্দুস্থান, আৰব, আৰু আফ্ৰিকাৰ মাজ ডোখৰ, আৰু আমেৰিকাৰ মধ্যে খণ্ড পৰিচে। উকটিবন্ধৰ উতৰে দখিনে সমকটিবন্ধ দুই, তাত বৰ জাবো নাই আৰু গৰমিও নহই, তাতে চিন,, পাৰ্চি, ইউপ খণ্ড, আমেৰিকা আৰু আফ্ৰিকা দখিন ইত্যাদি ঠাই। | সমকটিবন্ধৰ উতৰে আৰু দখিনে উতৰ আৰু দখিন কেন্দ্ৰলৈকে সিত কটিবন্ধ, এই দুই খণ্ডত থকা ঠাইবোৰত বৰজাৰ, সদাই হিম নুগুতে, আৰু গোটেই উতৰ কেন্দ্ৰৰ ওচৰত থকা দেসত ঘাম কালি চাৰি মাহ মনলৈকে সুজ মাৰ নেজাই; কিন্তু জাকালি ঢাবিমাহমানলৈকে সুজ নোলাই; তাত সাগৰৰ পানীবোৰ বৰখনত পৰাসিলব নিচিনা সিল হই। নানাদেসত নানা বিধৰ জন্তু আৰু গচ ইত্যাদি হই, সেই বোৰ লেখা বৰ বাহুল্য। আফ্ৰিকা খণ্ডত সিংহ পোৱা যাই, আৰু অচিয়াৰো ঠায়ে ঠায়ে আচে। অচিয়াত হাতি গৰ, বাঘ, ভালুক, উট, প, নানাবিধৰ বান্দৰ, বন মানুহ ইত্যাদি অনেক আচৰিত জন্তু আচে, কিন্তু এই সকল ইউৰপ বা আমেৰিকাত নাই তাৰ মানুহে এই সকল জন্তুক দেখি বৰ আচৰিত হই। আফ্ৰিকা খণ্ডতে হাতি, উট, আৰু নদিৰ ঘোৰা নামে এক অচিবিত জন্তু ইত্যাদি আচে। ইউপ খণ্ডত বগা ভালুক ইত্যাদি জন্তু, আমেৰিকাতে এইপে নানা জন্তু আচে। উতৰ কেন্দ্ৰৰ ফালে সাগৰত হুৱেল নামে জে এবিধ মাচ আচে তাৰ সমান ডাঙ্গৰ জন্তু প্ৰিথিবীত নাই। | প্ৰিথিবিৰ নানাদেসত নানা ববনিযা মানুহ আচে। ইউৰপৰ আচিয়াৰ পচিম খণ্ডৰ আৰু আফিকাব উতৰ খণ্ডব অনুহবোৰৰ বৰণ অতি বগা দেখি বলৈকো সুৱনি, গাচিত বাস কৰা মানুহবোেৰৰ বৰন হালধিযা সেতা, আৰু দেখিবলৈ গৰ্হিত। আফ্ৰিকা খণ্ডৰ লোক সকল ( উতৰ খণ্ডত বাজে) অতিসই কলা, প্ৰাই এঙ্গাৰৰ নিচিনা, সিহঁতৰ চুলিমেৰ চাগৰ নোমৰ নিচিনা, কুটকুৰা আৰু ওঁঠ বৰ ডাঙ্গৰ। আমেৰিকা খণ্ডত ইউৰপৰ পৰা গৈ জি লোক বাস কৰিচে সিহঁত বগা, কিন্তু আদিৰ লোক বিলাক তাম বৰনিয়া ৰঙ্গা। সকলো দেশৰ মানুহৰ অবস্থা একে নহই, অৰ্থাত আমি জেনেকৈ থাকো আন দেসৰ মানুহেও তেনেকৈ নেথাকে। এই দেশৰ মানুহে আৰু গাৰৰ মিকিৰ ইত্যাদি পৰ্বতিয়া জাতিযে সমান নহই, আমি সিহঁততকৈ সকলো কথাতে ভাল, তেনেকৈ প্ৰিথিবিত সভ্য আৰু অসভ্য দুই প্ৰকাৰ মানুহ আচে। জি দেস