o
অসমীয়া সাহত্যৰ চানেকি সংসাৰ গিয়ানি। এৰা, মই তাকে ভাবিচো, লোকত জেনেকৈ ঘটিচে, সেই দৰে তোমাতে ঘটিল, সিহঁতৰ সক্তিৰ বাহিবে জি ওখ গধুৰ কথা, তাক পসিব খোজাত তোমাৰ দৰে চিন্তাকুলত পৰে; পাচে সেই চিন্তাকুলেই মানুহক অমানুহ কৰে, জেনেকৈ তোমাকে কৰা দেখিচেঁ, আৰু তাত বাহিৰে জিহকে নে- জানে, তাক পাবৰ নিমিতে সকলো বিধ সঙ্কটৰ নিৰাইলৈ খেদাইচে। | খি ষ্টিয়ান। মই জিকে পাব খোজে, তাক জানো, এই গধুৰ বোজাৰ পৰা জিনিহে বিচাৰে।। সংসাৰ গিয়ানি। কিন্তু এই জি বাটত এইমান সঙ্কট অচে, তাতেই কিয় জিৰনি বিচাৰা? কিয়নো মোৰ কথা শুনিবলৈ তুমি সহিব পৰা হলে, তেন্তে জিহকে ইচা কৰা, এই বাটব সঙ্কটত নপৰাকৈ তাক পাবলৈ মই উপাই বুজাব পাৰিলে। হেঁতেন। অকল এইটোই নহই, তোমাৰ ওচৰতে উপই অচে; তাৰেই সেই এটাই আপদৰ হাত সৰি, তুমি অতি কুসল, মিতিৰৰ চেনেহ, আৰু সান্তনা পোআ হব।।। খি ষ্টিয়নি। মিনতি কবিৰ্চো, মাতা, সেই গোপনিৰ কথা মোক বুজাই দিয়ক। সংসাৰ গিয়ানি। তেনেহলে সৌখিন্তে নিতি নামে জি গাওঁ অচে, তাত বিধান সিখ্যক নামেৰে এক মহাজন থাকে; তেও গিৰানৱন্ত, জসস্তা পোকা, আৰু তোমাৰ ভাৰৰ নিচিনা জি বোজা, তাক মানুহৰ কনিব পৰা গুচাবলৈ তেও সমৰ্থ; ময়ো দেখিলে, তেও এইকপে লোকক ভালেমান হিত কবে। তাত বাজে ভাৰত জিবোৰৰ মন বিগিয়ান হৈ গৈছে, সিহৰ্তকে স্বস্ত কৰিবলৈ তেওঁ নিপুন। মই কোআৰ দৰে তেওঁৰ ওচৰলৈ গৈ এতিয়াও উপকাৰ পাব পাৰা। তেওঁৰ ঘৰ এডাৰতকৈ দুৰ নহই; তেও ক যদি ঘৰত নোপোকা, তেন্তে সুঅলা নামে তেওঁৰ এজন সুঅনি ডেকা পুতেক আচে; তেওঁ বাপেকেৰে প্ৰায়ে সমান কৰিব পাৰে। মই কৈৰ্চো, সেই ঠাইতে ভাৰব পৰা মুকলি হবা; পাচে যদি তুমি আগৰ নিবাসি ঠাইলৈ জাবলৈ ভাল নেদেখা, আৰু ময়ো তালৈ পাচিবলৈ মন নকৰে, তেন্তে এই গাঁওলৈ আহিবৰ নিমিতে তুমি লৰা তিৰোতালৈ বাত্ৰা দিবা; সুদ। ঘৰ অনেক আচে, তাৰ এটা সস্তাৰুপে ভেৰন দি লব পাৰিবা। সেই খন গাঁৱত খোআ বোআৰৰ সস্তা আৰু উতম; আৰু তাতকৈও জিহেৰে তোমাৰ দিনৰ সুখ সাধ্য হব, তোমাৰ সকলো চুবুৰিয়াবিলাক ভদ্ৰ লোক, সুখিয়াতি আৰু সদ আচাৰ প্ৰবত। মানুহ হব।।